DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 24, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

ল’কডাউনৰ সময়ত টিভি দৰ্শকৰ বাবে উভতি অহাৰ প্ৰস্তুতি চলাইছে ‘দ্যা কপিল শৰ্মা শ্ব’’ই

এন ই নাও নিউজ by এন ই নাও নিউজ
April 10, 2020 5:56 pm
Story-12-6-1140x570

কপিল শৰ্মা

723
VIEWS
Share on FacebookShare on Twitter

ল’কডাউনৰ সময়ত দৰ্শক নোহোৱাকৈ কপিল শৰ্মাই তেওঁৰ জনপ্ৰিয় ধাৰাবাহিক ‘দ্যা কপিল শৰ্মা শ্ব’’ৰ নতুন খণ্ডৰ বাবে শ্বুটিং আৰম্ভ কৰিব।

‘‘ধাৰাবাহিক খনৰ প্ৰযোজকে অনুষ্ঠানটোত কোনো লাইভ দৰ্শক নোহোৱাকৈ ধাৰাবাহিকখনৰ নতুন খণ্ডৰ শ্বুটিং কৰিব আৰু কপিল শৰ্মাই তেওঁৰ ঘৰৰ ভিতৰত থাকিয়ে শ্বুটিং সম্পূৰ্ণ কৰিব,’’ বলিউদ হাংগামাত প্ৰকাশিত এটা বাতৰিত এইদৰে প্ৰকাশ পাইছে।

ক’ৰ’না ভাইৰাছৰ বাবে আমেৰিকাৰ জনপ্ৰিয় টিভি অনুষ্ঠানৰ পৰিচালক জিমি ফেল’ন, জিমি কিম্মেল আৰু এলেন দেজেনাৰে দৰ্শক নোহোৱাকৈ অনুষ্ঠান পৰিবেশনৰ ব্যৱস্থা কৰিছে বুলি বলিউদ হাংগামাই উল্লেখ কৰিছে।

আমেৰিকাৰ এই জনপ্ৰিয় অনুষ্ঠান কেইটাৰ পৰিচালক সকলে ঘৰতে নতুন অনুষ্ঠানৰ শ্বুটিং আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে আৰু ভাৰতৰ জনপ্ৰিয় টিভি ষ্টাৰ কপিল শৰ্মায়ো তেওঁলোকক অনুকৰণ কৰাৰ সম্ভাৱনা আছে।

উল্লেখযোগ্য যে, অলপতে কপিল শৰ্মাই ল’কডাউনক প্ৰশংসা কৰি ল’কডাউনৰ ফলত তেওঁ পৰিয়ালৰ সৈতে মধুৰ সময় অতিবাহিত কৰিবলৈ সক্ষম হৈছে বুলি কৈছিল।

Tags: COVID-19

Recent News

শোপনিকুছিৰ যুৱক জাহাংগীৰৰ জিএমচিএইচত মৃত্যু; বন্ধুৱে হত্যা কৰাৰ অভিযোগ পৰিয়ালৰ

শোপনিকুছিৰ যুৱক জাহাংগীৰৰ জিএমচিএইচত মৃত্যু; বন্ধুৱে হত্যা কৰাৰ অভিযোগ পৰিয়ালৰ

Global Economy: দ্বিতীয় বিশ্বযুদ্ধৰ পিছত আটাইতকৈ বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে বিশ্ব অৰ্থনীতি: আইএমএফ

Global Economy: দ্বিতীয় বিশ্বযুদ্ধৰ পিছত আটাইতকৈ বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে বিশ্ব অৰ্থনীতি: আইএমএফ

‘জিম্মাত মৃত্যু’ ঘটা ছফিকুলৰ পত্নী, আন চাৰিজনৰ বিৰুদ্ধে UAPAত গোচৰ অসম আৰক্ষীৰ

‘জিম্মাত মৃত্যু’ ঘটা ছফিকুলৰ পত্নী, আন চাৰিজনৰ বিৰুদ্ধে UAPAত গোচৰ অসম আৰক্ষীৰ

কলিয়াবৰত ভয়াৱহ পথ দুৰ্ঘটনা; মহিলাসহ দুজনৰ মৃত্যু, গুৰুতৰভাৱে আহত ৫ জন

কলিয়াবৰত ভয়াৱহ পথ দুৰ্ঘটনা; মহিলাসহ দুজনৰ মৃত্যু, গুৰুতৰভাৱে আহত ৫ জন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd