• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ভাল খৱৰ: প্লাজমা থেৰাপিত সম্পূৰ্ণ সুস্থ হৈ উঠিল দেশত প্ৰথমগৰাকী কৰ’না আক্ৰান্ত ৰোগী

এন ই নাও নিউজ by এন ই নাও নিউজ
April 27, 2020 9:32 am
Development-initiated-for-a-plasma-derived-therapy-for-COVID-19

প্ৰতিনিধিত্বমূলক ফটো

3.2k
VIEWS
Share on FacebookShare on Twitter

কৰ’না ভাইৰাছৰ সংক্ৰমণৰ ফলত সৃষ্টি হোৱা সংকটৰ মাজতে আহিছে এটা ভাল খৱৰ। কৰ’নাৰ প্ৰতিষেধকৰ অপেক্ষাত দেশ চিন্তিত হৈ থকাৰ সময়তে দিল্লীৰ এগৰাকী কৰ’না আক্ৰান্ত ৰোগীয়ে জগাই তুলিছে আশাৰ পোহৰ।

দেশৰ প্ৰথমগৰাকী কৰ’না আক্ৰান্ত ৰোগী প্লাজমা থেৰাপিৰ জৰিয়তে সুস্থ হৈ উঠিছে। দিল্লীৰ এগৰাকী আদহীয়া ব্যক্তি প্লাজমা থেৰাপিৰ জৰিয়তে সম্পূৰ্ণ সুস্থ হৈ উঠিছে।

যোৱা ৪ এপ্ৰিলত ব্যক্তিগৰাকীৰ দেহত কৰ’না পজিটিভ ধৰা পৰিছিল। কিন্তু প্লাজমা থেৰাপিৰ জৰিয়তে কৰ’না যুঁত জয়ী হয় এই ব্যক্তি।

এই ঘটনাৰ পাছেত দেশৰ চিকিৎসকসকলে এতিয়া এক আশাৰ পোহৰ দেখিছে।

জানিব পৰা মতে, কৰ’না আক্ৰান্ত উক্ত ৰোগীগৰাকীৰ কিছু লক্ষণ দেখা দিয়াৰ পাছত দিল্লীৰ মেক্স হাস্পাতলত ভৰ্তি কৰা হৈছিল। কেইদিনমানৰ পাছত তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটাত তেওঁক অক্সিজেন দিয়া হয়।

ইয়াৰ পাছতে ৰোগীগৰাকী নিউমোনিয়াত আক্ৰান্ত হোৱাত যোৱা ৮ এপ্ৰিলত তেওঁক ভেন্টিলেশ্যনত ৰখা হয়। ৰোগীগৰাকীৰ পৰিয়ালৰ লোকে চিকিৎসকক প্লাজমা থেৰাপি কৰাৰ বাবে অনুৰোধ কৰে। প্লাজমা থেৰাপি প্ৰয়োগ কৰা তেওঁৱেই হ’ল দেশৰ প্ৰথমগৰাকী ৰোগী।

ইয়াৰ পাছত সংক্ৰমণৰ পৰা সুস্থ হৈ উঠা এগৰাকী ব্যক্তিৰ তেজৰ প্লাজমাৰে চিকিৎসা আৰম্ভ কৰা হয়। লাহে লাহে চিকিৎসকসকলে কিছু ফলাফল দেখা পায়।

চিকিৎসকসকলে জানিবলৈ দিয়া মতে, এগৰাকী ৰক্তদাতাই ৪০০ মিলি লিটাৰ পৰ্যন্ত প্লাজমা দান কৰিব পাৰে।ইয়াৰ দ্বাৰা দুগৰাকী লোকৰ জীৱন বচাব পৰা যায়।

প্লাজমা থেৰাপিৰ ফলত লোকজন বহুখিনি সুস্থ হৈ উঠাৰ পাছত যোৱা ১৮ তাৰিখে তেওঁক ভেন্টিলেটৰৰ পৰা উলিয়াই দিয়া হয়।

দেওবাৰে ব্যক্তিগৰাকী সম্পূৰ্ণ সুস্থ হৈ উঠাৰ পাছত হাস্পাতলৰ পৰা যাৱলৈ দিয়ে।

দিল্লীৰ চিকিৎসকলে প্লাজমা থেৰাপিত লাভ কৰা এই সাফল্যত উৎসাহিত হৈ পৰিছে। এতিয়া আন ৰোগীৰ ক্ষেত্ৰতো এই প্লাজমা থেৰাপি প্ৰয়োগ কৰিবলৈ সাজু হৈছে চিকিৎসকসকল।

Tags: COVID-19

Recent News

উচ্চ (কাৰিকৰী) শিক্ষা বিভাগৰ অধীনত ৩৪২ গৰাকী প্ৰাৰ্থীক নিযুক্তি-পত্র প্রদান মুখ্যমন্ত্ৰীৰ

উচ্চ (কাৰিকৰী) শিক্ষা বিভাগৰ অধীনত ৩৪২ গৰাকী প্ৰাৰ্থীক নিযুক্তি-পত্র প্রদান মুখ্যমন্ত্ৰীৰ

ফুটবলত বৃহৎ পৰিৱৰ্তন: ২০২৬ বিশ্বকাপৰ পূৰ্বে ১৩৪ বছৰীয়া পেনাল্টি নিয়ম সলনিৰ প্ৰস্তুতি

ফুটবলত বৃহৎ পৰিৱৰ্তন: ২০২৬ বিশ্বকাপৰ পূৰ্বে ১৩৪ বছৰীয়া পেনাল্টি নিয়ম সলনিৰ প্ৰস্তুতি

অসমত গতি লাভ কৰিছে বিত্তীয় অন্তৰ্ভূক্তি অভিযানে : ৰাজ্যিক বেংকাৰ সমিতি

অসমত গতি লাভ কৰিছে বিত্তীয় অন্তৰ্ভূক্তি অভিযানে : ৰাজ্যিক বেংকাৰ সমিতি

ৰূপালী পৰ্দাত দেখিবলৈ পাব ৭০-৮০ দশকৰ অসমৰ নক্সাল আন্দোলনৰ কাহিনী: ১ আগষ্টত মুক্তি লাভ কৰিব নতুন অসমীয়া ছবি “কলাজ”

ৰূপালী পৰ্দাত দেখিবলৈ পাব ৭০-৮০ দশকৰ অসমৰ নক্সাল আন্দোলনৰ কাহিনী: ১ আগষ্টত মুক্তি লাভ কৰিব নতুন অসমীয়া ছবি “কলাজ”

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd