• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

২৭ এপ্ৰিল নহয়, ৩০ এপ্ৰিললৈকে আৱদ্ধ হৈ থকা লোকে যাব পাৰিব ঘৰলৈ

ঘৰত থৈ পুনৰ ঘূৰি অহাৰ বাবেও পাছৰ ব্যৱস্থা

Kalpa Saikia কল্পজ্যোতি শইকীয়া
গুৱাহাটী , April 26, 2020 7:08 pm

2 min read

Lockdown: ASTC to run 100 city buses in Guwahati

এ এছ টি চি বাছৰ ফাইল ছবি।

25.9k
VIEWS
Share on FacebookShare on Twitter

অহা ২৭ এপ্ৰিলৰ পৰা ৩০ এপ্ৰিললৈ বৃদ্ধি কৰিছে আন্তঃজিলা একমুখী যাত্ৰা। অহা ৩০ এপ্ৰিললৈকে নিজৰ বাসগৃহলৈ যাব পাৰিব ৰাজ্যৰ বিভিন্ন স্থানত আৱদ্ধ হৈ থকা লোকসকল।

এক সংবাদমেলত এই কথা ঘোষণা কৰিছে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

ৰাইজৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি অহা ২৭ এপ্ৰিলৰ পৰিৱৰ্তে অহা ৩০ এপ্ৰিললৈকে ব্যক্তিগত বাহনেৰেও নিজৰ বাসগৃহলৈ যাব পাৰিব।

‘এতিয়ালৈকে ৰাজ্যৰ বিভিন্ন জিলাৰ জিলা উপায়ুক্তসকলে ৭৩০০০ আবেদন গ্ৰহণ কৰিলে। আজিলৈকে ২৬,৯৫০ গৰাকী লোক উভটি গৈছে। এতিয়াও ১১,৫৮৮ খন আবেদন প্ৰক্ৰিয়াৰ মাজত আছে।‘

ইপিনে, ৩৪,৫৫৯ খন আবেদন জিলা উপায়ুক্তসকলে গ্ৰহণ কৰিব নোৱাৰিলে বুলি উল্লেখ কৰি তেওঁ লগতে কয় ‘তেওঁলোকে ঘৰত থৈ পুনৰ ঘূৰি অহাৰ বাবে আবেদন কৰিছিল। কোনোবাই নিজৰ পুত্ৰ-জীয়ৰীক নিবলৈ আহি পুনৰ ঘৰলৈ যাবলৈ বিচাৰিছিল।‘

এইসকল লোকক ২৮, ২৯  আৰু ৩০ এপ্ৰিলত বাহন চলাচলৰ বাবে অনুমতি দিয়া হ’ব বুলি তেওঁ জানিবলৈ দিয়ে।

কিন্তু আগত অনুমতি লাভ কৰা বাহনৰ গৰাকীয়ে এই অনুমতি লাভ নকৰে বুলি মন্ত্ৰীগৰাকীয়ে সদৰী কৰে।

ইপিনে, অসম ৰাজ্যিক পৰিবহন নিগমৰ বাছত যাত্ৰাৰ উদ্দেশ্যে বুকিং কৰাসকলৰ বাবেও অহা ৩০ এপ্ৰিললৈকে সীমা বৃদ্ধি কৰিছে বুলি মন্ত্ৰীগৰাকীয়ে কয়।

মন্ত্ৰীগৰাকীয়ে জনোৱা অনুসৰি কালিৰ দিনটোত ৰাজ্যত মুঠ ২৫৮৫ গৰাকী লোক বাছৰে উভটি যোৱাৰ লগতে আজিৰ দিনটোত ১১ হাজাৰ লোকক ঘৰলৈ পঠিওৱা হৈছে।

তেওঁ সংবাদমেলত লগতে কয় ‘এই ১ লাখ মানুহক গতি লগালে বাহিৰৰ পৰা অহা মানুহৰ গতি লগাব পৰা যাব। ৰাজ্যৰ ভিতৰত আবদ্ধ হৈ থকা লোকসকলৰ গতি লগাব নোৱাৰিলে ৰাজ্যৰ বাহিৰৰ পৰা অহা লোকসকল কোৱাৰেন্টাইন কৰাত অসুবিধা হ’ব।‘

Recent News

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd