• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কাচদহাত ম’ডেল বি টি চিৰ নগ্নৰূপ : জৰাজীৰ্ণ অৱস্থাত দক্ষিণ কাচদহাৰ পথ, কালভাৰ্ট

NE NOW NEWS ইয়াছিন আলী
কোকিলা , October 3, 2018 6:48 am

1 min read

Broken Culvert
290
VIEWS
Share on FacebookShare on Twitter
ৰাজ্যৰ আন আন প্ৰান্তৰ লগতে উন্নয়নৰ ফোপোলা স্বৰূপ দেখা গৈছে চিৰাং জিলাৰ বিজনী মহকুমা তথা মাণিকপুৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত দক্ষিণ কাচদহা গাৱঁতো|
বি টি চিৰ চাৰিখন জিলা লৈ সদায় ম’ডেল বি টি চিৰ সপোন দেখুৱাই থকা ৰাজ্যৰ শাসনাধিষ্ঠিত পৰিৱৰ্তনকামী চৰকাৰৰ অন্যতম অংশীদাৰ বি পি এফ দলৰ দৃষ্টিগোচৰ হোৱা নাই দীৰ্ঘদিন ধৰি ভগ্ন আৰু জৰাজীৰ্ণ অৱস্থাত থকা কালভাৰ্ট আৰু দক্ষিণ কাচদহা তিনি আলিৰ পৰা ভাণ্ডাৰা সংলগ্ন পথটো |
যোৱা কেইমাহ মান আগত বানপানীৰ ফলত ৰাস্তাটোৰ দুই তৃতীয়াংশ ভাগি প্ৰকাণ্ড গাঁতৰ সৃষ্টি হোৱাত গাওঁবাসীয়ে দীৰ্ঘদিন ধৰি জীয়াতু ভুগি আহিছে।
পথটোৰে দিনত যেন-তেন কৰি অহা-যোৱা কৰি থাকিলেও ৰাতি এই গাঁতবোৰত পৰি পথচাৰী দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ সম্ভাৱনা প্ৰৱল| গাওঁবাসীয়ে ক্ষোভ উজাৰি কয় যে দীৰ্ঘদিন ধৰি দক্ষিণ কাচদহা তিনি আলিৰ পৰা ভাণ্ডাৰা সংলগ্ন ৰাস্তাটোত শিল নেপেলোৱাত এজাক বৰষুণতে কদৰ্যময় হৈ পৰে। স্থানীয় ৰাইজে স্থানীয় বিধায়ক আৰু এম চি এল এৰ দাবী জনাইছে যাতে
এই পথটো আৰু ইয়াৰ ওপৰত থকা কালভাৰ্ট অতি শীঘ্ৰে নিৰ্মাণ কৰি দিয়ে।

Recent News

94355452_10157511895548983_6137327993321684992_o-750x375

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিৱসাগৰত বিতৰণ কৰিব স্বামী বিবেকানন্দ যুৱ সৱলীকৰণ যোজনা অনুমোদন পত্ৰ

ULFA flag

গণৰাজ্য দিৱসত গোলাঘাটতত আলফা স্বাধীনৰ পতাকা

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

ভাৰতীয় দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু; মোহন বাগানৰ শোকপ্ৰকাশ

ভাৰতীয় দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু; মোহন বাগানৰ শোকপ্ৰকাশ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd