• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home প্ৰতিৱেশী চীন

নৱবৰ্ষৰ প্ৰথম দিনাই চীনৰ পৰা লাওছলৈ ৰাওনা ১,০০০ টন সামগ্ৰী ভৰ্তি ৰেল

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 3, 2022 3:41 pm
China-Laos Railway
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইংৰাজী নৱবৰ্ষৰ প্ৰথম দিনাই চীন ৰেলৱে ইউনিয়ন কুনমিং চেণ্ট্ৰেল ষ্টেচনৰ পৰা লাওছৰ ভিয়েনটিয়ান অভিমুখে ১,০০০ টন সামগ্ৰী ভৰ্তি এখন ৰেল ৰাওনা হয়।

এই ৰেলখনত দৈনন্দিন প্ৰয়োজনীয় সামগ্ৰীৰ লগতে উচ্চ-প্ৰযুক্তিৰ সামগ্ৰী, পাচলি, ফল-মূল প্ৰেৰণ কৰা হৈছে।

Apply Now

উল্লেখ্য যে ২০২১ বৰ্ষৰ ডিচেম্বৰৰ আৰম্ভণিতে চীন-লাওছ ৰেলৱে সম্পূৰ্ণৰূপে কাৰ্যক্ষম হৈছিল। এই লাইনৰ দৈৰ্ঘ্য ১,০০০ কিলোমিটাৰতকৈও অধিক।

এই ৰেল লাইন উত্তৰৰ কুনমিংৰ পৰা আৰম্ভ হৈ চীনৰ মোহন ৰেলবন্দৰ আৰু লাওছৰ বডিং ৰেলৱে বন্দৰৰ মাজেৰে পাৰ হয়, লাওছৰ উত্তৰ অঞ্চলত প্ৰৱেশ কৰে আৰু অৱশেষত লাওছৰ ৰাজধানী ভিয়েনটিয়ানত উপস্থিত হয়।

“চীন-লাওছ ৰে’লৱে মুকলি হোৱাৰ আগতে কুনমিংৰ পৰা ভিয়েনটিয়ানলৈ সামগ্ৰী প্ৰেৰণ কৰিবলৈ প্ৰায় ৩ দিন সময় লাগিছিল; কিন্তু এতিয়া কুনমিঙৰ পৰা ভিয়েনটিয়ানলৈ ৰে’লৱেৰ মালবাহী সময় মাত্ৰ ৩০ ঘণ্টা লাগিব।” চীন ৰে’লৱে কুনমিং ব্যুৰো গ্ৰুপৰ ৱাংজিয়ায়িং পশ্চিম ষ্টেচনৰ মুৰব্বী হে হেংজুনে কয়।

 

🇨🇳🚞🇱🇦New cargo train of the China-Laos Railway in 2022 departs for #Laos.

A train fully loaded with daily necessities, high-tech products, fruits and vegetables left Kunming, southwest China’s Yunnan for Vientiane, the capital city of Laos, on January 1st. pic.twitter.com/ucCBpqxpiL

— Shen Shiwei沈诗伟 (@shen_shiwei) January 3, 2022

চীন ৰেলৱে কুনমিং ব্যুৰো গ্ৰুপৰ পৰিসংখ্যাই দেখুৱাইছে যে চীন-লাওছ ৰেলৱে এমাহতকৈও কম সময়ৰ ভিতৰত পৰিবহনৰ বাবে মুকলি কৰা হৈছে। চীন-লাওছ ৰেলৱেৰ চীন শাখাৰ চাৰিওফালে বিভিন্ন সামগ্ৰীৰ উপৰিও, বেইজিং, ছাংহাই, গুয়াংঝৌ আৰু অন্যান্য স্থানৰ পৰা সামগ্ৰীচীন-লাওছ ৰেলৱেহৈ লাওচলৈ পৰিবহন কৰা হৈছে।

“মুকলি হোৱাৰ প্ৰাৰম্ভিক দিনবোৰত চীনৰ পৰা লাওচলৈ প্ৰেৰণ কৰা সামগ্ৰীবোৰ মুখ্যতঃ খাদ্য আৰু সাৰ আছিল। এতিয়া ইলেক্ট্ৰনিক সামগ্ৰী, যোগাযোগ সঁজুলি, ইউনান পাচলি আদিকে ধৰি বিভিন্ন প্ৰকাৰৰ সামগ্ৰী ৰপ্তানি কৰা হৈছে, যি লাওছ বজাৰৰ প্ৰয়োজনীয়তা ভালদৰে পূৰণ কৰিব পাৰে।” কুনমিং শাখাৰ উপ মহাপ্ৰৱন্ধক চীন ৰে’লৱে লিয়াঞ্জি জু চাওৱে কয়।

চীন-লাওছ পাৰস্পৰিক ভাৱে লাভজনক সহযোগিতাক সহায় কৰাৰ ক্ষেত্ৰত চীন-লাওছ ৰে’লৱেৰ ভূমিকা অধিক গুৰুত্বপূৰ্ণ হ’ব আৰু মালবাহী পৰিমাণ নিশ্চিতভাৱে ক্ৰমান্বয়ে বৃদ্ধি পাব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ধেমাজিত ভয়ংকৰ বানপানী! নিৰ্মাণৰ এবছৰৰ পাছতেই উটি গ’ল কেমী নদীৰ লোৰ দলং

ধেমাজিত ভয়ংকৰ বানপানী! নিৰ্মাণৰ এবছৰৰ পাছতেই উটি গ’ল কেমী নদীৰ লোৰ দলং

June 28, 2026 9:28 pm
বন বিভাগ ৰাজহ সংগ্ৰহৰ আহিলা নহয়! মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ মন্তব্যৰ তীব্ৰ বিৰোধিতা প্ৰকৃতিপ্ৰেমীৰ

বন বিভাগ ৰাজহ সংগ্ৰহৰ আহিলা নহয়! মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ মন্তব্যৰ তীব্ৰ বিৰোধিতা প্ৰকৃতিপ্ৰেমীৰ

June 28, 2026 8:34 pm
ভয়ংকৰ দুৰ্ঘটনা! ছৌডি আৰৱত তৈল প্ৰতিষ্ঠান এৰামকোৰ হেলিকপ্টাৰ বিধস্ত হৈ ১৪ জনৰ মৃত্যু

ভয়ংকৰ দুৰ্ঘটনা! ছৌডি আৰৱত তৈল প্ৰতিষ্ঠান এৰামকোৰ হেলিকপ্টাৰ বিধস্ত হৈ ১৪ জনৰ মৃত্যু

June 28, 2026 6:36 pm
প্ৰথম মেচৰ বিপৰ্যয়ৰ পাছত প্ৰত্যাৱৰ্তনৰ লক্ষ্য! দেওবাৰে দ্বিতীয়খন টি-২০ত আয়াৰলেণ্ডৰ সন্মুখীন হ’ব বিশ্ব চেম্পিয়ন ভাৰত

প্ৰথম মেচৰ বিপৰ্যয়ৰ পাছত প্ৰত্যাৱৰ্তনৰ লক্ষ্য! দেওবাৰে দ্বিতীয়খন টি-২০ত আয়াৰলেণ্ডৰ সন্মুখীন হ’ব বিশ্ব চেম্পিয়ন ভাৰত

June 28, 2026 5:25 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধেমাজিত ভয়ংকৰ বানপানী! নিৰ্মাণৰ এবছৰৰ পাছতেই উটি গ’ল কেমী নদীৰ লোৰ দলং

ধেমাজিত ভয়ংকৰ বানপানী! নিৰ্মাণৰ এবছৰৰ পাছতেই উটি গ’ল কেমী নদীৰ লোৰ দলং

June 28, 2026 9:28 pm
বন বিভাগ ৰাজহ সংগ্ৰহৰ আহিলা নহয়! মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ মন্তব্যৰ তীব্ৰ বিৰোধিতা প্ৰকৃতিপ্ৰেমীৰ

বন বিভাগ ৰাজহ সংগ্ৰহৰ আহিলা নহয়! মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ মন্তব্যৰ তীব্ৰ বিৰোধিতা প্ৰকৃতিপ্ৰেমীৰ

June 28, 2026 8:34 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd