• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ভেলেন্টাইন ডে’ৰ উপলক্ষ্যে বিনামূলীয়াকৈ ৯৫ মিলিয়ন কণ্ডম বিতৰণ কৰিব চৰকাৰে

ৰাষ্ট্ৰীয় স্বাস্থ্য সুৰক্ষা কাৰ্যালয়ৰ পৰা জনোৱা মতে যৌন সম্পৰ্কৰ দ্বাৰা হ’ব পৰা সংক্ৰমণ যেনে চিফিলিছ, গনোৰিয়া, ক্ল’মাইডিয়া, ছাৰ্ভাইকেল কেন্সাৰ, এইচ আই ভি, এইডছৰ সংক্ৰমণ ৰোধৰ বাবে কণ্ডম বিনামূলীয়াকৈ দিয়াৰ সিদ্ধান্ত লোৱা হৈছে। ইয়াৰ লগতে যৌন সম্পৰ্কৰ ফলত অসুৰক্ষিত বা অনিচ্ছাকৃত গৰ্ভধাৰণ ৰোধৰ বাবে এইদৰে কণ্ডম বিতৰণ কৰিছে বুলি জনাইছে থাইলেণ্ডৰ স্বাস্থ্য বিভাগে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 2, 2023 1:16 pm
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আহি আছে প্ৰেমৰ দিন। ১৪ ফেব্ৰুৱাৰী অৰ্থাৎ ভেলেন্টাইন ডে। ভেলেন্টাইন ডে’ৰ উপলক্ষ্যে থাইলেণ্ডৰ চৰকাৰে লৈছে এক অভিনৱ পদক্ষেপ। ভেলেন্টাইন ডে’ৰ উপলক্ষ্যে দেশৰ খনৰ যুৱক–যুৱতী তথা কিশোৰ–কিশোৰীৰ মাজত চৰকাৰে বিতৰণ কৰিছে ৯৫ মিলিয়ন কণ্ডম।

ভেলেন্টাইন ডেৰ দিনা সুস্থ যৌন সম্পৰ্কৰ গঢ়াৰ বাবেই থাইলেণ্ড চৰকাৰে এইদৰে বিতৰণ কৰিছে বিনামূলীয়া কণ্ডম। দেশখনৰ ৰাষ্ট্ৰীয় স্বাস্থ্য সুৰক্ষা কাৰ্যালয়ৰ পৰা জনোৱা মতে যৌন সম্পৰ্কৰ দ্বাৰা হ’ব পৰা সংক্ৰমণ যেনে চিফিলিছ, গনোৰিয়া, ক্ল’মাইডিয়া, ছাৰ্ভাইকেল কেন্সাৰ, এইচ আই ভি, এইডছ আদিৰ সংক্ৰমণ ৰোধৰ বাবে কণ্ডম বিনামূলীয়াকৈ দিয়াৰ সিদ্ধান্ত লোৱা হৈছে। ইয়াৰ লগতে যৌন সম্পৰ্কৰ ফলত অসুৰক্ষিত বা অনিচ্ছাকৃত গৰ্ভধাৰণ ৰোধৰ বাবে এইদৰে কণ্ডম বিতৰণ কৰিছে বুলি জনাইছে থাইলেণ্ডৰ স্বাস্থ্য বিভাগে।

Apply Now

থাইলেণ্ডৰ ৰাষ্ট্ৰীয় স্বাস্থ্য সুৰক্ষা কাৰ্যালয়ৰ সচিব প্ৰধান জাদেজ থাম্মাটাচাৰীয়ে জনোৱা মতে লুব্ৰিকেটিং জেলৰ সৈতে বিনামূলীয়া কণ্ডম বিতৰণ কৰা হ’ব।

যিসকল লোকে বিনামূলীয়াকৈ কণ্ডম লাভ কৰিব বিচাৰে তেওঁলোকে স্মাৰ্টফোনত ‘পাওটাং’ নামৰ এপ্লিকেশ্যনত নিজৰ নাম পঞ্জীয়ন কৰিব লাগিব। উক্ত এপ্লিকেশ্যনত তেওঁলোকে কণ্ডম লাভ কৰিব পৰাকৈ নিৰ্দিষ্ট ঔষধৰ দোকান, কমিউনিটি ক্লিনিক বা চৰকাৰী স্বাস্থ্য কাৰ্যালয় বাছি ল’ব লাগিব।

উল্লেখ্য যে প্ৰতি বছৰে ভেলেন্টাইন ডে’ৰ সময়ত দেশখনত কম বয়সীয়া কিশোৰ কিশোৰীৰ মাজত হোৱা গৰ্ভধাৰণৰ ঘটনা তীব্ৰ ভাবে বৃদ্ধি পাই উঠে। খবৰ অনুসৰি থাইলেণ্ডত শেহতীয়া বছৰবোৰত এছটিডিৰ সংখ্যা বৃদ্ধি পাইছে। ২০২১ চনৰ আধাতকৈ অধিক এছটিডি ৰোগীয়েই ভুগিছে চিফিলিছ আৰু গনোৰিয়া ৰোগত। এই ৰোগত আটাইতকৈ বেছি আক্ৰান্ত হৈছে ১৫ ৰ পৰা ২৪ বছৰৰ ভিতৰৰ কিশোৰ–কিশোৰী আৰু যুৱক–যুৱতীসকল।

সেয়েহে ভেলেন্টাইন ডে’ৰ উপলক্ষ্যে থাইলেণ্ড চৰকাৰে স্বাস্থ্য বিভাগৰ আঁচনি ৰূপায়ন কৰি এই দৰে সকলোৰে বাবে বিনামূলীয়া কণ্ডম বিতৰণৰ কাৰ্যসূচী গ্ৰহণ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জুবিন গাৰ্গৰ জীৱনৰ মূল্য মাত্ৰ ৫০ হাজাৰ টকা? মুকলি আকাশৰ তললৈ আহিল সন্দীপন গাৰ্গ!

জুবিন গাৰ্গৰ জীৱনৰ মূল্য মাত্ৰ ৫০ হাজাৰ টকা? মুকলি আকাশৰ তললৈ আহিল সন্দীপন গাৰ্গ!

October 16, 2026 4:27 pm
তিৰংগা সমদলৰ পূৰ্বে অভিজিৎ দীপকৰ ঘৰত দিল্লী আৰক্ষী, বন্ধ ছেণ্ট্ৰেল পাৰ্ক; কি ঘটিছে দিল্লীত?

তিৰংগা সমদলৰ পূৰ্বে অভিজিৎ দীপকৰ ঘৰত দিল্লী আৰক্ষী, বন্ধ ছেণ্ট্ৰেল পাৰ্ক; কি ঘটিছে দিল্লীত?

October 16, 2026 3:55 pm
সকলোৱে নিজকে সাংবাদিক বুলি দাবী কৰিলে সুৰক্ষা দিয়াটো কঠিন! পৰ্যবেক্ষণ উচ্চতম ন্যায়ালয়ৰ

সকলোৱে নিজকে সাংবাদিক বুলি দাবী কৰিলে সুৰক্ষা দিয়াটো কঠিন! পৰ্যবেক্ষণ উচ্চতম ন্যায়ালয়ৰ

October 16, 2026 2:47 pm
‘আমেৰিকা-পাকিস্তানৰ যুদ্ধ হ’লে ইছলামাবাদৰ কাষত থাকিব ভাৰত’, বিজেপি নেতাৰ মন্তব্যক লৈ অস্বস্তিত গেৰুৱা শিৱিৰ

‘আমেৰিকা-পাকিস্তানৰ যুদ্ধ হ’লে ইছলামাবাদৰ কাষত থাকিব ভাৰত’, বিজেপি নেতাৰ মন্তব্যক লৈ অস্বস্তিত গেৰুৱা শিৱিৰ

October 16, 2026 12:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জুবিন গাৰ্গৰ জীৱনৰ মূল্য মাত্ৰ ৫০ হাজাৰ টকা? মুকলি আকাশৰ তললৈ আহিল সন্দীপন গাৰ্গ!

জুবিন গাৰ্গৰ জীৱনৰ মূল্য মাত্ৰ ৫০ হাজাৰ টকা? মুকলি আকাশৰ তললৈ আহিল সন্দীপন গাৰ্গ!

October 16, 2026 4:27 pm
তিৰংগা সমদলৰ পূৰ্বে অভিজিৎ দীপকৰ ঘৰত দিল্লী আৰক্ষী, বন্ধ ছেণ্ট্ৰেল পাৰ্ক; কি ঘটিছে দিল্লীত?

তিৰংগা সমদলৰ পূৰ্বে অভিজিৎ দীপকৰ ঘৰত দিল্লী আৰক্ষী, বন্ধ ছেণ্ট্ৰেল পাৰ্ক; কি ঘটিছে দিল্লীত?

October 16, 2026 3:55 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd