• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 24, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

দেশৰ দীৰ্ঘতম দলং হোৱাৰ পথত ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’বলগীয়া ধুবুৰী-ফুলবাৰী দলং

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , November 9, 2018 8:12 am

1 min read

18942447
941
VIEWS
Share on FacebookShare on Twitter

দেশৰ দীৰ্ঘতম নদীৰ ওপৰত নিৰ্মিত দলঙৰ নতুন অভিলেখ গঢ়াৰ পথত আগবাঢ়িছে অসমৰ ধুবুৰীত ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’বলগীয়া ধুবুৰী-ফুলবাৰী প্ৰস্তাৱিত দলঙে। বৰ্তমান দেশৰ বিতৰতে দীৰ্ঘতম দলং হিচাপে পৰিচিত ধলা-শদিয়াৰ ভূপেন হাজৰিকা সেতুৰ অভিলেখ ই ভংগ কৰিব।

ধলা-শদিয়াৰ দৈৰ্ঘ ৯.১৫ কিলোমিটাৰ হোৱাৰ বিপৰীতে প্ৰস্তাৱিত ধুবুৰী-ফুলবাৰী দলংখনৰ দৈৰ্ঘ হ’ব ২০ কিলোমিটাৰ। দলংখনৰ নদী অংশত থাকিব ১২.৬ কিল’মিটাৰ। দলংখনৰ নিৰ্মাণৰ কাম কোন কোম্পানীক ন্যস্ত কৰা হ’ব সেইটো এতিয়াও চূড়ান্ত হোৱা নাই যদিও ইতিমধ্যে ডি পি আৰ প্ৰস্তুত হোৱা দলংখনৰ নিৰ্মাণ ২০২৬ চনৰ ভিতৰত সম্পূৰ্ণ হৈ উঠাৰ আশা কৰা হৈছে।

প্ৰস্তাৱিত ধুবুৰী-ফুলবাৰী দলঙৰ নিৰ্মাণকাৰ্য ৪ হেজাৰ কোটি টকা ধাৰ্য কৰা হৈছে যদিও এন এইচ আই ডি চি এল কৰ্তৃপক্ষই এই ব্যয় বৃদ্ধি পোৱাৰ কথা ব্যক্ত কৰিছে।

বৰ্তমান গংগাৰ ওপৰত নিৰ্মাণ হৈ থকা ১২.৫০ কিলোমিটাৰ দৈৰ্ঘৰ এখন দলঙে ধলা-শদিয়াৰ অভিলেখ ভংগ কৰিব যদিও ধুবুৰী-ফুলবাৰী দলং সম্পূৰ্ণ হোৱাৰ পাছত পুনৰ অসমতেই দেশৰ দীৰ্ঘতম দলংখনৰ অভিলেখ প্ৰতিষ্ঠা হ’ব।

উল্লেখযোগ্য যে ধুবুৰী আৰু বাংলাদেশ সীমান্তৱৰ্তী ফুলবাৰীৰ মাজত ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’বলগীয়া প্ৰস্তাৱিত দলংখনে অসম, মেঘালয়ৰ লগতে বাংলাদেশকো উপকৃত কৰিব। তদুপৰি, দলংখন নিৰ্মাণ হৈ উঠিলে ২০৩ কিল’মিটাৰ নদী পথ ২০ কিল’মিটাৰলৈ হ্ৰাস পাব।

Recent News

Deadbody

শিৱসাগৰত চাঞ্চল্য: প্ৰধানমন্ত্ৰীৰ সভাস্থলীৰ কাষতে উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

Modi-28

জেৰেঙাত মোদীৰ ভাষণৰ পৰা বাহিৰ হ’ল অসম চুক্তি, জনজাতিকৰণকে ধৰি বহুকেইটা প্ৰসংগ

IMG-20210123-WA0002

বৰপেটাত ৫০৩ জনৰ মাজত মাটিৰ পট্টা বিতৰণ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd