• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

সাৱধান! ২০২০ত আপুনি মনত ৰাখিব লগীয়া আটাইতকৈ গুৰত্বপূৰ্ণ কাম হ’ল এইটো

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 30, 2019 11:39 am

1 min read

সাৱধান! ২০২০ত আপুনি মনত ৰাখিব লগীয়া আটাইতকৈ গুৰত্বপূৰ্ণ কাম হ’ল এইটো
3.8k
VIEWS
Share on FacebookShare on Twitter

সময় গতিশীল। চাওঁতে চাওঁতে ২০১৯ বৰ্ষটো গৈ ২০২০ আহিবৰ হ’ল আৰু দুটা দিনৰ পিছতে অহিব ২০২০ বৰ্ষ। কিন্তু সাৱধান ২০২০ বৰ্ষটোত সাৱধানতা অৱলম্বন কৰিবলগীয়া এটা অতি গুৰুত্বপূৰ্ণ কথা আছে।

সাৱধানতা অৱলম্বন কৰিব লগীয়া কথাটো হৈছে ২০২০ চনত আপুনি যিকোন নথি-পত্ৰত চহী কৰোতে বছৰটো সম্পূৰ্ণ ২০২০ বুলি লিখিব লাগিব। যেনে ৩১/০১/২০২০ বুলি লিখিব লাগিব, ৩১/০১/২০ বুলি লিখিলে নহ’ব।

আমি সাধাৰণতে যি কোনো নথি-পত্ৰত চহী কৰোতে ৩১/১২/’১৯ বুলি লিখো কিন্তু নতুন বছৰটোত আপুনি সম্পূৰ্ণ ২০২০ বুলি লিখিব লাগিব। কাৰণ যদি আপুনি ৩১/০১/২০ বুলি লিখে তেতিয়া আপুনি লিখাটো কোনোৱে অতি সহজতে ৩১/০১/২০ টো ৩১/০১/২০১৯ বা ৩১/০১/২০০০ এইধৰণেৰে বছৰটো সলনি কৰি দি আপোনাক অসুবিধাত পেলোৱাৰ সম্ভাৱনা থাকিব।

এই সমস্যাটো কেৱল ২০২০ চনৰ বাবেহে। কতো বছৰটো অকল ২০ বুলি নিলিখিব অথবা আনৰপৰাও বছৰটো ২০ বুলি লিখা নথি-পত্ৰ গ্ৰহণ নকৰিব।

Recent News

TOI-561b

সৌৰজগতৰ বাহিৰত নতুন গ্ৰহৰ সন্ধান! পৃথিৱীৰ সৈতে ইয়াক কিদৰে তুলনা কৰিছে বিজ্ঞানীয়ে?

Dilip Saikia

জয়ৰ সম্ভাৱনা থকা প্ৰাৰ্থীয়েহে পাব টিকট: বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া

WhatsApp Image 2021-01-19 at 8.59.32 AM

মাজনিশা মৰ্মান্তিক দুৰ্ঘটনা! ফুটপাথত শুই থকা শ্ৰমিকক মহটিয়াই নিলে ট্ৰাকে; মৃত ১৫জন

950658-740749-amou-haji

গাত ধূলি-বালি সানি গা-নুধুৱাকৈয়ে সুস্থ শৰীৰে ৬৫বছৰ পাৰ কৰিলে এইগৰাকী লোকে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd