• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

তিনিদিনীয়া কাৰ্যসূচীৰে সদ্যঃপ্ৰয়াত ভান্তে বাবা গুণাৱান্তা মহাথেৰৰ অন্ত্যেষ্টিক্ৰিয়াৰ ‘পয় লেং’

মানস প্ৰতিম গগৈ by মানস প্ৰতিম গগৈ
December 20, 2018 6:15 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজিৰে পৰা তিনিদিনীয়া কাৰ্য্যসূচীৰে লিডুৰ সদ্যঃপ্ৰয়াত ভান্তে বাবা গুণাৱান্তা মহাথেৰৰ ধৰ্মীয় অন্ত্যেষ্টিক্ৰিয়াৰ আনুষ্ঠানিকতা ‘পয় লেং’ আৰম্ভ হৈছে৷ এই অনুষ্ঠানলৈ দেশ-বিদেশৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে গুণগ্ৰাহী৷

আজি পৰা অনুষ্ঠিত হোৱা ‘পয় লেং’ অনুষ্ঠানৰ জৰিয়তে অহা ২৩ ডিচেম্বৰত দিনৰ ২বজাত ধৰ্মীয় অন্ত্যেষ্টিক্ৰিয়াৰ আনুষ্ঠানিকতা সম্পন্ন হ’ব৷ আজি পুৱা মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মাই সদ্যঃপ্ৰয়াত ধৰ্মগুৰু জনাৰ প্ৰতিচ্ছবিত বন্তিপ্ৰজ্বলনেৰে কাৰ্য্যসূচী শুভাৰম্ভ কৰে।

Apply Now

উল্লেখযোগ্য যে ১০ নৱেম্বৰত গুনাৱান্তা মহাথেৰৰ দেহাৱসান ঘটাৰ পাছত বৌদ্ধ মন্দিৰৰ চৌহদত নিৰ্বান গৃহত ৰখা হৈছে বৌদ্ধ ধৰ্ম গুৰু গৰাকীৰ মৃতদেহ৷ আজিৰে পৰা বৌদ্ধ ধৰ্ম গুৰু গুনাৱান্তা মহাথেৰৰ মূল ধৰ্মীয় অন্ত্যেষ্টিক্ৰিয়াৰ আনুষ্ঠানিকতা ’পয় লেং’ তিনিদিনীয়া বিশাল কাৰ্যসূচীৰে ঐতিহাসিক লিডুৰ মৌংলাং খামতি গাঁৱত অৱস্থিত বৌদ্ধ বিহাৰৰ প্ৰাংগণত অনুষ্ঠিত হৈছে৷

গুনাৱান্তা মহাথেৰ বৌদ্ধ মিছনৰ সদস্য হিচাপে ১৯৫৩ চনত ভাৰতলৈ আহিছিল৷ ১২ নৱেম্বৰত বিশাল কাৰ্যসূচীৰে তেওঁৰ জন্ম বাৰ্ষিকী আয়োজন চলি থকাৰ মাজতে বাৰ্ধক্য জনিত ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা লিডুৰ মৌংলাং খামতি বৌদ্ধ বিহাৰৰ বিহাৰাধ্যক্ষ গৰাকীয়ে ১০ নৱেম্বৰত ৯৯বছৰ বয়সত ইহলীলা সম্বৰণ কৰে৷

শতবৰ্ষলে মাজত মাত্ৰ দুটা দিন থকা অৱস্থাত ধৰ্ম গুৰুজনাৰ মৃত্যুত ভক্ত সকলৰ লগতে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ বৌদ্ধধৰ্মালম্বী লোক সকলৰ মাজত শোকাকুল পৰিবেশ বিৰাজ কৰিছিল৷ ৭ দিন ভান্তেৰ মৃতদেহ দেশে-বিদেশে থকা তেওঁৰ গুণমুগ্ধৰ অন্তিম দৰ্শনৰ বাবে মৌংলাং খামতি বৌদ্ধ বিহাৰত ৰখাৰ পাছত ১৬ নৱেম্বৰত ধৰ্মীয় পৰম্পৰাৰে মন্দিৰৰ চৌহদত নিৰ্মিত নিৰ্বান গৃহলৈ নশ্বৰ দেহ স্থানান্তৰ কৰা হৈছিল৷

মানস প্ৰতিম গগৈ

মানস প্ৰতিম গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হিন্দু ধৰ্ম আৰু হিন্দুত্ব (বহুত্ববাদী ধৰ্মীয় দৰ্শন, আৰু বৰ্জনৰ ৰাজনীতি)

হিন্দু ধৰ্ম আৰু হিন্দুত্ব (বহুত্ববাদী ধৰ্মীয় দৰ্শন, আৰু বৰ্জনৰ ৰাজনীতি)

October 2, 2026 6:45 am
শ্বুটিং ফ্ল’ৰত দুৰ্ঘটনাৰ বলি জনপ্ৰিয় অভিনেত্ৰী; চিকিৎসালয়ত ভৰ্তি, এতিয়া কেনে আছে নায়িকাগৰাকী?

শ্বুটিং ফ্ল’ৰত দুৰ্ঘটনাৰ বলি জনপ্ৰিয় অভিনেত্ৰী; চিকিৎসালয়ত ভৰ্তি, এতিয়া কেনে আছে নায়িকাগৰাকী?

October 1, 2026 8:59 pm
শ্বেয়াৰ বজাৰত বিশাল পতন, হোৰহোৰাই নামি গ’ল চেন্সেক্স! নিমিষতে অন্তৰ্ধান ৯ লাখ কোটি টকা

শ্বেয়াৰ বজাৰত বিশাল পতন, হোৰহোৰাই নামি গ’ল চেন্সেক্স! নিমিষতে অন্তৰ্ধান ৯ লাখ কোটি টকা

October 1, 2026 8:28 pm
বান সাহায্যৰ প্ৰতিশ্ৰুতি ভংগ: ২ অক্টোবৰৰ পৰা অখিল গগৈৰ অনিশ্চিতকালীন আন্দোলনৰ ঘোষণা

বান সাহায্যৰ প্ৰতিশ্ৰুতি ভংগ: ২ অক্টোবৰৰ পৰা অখিল গগৈৰ অনিশ্চিতকালীন আন্দোলনৰ ঘোষণা

October 1, 2026 7:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হিন্দু ধৰ্ম আৰু হিন্দুত্ব (বহুত্ববাদী ধৰ্মীয় দৰ্শন, আৰু বৰ্জনৰ ৰাজনীতি)

হিন্দু ধৰ্ম আৰু হিন্দুত্ব (বহুত্ববাদী ধৰ্মীয় দৰ্শন, আৰু বৰ্জনৰ ৰাজনীতি)

October 2, 2026 6:45 am
শ্বুটিং ফ্ল’ৰত দুৰ্ঘটনাৰ বলি জনপ্ৰিয় অভিনেত্ৰী; চিকিৎসালয়ত ভৰ্তি, এতিয়া কেনে আছে নায়িকাগৰাকী?

শ্বুটিং ফ্ল’ৰত দুৰ্ঘটনাৰ বলি জনপ্ৰিয় অভিনেত্ৰী; চিকিৎসালয়ত ভৰ্তি, এতিয়া কেনে আছে নায়িকাগৰাকী?

October 1, 2026 8:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd