• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home শীর্ষ সংবাদ

গোচৰ নিষ্পত্তিৰ বাবে ন্যায়াধীশে বিচাৰিলে ৫ লাখ টকাৰ ঘোচ : অভিযোগ অভিযুক্তৰ পিতৃৰ

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
December 16, 2024 6:00 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এইবাৰ ন্যায়দাতা ন্যায়াধীশৰ বিৰুদ্ধে উত্থাপন হৈছে ভয়ংকৰ অভিযোগ। গোচৰ নিষ্পত্তিৰ বাবে ন্যায়াধীশে অভিযুক্তৰ পিতৃৰ পৰা ধন দাবী কৰাৰ অভিযোগ উত্থাপন হৈছে। খোদ অভিযুক্তৰ পিতৃয়ে উত্থাপন কৰিছে এই অভিযোগ।

এই বিস্ফোৰক দাবী কৰিছে এগৰাকী মৃত অভিযন্তা অতুল সুভাষৰ পিতৃয়ে। অতুলৰ পিতৃয়ে কয় যে তেওঁৰ পুত্ৰৰ বিৰুদ্ধে কেইবাটাও গোচৰ আছে। যাৰ বাবে তেওঁ দিশহাৰা হৈ আত্মহত্যা কৰে।

Apply Now

উল্লেখ্য যে যোৱা ৯ ডিচেম্বৰত পত্নী আৰু পৰিয়ালক নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰি ২৪ পৃষ্ঠাৰ আত্মহত্যাৰ টোকা লিখি আত্মহত্যা কৰিছিল অতুলে।

অতুল কৰ্মসূত্ৰে বাংগালুৰুত বাস কৰিছিল। এটা তথ্য প্ৰযুক্তি কোম্পানীত তেওঁ জেনেৰেল মেনেজাৰ আছিল। তেওঁৰ পিতৃ-মাতৃ বিহাৰত থাকে।

অতুলৰ পিতৃয়ে সংবাদ মাধ্যমক জনোৱা মতে অতুলৰ পত্নী নিকিতা সিংঘনিয়াই অতুল আৰু অতুলৰ পৰিয়ালৰ বিৰুদ্ধে কেইবাটাও মিছা গোচৰ দিছিল। সেই গোচৰবোৰ আদালতত বিচাৰাধীন আছিল।

অতুলৰ পিতৃ পৱন কুমাৰে অভিযোগ কৰে যে নিকিতাই ২০২১ চনৰ জানুৱাৰী মাহৰ পৰা এই গোচৰবোৰ দিবলৈ আৰম্ভ কৰিছিল। যাৰ বাবে অতুল মানসিকভাবে ভাগি পৰিছিল।

ইয়াৰ পিছত তেওঁ ন্যায়াধীশে ধন দাবী কৰাৰ বিষয়টো উত্থাপন কৰে। অতুলৰ পিতৃয়ে কয় যে আদালতত মধ্যস্থতাৰ কথা উত্থাপন হৈছিল। আদালতে গোচৰটো নিষ্পত্তিৰ বাবে মধ্যস্থতা কৰিবলৈ ব্যক্তিগৰাকীৰ পৰা ধন দাবী কৰে।

অভিযোগ অনুসৰি, প্ৰথমে ন্যায়াধীশে ২০ হাজাৰ টকা দাবী কৰে। তাৰপিছত আকৌ ৪০ হাজাৰ টকা বিচাৰে। ইয়াৰ পিছত ন্যায়াধীশ গৰাকীয়ে কয় যে সমস্যাটো সমাধানৰ বাবে কমেও পাঁচ লাখ টকা দিব লাগিব।

উল্লেখ্য যে নিকিতা আৰু তেওঁৰ পৰিয়াল উত্তৰ প্ৰদেশৰ জৌনপুৰত থাকে। ইতিমধ্যে বেংগালুৰু আৰক্ষীৰ চাৰিজনীয়া এটা দলে অতুলৰ আত্মহত্যাৰ গোচৰৰ তদন্তৰ বাবে জৌনপুৰৰ নিকিতাৰ ঘৰত উপস্থিত হৈ নিকিতা আৰু তেওঁৰ পৰিয়ালৰ লোকক জেৰা কৰে।

যোৱা ৯ ডিচেম্বৰৰ পুৱতি নিশা ৩৪ বছৰীয়া অতুলে নিজৰ ঘৰত চিপ লৈ আত্মহত্যা কৰে। আত্মহত্যা কৰাৰ পূৰ্বে তেওঁ এটা ৯০ মিনিটৰ ভিডিঅ’ নিৰ্মাণ কৰিছিল। লগতে, ২৪ পৃষ্ঠাৰ এখন ছুইচাইড নোটো লিখিছিল। ভিডিঅ’ আৰু ছুইচাইড নোটত উল্লেখ কৰা অনুসৰি আদালতত বিবাহ বিচ্ছেদৰ কাৰ্য্যবিধিৰ সময়ত তেওঁৰ পত্নী নিকিতা সিংহানিয়াই তেওঁক আত্মহত্যা কৰিবলৈ উৎসাহিত কৰিছিল।

মৃতকৰ ভাতৃ বিকাশ কুমাৰে জনোৱা মতে, ৮ মাহ পূৰ্বে অতুল আৰু তেওঁৰ পত্নীয়ে পৃথকে পৃথকে থাকিবলৈ আৰম্ভ কৰিছিল অতুলৰ বিৰুদ্ধে হত্যাৰ চেষ্টা, ধনৰ বাবে হাৰাশাস্তি, ঘৰুৱা হিংসা, ধনৰ দাবী আদি মুঠ ৯টা ভুৱা গোচৰ ৰুজু কৰা হৈছিল। আনকি তেওঁৰ পত্নীয়ে অভিযোগ প্ৰত্যাহাৰ কৰিবলৈ ৩ কোটি টকা দাবী কৰিছিল। বিকাশৰ মতে, এই ঘটনাৰ পিছত তেওঁৰ ভাতৃ মানসিক আৰু শাৰীৰিকভাৱে বিধ্বস্ত হৈ পৰিছিল। জানিব পৰা মতে, আৰক্ষীয়ে ইতিমধ্যে অতুলৰ পত্নীক গ্ৰেপ্তাৰ কৰিছে।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ড্ৰোন আক্ৰমণত দাউদাউকৈ জ্বলি উঠিল লাইবেৰিয়াৰ জাহাজ! কথমপি প্ৰাণ ৰক্ষা ২৩ গৰাকী ভাৰতীয়ৰ

ড্ৰোন আক্ৰমণত দাউদাউকৈ জ্বলি উঠিল লাইবেৰিয়াৰ জাহাজ! কথমপি প্ৰাণ ৰক্ষা ২৩ গৰাকী ভাৰতীয়ৰ

October 7, 2026 1:15 pm
প্ৰতিৰক্ষাৰ গোপন তথ্য পাকিস্তানৰ হাতত! দেশজুৰি ‘অপাৰেচন ফায়াৰৱাল ২০২৬’

প্ৰতিৰক্ষাৰ গোপন তথ্য পাকিস্তানৰ হাতত! দেশজুৰি ‘অপাৰেচন ফায়াৰৱাল ২০২৬’

October 7, 2026 11:52 am
বিধায়িনী সংখ্যাগৰিষ্ঠতাৰ ভিত্তিত প্ৰতীক আৱণ্টন কিমান নিৰাপদ? শিৱসেনা গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন

বিধায়িনী সংখ্যাগৰিষ্ঠতাৰ ভিত্তিত প্ৰতীক আৱণ্টন কিমান নিৰাপদ? শিৱসেনা গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন

October 7, 2026 10:07 am
“প্ৰাধিকৃত প্ৰতিনিধি অবিহনে সাক্ষাৎ অসম্ভৱ”: ৰাহুল গান্ধীক কিয় লগ নকৰিলে নিৰ্বাচন আয়োগে?

“প্ৰাধিকৃত প্ৰতিনিধি অবিহনে সাক্ষাৎ অসম্ভৱ”: ৰাহুল গান্ধীক কিয় লগ নকৰিলে নিৰ্বাচন আয়োগে?

October 7, 2026 8:38 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ড্ৰোন আক্ৰমণত দাউদাউকৈ জ্বলি উঠিল লাইবেৰিয়াৰ জাহাজ! কথমপি প্ৰাণ ৰক্ষা ২৩ গৰাকী ভাৰতীয়ৰ

ড্ৰোন আক্ৰমণত দাউদাউকৈ জ্বলি উঠিল লাইবেৰিয়াৰ জাহাজ! কথমপি প্ৰাণ ৰক্ষা ২৩ গৰাকী ভাৰতীয়ৰ

October 7, 2026 1:15 pm
প্ৰতিৰক্ষাৰ গোপন তথ্য পাকিস্তানৰ হাতত! দেশজুৰি ‘অপাৰেচন ফায়াৰৱাল ২০২৬’

প্ৰতিৰক্ষাৰ গোপন তথ্য পাকিস্তানৰ হাতত! দেশজুৰি ‘অপাৰেচন ফায়াৰৱাল ২০২৬’

October 7, 2026 11:52 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd