• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

দাবী পূৰণ নহ’লে অনিৰ্দিষ্টকালীন অসহযোগ আন্দোলনৰ হুংকাৰ সদৌ অমস মণ্ডল কাননগো সন্মিলনীৰ

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
October 5, 2018 9:00 pm
362
VIEWS
Share on FacebookShare on Twitter

সমগ্ৰ অসমৰ লগতে শিৱসাগৰ জিলাতো যোৱা ৩ অক্টোবৰৰ পৰা আৰম্ভ হোৱা দ্বিতীয় পৰ্যায়ৰ সদৌ অসম মণ্ডল কানন্গো সন্মিলনীৰ অসহযোগ কাৰ্যসূচী আজি তৃতীয় দিনাও অব্যাহত আছে।

আজি শিৱসাগৰ জিলা প্ৰশাসনৰ কৰ্মচাৰী পৰিষদে সদৌ অসম মণ্ডল কানন্গো সন্মিলনীৰ অসহযোগ কাৰ্যসূচীৰ নৈতিক সমৰ্থন জনাইছে বুলি পৰিষদৰ সভাপতি অনিল বৰা আৰু সম্পাদক জিতেন মিলিয়ে জানিবলৈ দিছে।

আনহাতে অসম চৰকাৰৰ ভুৱা প্ৰতিশ্ৰুতিৰ ফলত সদৌ অসম মণ্ডল কানন্গো সন্মিলনীৰ ন্যায্য প্ৰাপ্তীৰ দাবীত আৰম্ভ কৰা তিনিদিনীয়া অসহযোগৰ ফলত  শিৱসাগৰত ৰাজহ বিভাগৰ কাম কাজ সম্পূৰ্ণ ৰূপে স্তব্ধ হৈ পৰিছে। যাৰ বাবে জনসাধাৰণে বিভিন্ন সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে।

জানিব পৰা মতে অসম চৰকাৰে তেওঁলোকৰ ন্যায্য দাবীসমূহ পূৰণ কৰাৰ পৰিৱৰ্তে সকলো মণ্ডলক এখনকৈ মটৰ চাইকেল প্ৰদান কৰিব বুলি এক আভুৱা ভৰা সিদ্ধান্ত গ্ৰহণৰ প্ৰচাৰ চলাইছে। ইফালে মণ্ডল সকলে চৰকাৰৰ এনে টোপ গ্ৰহণ কৰিব  নিবিচাৰে বুলি শিৱসাগৰ জিলাৰ মণ্ডল কানন্গো সন্মিলনীৰ সম্পাদক বিনোদ গগৈয়ে জানিবলৈ দিছে।

সদৌ অসম মণ্ডল কানন্গো সন্মিলনীৰ সভাপতি অমূল্য কলিতা আৰু সাধাৰণ সম্পাদক প্ৰদীপ কলিতাই অসম চৰকাৰে দুমাহৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতি বিগত পাঁচ মাহে পালন নকৰাৰ ববেই পুনৰ অন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিবলগীয়া অৱস্থাৰ সৃষ্টি হ’ল বুলি উল্লেখ কৰে।

লগতে সন্মিলনীৰ ন্যায্য দাবীৰ ক্ষেত্ৰত গ্ৰহণ কৰা অসহযোগৰ ফলত জনসাধাৰণে সন্মুখীন হোৱা সমস্যাৰ বাবে ৰাইজৰ ওচৰত ক্ষমা বিচাৰে।

তাৰোপৰি চৰকাৰে ক্ষীপ্ৰতাৰে তেওঁলোকৰ দাবীসমূহ পূৰণ নকৰিলে পুনৰ অহা ৯ অক্টোবৰৰ পৰা অনিৰ্দিষ্টকালীন অসহযোগ আন্দোলনৰ হুংকাৰ প্ৰদান কৰি জিলাখনত ৬ টাকৈ কাননগো ৰাজহ পৰিদৰ্শক দুটাকৈ পদ তৎকালীভাৱে পূৰণ কৰিবলৈ সন্মীলনীয়ে দাবী জনাইছে।

Recent News

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd