DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 5, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

দুধনৈত অনুষ্ঠিত প্ৰথম চিনিয়ৰ মিকটছ ফুটবল চেম্পিয়নশ্বিপৰ সামৰণি; মেঘালয়লৈ বিজয়ীৰ খিতাপ

নীলমনি শর্মা, কৃষ্ণাই by নীলমনি শর্মা, কৃষ্ণাই
May 16, 2022 8:49 am
ফটো: নৰ্থইষ্ট নাও।

ফটো: নৰ্থইষ্ট নাও।

112
VIEWS
Share on FacebookShare on Twitter

মিকটছ ফুটবল ফেডাৰেছন অৱ ইণ্ডিয়াৰ অধীনষ্ঠ অসম মিকটছ ফুটবল এছোচিয়েচনৰ উদ্যোগত আৰু দুধনৈ আঞ্চলিক ক্ৰীড়া সন্থাৰ সহযোগত যোৱা ১৩ মে’ৰ পৰা দুধনৈ ক্ৰীড়া সন্থাৰ খেলপথাৰত চলি থকা “প্ৰথম বাৰ্ষিক চিনিয়ৰ মিকটছ ফুটবল চেম্পিয়নশ্বিপ ২০২১-২২”ৰ দেওবাৰে সামৰণি পৰে৷

লীগ পদ্ধতিত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনত দেশৰ ৮খন ৰাজ্যই অংশগ্ৰহণ কৰিছিল৷ দেওবাৰে অনুষ্ঠিত হোৱা চূড়ান্ত খেলখনত অসম আৰু মেঘালয়ে অংশগ্ৰহণ কৰে৷

চূড়ান্ত খেলখন নিৰ্ধাৰিত সময়ত ২-২ গোলত সমাপ্ত হোৱাত ট্ৰাইব্ৰেকাৰৰ সহায় লোৱা হয় যদিও ট্ৰাইব্ৰেকাৰতো দুয়োটা দলে পাঁচটাকৈ গোল দিয়াত কোনো ফলাফল নোলোৱাত টছৰ সহায়ত মেঘালয় দলক চূড়ান্ত বিজয়ী দল হিচাবে ঘোষণা কৰা হয়৷

আনহাতে, প্ৰতিযোগিতাৰ তৃতীয় স্থান লাভ কৰে নৰ্থইষ্ট মিকটছ ফুটবল দলে৷ প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাবে নিৰ্বাচিত হয় অসম দলৰ ছানিয়া মাৰাক আৰু মেঘালয় দলৰ চেনচুম মাৰাক৷

অসম আৰু মেঘালয়ৰ মাজৰ চূড়ান্ত খেলখনৰ এটি মুহূৰ্ত। ফটো: নৰ্থইষ্ট নাও।

চূড়ান্ত খেলখনৰ আগমুহূৰ্তত গোৱালপাৰাৰ জিলা আৰক্ষী অধীক্ষক ভি ভি ৰাকেশ ৰেড্ডীয়ে কিক অফ কৰি খেলখনৰ শুভাৰম্ভ কৰে৷

উল্লেখ্য যে ভাৰতত উৎপত্তি হোৱা ফুটবল খেলৰ নৱতম সংস্কৰণ মিকটছ ফুটবল খেলৰ প্ৰথমখন টুৰ্ণামেন্ট বিশ্বৰ ভিতৰতে প্ৰথম দুধনৈত অনুষ্ঠিত কৰি ইতিহাস ৰচনা কৰিলে৷  

Recent News

মটৰ চাইকেল চোৰৰ বিৰুদ্ধে বঙাইগাঁও আৰক্ষীৰ অভিযান, গ্ৰেপ্তাৰ তিনি চোৰ

মটৰ চাইকেল চোৰৰ বিৰুদ্ধে বঙাইগাঁও আৰক্ষীৰ অভিযান, গ্ৰেপ্তাৰ তিনি চোৰ

Cyber crime এইবাৰ চাইবাৰ অপৰাধীৰ টাৰ্গেট জিলা উপায়ুক্ত,ভুৱা ম’বাইল নম্বৰত উপায়ুক্তৰ ফটো ব্যৱহাৰ কৰি প্ৰৱঞ্চকৰ জাল

Cyber crime এইবাৰ চাইবাৰ অপৰাধীৰ টাৰ্গেট জিলা উপায়ুক্ত,ভুৱা ম’বাইল নম্বৰত উপায়ুক্তৰ ফটো ব্যৱহাৰ কৰি প্ৰৱঞ্চকৰ জাল

Chicago attack দুৰ্বৃত্তৰ গুলীচালনাত কঁপি উঠিল চিকাগো:৬ জন নিহত, ৩৬ জন আহত

Chicago attack দুৰ্বৃত্তৰ গুলীচালনাত কঁপি উঠিল চিকাগো:৬ জন নিহত, ৩৬ জন আহত

Chess Tournament চতুৰ্থ আয়োধানা আন্তঃৰাষ্ট্ৰীয় ফিডে ৰেটিং দবা প্ৰতিযোগিতা,শীৰ্ষ বাছনিৰ অৰ্পণ দাসৰ অগ্ৰগতি

Chess Tournament চতুৰ্থ আয়োধানা আন্তঃৰাষ্ট্ৰীয় ফিডে ৰেটিং দবা প্ৰতিযোগিতা,শীৰ্ষ বাছনিৰ অৰ্পণ দাসৰ অগ্ৰগতি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd