• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নিৰ্বাচনৰ পূৰ্বেই অস্বস্তিত আমেৰিকাৰ ৰাষ্ট্ৰপতি; পুত্ৰৰ কুকীৰ্তিত বিৰাট সংকটত জো বাইডেন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 15, 2023 11:54 am
আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেন আৰু পুত্ৰ হান্টাৰ বাইডেন। ফটো: সংগ্ৰহীত।

আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেন আৰু পুত্ৰ হান্টাৰ বাইডেন। ফটো: সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সন্মুখত ৰাষ্ট্ৰপতি নিৰ্বাচন। তাৰ আগতে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেন ডাঙৰ বিপদত পৰিছে। বন্দুক সৰবৰাহৰ গোচৰত অপৰাধমূলক গোচৰত অভিযুক্ত হৈছে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনৰ পুত্ৰ হাণ্টাৰ বাইডেন। এই বিষয়টোক লৈ আমেৰিকাত তোলপাৰ লাগিছে।

ড্ৰাগছৰ প্ৰভাৱত আগ্নেয়াস্ত্ৰ ৰখাকে ধৰি মুঠ তিনিটা অভিযোগত দোষী সাব্যস্ত হয় জো বাইডেনৰ পুত্ৰ। অৱশ্যে হাণ্টাৰে এই সকলো অভিযোগ অস্বীকাৰ কৰিছে।

ইয়াৰ পূৰ্বে আমেৰিকাৰ সংসদৰ অধ্যক্ষ কেভিন মেককাৰ্থীয়ে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনৰ বিৰুদ্ধে মহাভিযোগৰ তদন্তৰ কথা ঘোষণা কৰে। বিশেষজ্ঞসকলৰ মতে পুত্ৰ হাণ্টাৰ দোষী সাব্যস্ত হোৱাৰ পিছত অৱশ্যে জো বাইডেনৰ সমস্যা আৰু বাঢ়িব।

Apply Now

লগতে পঢ়ক: মাজনিশাৰ কঠিন পৰীক্ষা! সুকলমে উত্তীৰ্ণ হৈ পুনৰ নিজৰ লক্ষ্যত আগবাঢ়িল ইছৰোৰ আদিত্য-এল১

এগৰাকী বন্দুক ব্যৱসায়ীক প্ৰতাৰণা কৰি বন্দুক বিক্ৰী কৰাৰ অভিযোগত দোষী সাব্যস্ত হৈছে হাণ্টাৰ বাইডেন। এই ঘটনা সন্দৰ্ভত দীৰ্ঘদিন ধৰি হাণ্টাৰৰ বিৰুদ্ধে তদন্ত চলি আছে। এই ঘটনাৰ বাবে ডাঙৰ বিপদত পৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেন।

সংবাদ সংস্থাই প্ৰকাশ কৰা বাতৰি অনুসৰি হাণ্টাৰৰ বিৰুদ্ধে অভিযোগ ডেলাৱেৰৰ আমেৰিকাৰ জিলা আদালতত দাখিল কৰা হৈছে। ২০১৮ চনত বন্দুক কিনাৰ সময়ত হাণ্টাৰ বাইডেনে ড্ৰাগছ সেৱন কৰাৰ অভিযোগ উত্থাপন হৈছে।

লগতে পঢ়ক: দেশৰ ১৪ গৰাকী বাতৰি উপস্থাপকক বৰ্জনৰ সিদ্ধান্ত ইণ্ডিয়া মিত্ৰজোঁটৰ; তালিকাত কোন কোন?

কোৱা বাহুল্য যে হাণ্টাৰৰ বিৰুদ্ধে উত্থাপিত অভিযোগে ২০২৪ চনৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰচাৰত ধুমুহাৰ সৃষ্টি কৰিব। ৰিপাব্লিকান দলৰ প্ৰাৰ্থী ড’নাল্ড ট্ৰাম্পে জো বাইডেনৰ বিৰুদ্ধে নিৰ্বাচনী প্ৰচাৰত এই অভিযোগক ট্ৰাম্প কাৰ্ড হিচাপে ব্যৱহাৰ কৰিব পাৰে। অৱশ্যে তেওঁ নিজেই চাৰিটা অপৰাধমূলক গোচৰৰ সন্মুখীন হৈছে।

বাতৰি মতে, ন্যায় বিভাগে আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ পুত্ৰ হাণ্টাৰ বাইডেনক ড্ৰাগছ আসক্তি আৰু অবৈধ অস্ত্ৰ ৰখাৰ তিনিটা গোচৰত দোষী সাব্যস্ত কৰিছে। এই গোচৰত হাণ্টাৰ বাইডেনৰ সৰ্বাধিক ২৫ বছৰৰ কাৰাদণ্ডৰ সন্মুখীন হ’ব পাৰে। ইয়াৰ পূৰ্বে তেওঁৰ বিৰুদ্ধে কেইবাটাও গোচৰ আছে। হাণ্টাৰ বাইডেনৰ বিৰুদ্ধে জালিয়াতিৰ গোচৰো আছে। হাণ্টাৰৰ বিৰুদ্ধে কৰ জালিয়াতি আৰু ড্ৰাগছৰ বিষয়ে মিছা কথা কোৱাৰ অভিযোগো আছে।

লগতে পঢ়ক: Asia Cup: শ্ৰীলংকাৰ হাততো পৰাস্ত পাকিস্তান; এছিয়া কাপৰ ফাইনেলত ভাৰত-শ্ৰীলংকাৰ মহাৰণ

মঙলবাৰে আমেৰিকাৰ সদনৰ অধ্যক্ষ কেভিন মেককাৰ্থীয়ে ৰাষ্ট্ৰপতি বাইডেনৰ বিৰুদ্ধে মহাভিযোগৰ তদন্তৰ নিৰ্দেশ দিয়ে। আমেৰিকাৰ সংবাদ মাধ্যমৰ বাতৰি অনুসৰি মেককাৰ্থীয়ে বাইডেন পৰিয়ালৰ ব্যৱসায়িক লেনদেনৰ তদন্তৰ নিৰ্দেশ দিছে। ২০০৯ চনৰ পৰা ২০১৭ চনলৈকে আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি হৈ থকাৰ সময়তে বাইডেনে নিজৰ পুত্ৰ হাণ্টাৰ বাইডেনক বিদেশী ব্যৱসায়িক লেনদেনত বিশেষাধিকাৰ দিয়াৰ অভিযোগ উত্থাপন হৈছে। অৱশ্যে হোয়াইট হাউছে এই তদন্তৰ বিৰোধিতা কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আইনী জটিলতাত আৱদ্ধ! আদানীৰ বিৰুদ্ধে গোচৰ খাৰিজ কৰিবলৈ অস্বীকাৰ নিউয়ৰ্কৰ আদালতৰ

আইনী জটিলতাত আৱদ্ধ! আদানীৰ বিৰুদ্ধে গোচৰ খাৰিজ কৰিবলৈ অস্বীকাৰ নিউয়ৰ্কৰ আদালতৰ

June 28, 2026 12:33 pm
ফ্ৰী কিকত দুৰ্দান্ত গ’ল মেছিৰ, গঢ়িলে বিশ্ব অভিলেখ; জৰ্ডানক ৩-১ গ’লত পৰাস্ত কৰিলে আৰ্জেণ্টিনাই

ফ্ৰী কিকত দুৰ্দান্ত গ’ল মেছিৰ, গঢ়িলে বিশ্ব অভিলেখ; জৰ্ডানক ৩-১ গ’লত পৰাস্ত কৰিলে আৰ্জেণ্টিনাই

June 28, 2026 11:22 am
‘বিয়া ভঙাতকৈ হত্যা কৰাটো সহজ আছিল!’ কেতন হত্যাকাণ্ডৰ ঘটনাত যুৱতীৰ ভাষ্যত স্তম্ভিত আৰক্ষীও

‘বিয়া ভঙাতকৈ হত্যা কৰাটো সহজ আছিল!’ কেতন হত্যাকাণ্ডৰ ঘটনাত যুৱতীৰ ভাষ্যত স্তম্ভিত আৰক্ষীও

June 28, 2026 10:15 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

June 28, 2026 9:15 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আইনী জটিলতাত আৱদ্ধ! আদানীৰ বিৰুদ্ধে গোচৰ খাৰিজ কৰিবলৈ অস্বীকাৰ নিউয়ৰ্কৰ আদালতৰ

আইনী জটিলতাত আৱদ্ধ! আদানীৰ বিৰুদ্ধে গোচৰ খাৰিজ কৰিবলৈ অস্বীকাৰ নিউয়ৰ্কৰ আদালতৰ

June 28, 2026 12:33 pm
ফ্ৰী কিকত দুৰ্দান্ত গ’ল মেছিৰ, গঢ়িলে বিশ্ব অভিলেখ; জৰ্ডানক ৩-১ গ’লত পৰাস্ত কৰিলে আৰ্জেণ্টিনাই

ফ্ৰী কিকত দুৰ্দান্ত গ’ল মেছিৰ, গঢ়িলে বিশ্ব অভিলেখ; জৰ্ডানক ৩-১ গ’লত পৰাস্ত কৰিলে আৰ্জেণ্টিনাই

June 28, 2026 11:22 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd