• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অ’মিক্ৰণৰ সৈতে যুঁজিবলৈ সাজু ৰাজ্যৰ স্বাস্থ্য বিভাগ; নৱবৰ্ষত আৰু কি পৰিকল্পনা? জনালে স্বাস্থ্যমন্ত্ৰীয়ে

জাহ্নৱী বৰুৱা, গুৱাহাটী by জাহ্নৱী বৰুৱা, গুৱাহাটী
December 31, 2021 12:55 pm
WhatsApp Image 2021-12-31 at 11.58.50 AM
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যখনৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই আজি এক সংবাদমেলযোগে ৰাজ্যখনৰ কোভিড পৰিস্থিতিৰ লগতে নতুন বছৰত স্বাস্থ্য বিভাগে গ্ৰহণ কৰা পৰিকল্পনাসমূহৰ বিষয়েও সদৰী কৰে।

জনসাধাৰণক ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা স্বাস্থ্য বিভাগৰ কোভিড যুঁজত অৰিহণা যোগোৱা সাংবাদিক সকলকো ধন্যবাদ জনায় স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই।

বিগত বৰ্ষটোৰ কোভিডৰ update দাঙি ধৰি স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে যে ৰাজ্যখনত মুঠ আক্ৰান্তৰ সংখ্যা হৈছে ৬২০৮৭৩ জন আৰু ইয়াৰে ৬১২২৮২জনে আৰোগ্য লাভ কৰাৰ বিপৰীতে ৬১৬৪জনে প্ৰাণ হেৰুৱাইছে।

Apply Now

কৰ’নাৰ নতুন ভেৰিয়েন্ট অ’মিক্ৰণৰ বাবে স্বাস্থ্য বভাগে গ্ৰহণ কৰা সতৰ্কতাৰ কথা জানিবলৈ দি স্বাস্থ্যমন্ত্ৰীয়ে কয় যে অসমৰ স্বাস্থ্য বিভাগ অ’মিক্ৰণৰ সৈতে যুঁজিবলৈ সম্পূৰ্ণ প্ৰস্তুত।

স্বাস্থ্যমন্ত্ৰীয়ে কয় যে ১৫-১৮ বছৰ বয়সৰ যুৱক-যুৱতীৰ বাবে স্কুল, কলেজ পৰ্যায়ত ভেকচিন আৰম্ভ হব অহা ৩ জানুৱাৰীৰ পৰা। এসপ্তাহৰ ভিতৰত সকলোকে ভেকচিন প্ৰদান কৰোৱাৰ নিৰ্দেশ দিয়া হৈছে। জিলা উপায়ুক্তসকলৰ জৰিয়তে ভেকচিনেশ্যন ড্ৰাইভ চলিব বুলি তেওঁ জানিবলৈ দিয়ে।

মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰীৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষা offline হব। গতিকে পৰীক্ষাৰ পূৰ্বে সকলোকে ভেকচিন গ্ৰহণৰ আহ্বান জনায় স্বাস্থমন্ত্ৰীয়ে।

স্বাস্থ্যমন্ত্ৰী মহন্তই জানিবলৈ দিয়ে যে ২কোটি ১৭ লাখ লোকক ভেকচিনৰ প্ৰথম ড’জ দিয়া হৈছে আৰু দ্বিতীয় ড’জ লাভ কৰিছে ১কোটি ৫৮লাখ লোকে। সেইদৰে, মুঠ ৩কোটি ৭৫লাখ লোকে কোভিড ভেকচিন লাভ কৰিছে।

স্বাস্থ্যমন্ত্ৰীয়ে জানিবলৈ দিয়া মতে ৰাজ্যত মুঠ ১৬০০ আইচিইউ আছে আৰু ইয়াৰে ১০০০টা আইচিইউ কোভিডৰ বাবে আৰু বাকী ৬০০আইচিইউ সাধাৰণৰ বাবে ৰখা হৈছে।

সেইদৰে, অকক্সিজেন বেড আছে ২৬০০খন আৰু সাধাৰণ বেডৰ সংখ্যা ৯০০০খন। কম দিনৰ ভিতৰতে আন ২৫০০০খন বেড সাজু হ’ব বুলিও তেওঁ জানিবলৈ দিয়ে।

স্বাস্থ্যমন্ত্ৰী মহন্তই লগতে জনায় যে ৰাজ্যত অসমীয়া নৱবৰ্ষৰ সময়ত অসমবাসীয়ে ৮খন নতুন কেন্সাৰ হাস্পাতাল উপহাৰ পাব।

তেওঁ কয় যে নৱবৰ্ষত ৪৬০০খন উপ স্বাস্থ্যকেন্দ্ৰক স্বাস্থ্য ও আৰোগ্য কেন্দ্ৰলৈ ৰূপান্তৰ কৰা হ’ব। ইয়াত ৬খন বেডৰ সুবিধা থাকিব।

স্বাস্থ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে যে ৰাজ্যত ৬৫৯০০জন লোকে অটল অমৃত যোজনাৰ সুবিধা লাভ কৰিছে। সেইদৰে, ১৯৮১জন শিশুক মিছন স্মাইলৰ সুবিধা প্ৰদান কৰা হৈছে।

তেওঁ লগতে জনায় যে গুৱাহাটীত এখন নতুন মেডিকেল কলেজ হব। কালাপাহাৰত স্থাপন হব এই নতুন মেডিকেল কলেজখন। আনহাতে, MMCH ক super speciality hospital হিচাপে নিৰ্মাণ কৰা হব।

আনহাতে স্বাস্থ্যমন্ত্ৰীয়ে স্বাস্থ্য বিভাগৰ বুষ্টাৰ ড’জ প্ৰদান কৰাৰ পৰিকল্পনাৰ কথাও সদৰী কৰে। ৬০ বছৰৰ বৰ্ষৰ উৰ্ধৰ লোকক প্ৰদান কৰা হব এই বুষ্টাৰ ড’জ। স্বাস্থ্য বিভাগৰ কৰ্মচাৰীসকলক প্ৰথমে প্ৰদান কৰা হব এই বুষ্টাৰ ড’জ।

জাহ্নৱী বৰুৱা, গুৱাহাটী

জাহ্নৱী বৰুৱা, গুৱাহাটী

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd