• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

মধ্যপ্ৰাচ্যৰ যুদ্ধই আইপিএল-লৈ কঢ়িয়াই আনিছে অশনি সংকেত: খেলুৱৈৰ অংশগ্ৰহণক লৈ অনিশ্চয়তা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 12, 2026 6:57 pm
13
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মধ্যপ্ৰাচ্যত চলি থকা উত্তপ্ত পৰিস্থিতিৰ পোনপটীয়া প্ৰভাৱ পৰিছে ক্ৰিকেট বিশ্বৰ অন্যতম জনপ্ৰিয় প্ৰতিযোগিতা আই পি এলৰ ওপৰত। যদিও আই পি এলৰ প্ৰথম পৰ্যায়ৰ খেলসমূহৰ সূচী ইতিমধ্যে ঘোষণা কৰা হৈছে, তথাপিও প্ৰতিযোগিতাখন সুকলমে আৰম্ভ হোৱাক লৈ এতিয়াও বিভিন্ন প্ৰশ্নৰ অৱতাৰণা হৈছে। শেহতীয়া খবৰ অনুসৰি, আই পি এল নিৰ্ধাৰিত সময়ত আৰম্ভ হ’লেও ইয়াৰ আৰম্ভণিতে সকলো বিদেশী ক্ৰিকেটাৰক পোৱা যাব নে নাই, তাক লৈ এক গভীৰ সন্দেহৰ সৃষ্টি হৈছে।

যুদ্ধৰ পৰিৱেশৰ বাবে ডুবাই আৰু ডোহাৰ দৰে গুৰুত্বপূৰ্ণ ট্ৰেনজিট পইণ্টসমূহত বিমান পৰিবহণ সেৱা এতিয়াও স্বাভাৱিক হৈ উঠা নাই। ইয়াৰ ফলত ৱেষ্ট ইণ্ডিজ আৰু দক্ষিণ আফ্ৰিকাৰ বহু ক্ৰিকেটাৰ নিজ নিজ দেশলৈ উভতি যোৱাত সমস্যাৰ সন্মুখীন হৈছে। ইমান কম সময়ৰ ভিতৰত তেওঁলোকে পুনৰ ভাৰতলৈ আহি আই পি এলত যোগদান কৰিব পাৰিবনে নাই, সেইটোৱেই এতিয়া ডাঙৰ চিন্তাৰ কাৰণ হৈ পৰিছে। কেৱল এই দুখন দেশেই নহয়, আন বহু দেশৰ ক্ৰিকেটাৰসকলো এই পথটোৱেই ট্ৰেনজিট হিচাপে ব্যৱহাৰ কৰে, যাৰ বাবে সকলো দলৰে খেলুৱৈৰ সংকট হোৱাৰ সম্ভাৱনা আছে। বিশেষকৈ যিবোৰ দলত এই দেশসমূহৰ ক্ৰিকেটাৰ আছে, সেই দলবোৰ বেছি প্ৰভাৱিত হ’ব বুলি ধাৰণা কৰা হৈছে।

Apply Now

আনহাতে, সমগ্ৰ বিশ্বতে শক্তি সংকটৰ পৰিস্থিতি বিৰাজ কৰাৰ বাবে ভাৰততো ইয়াৰ প্ৰভাৱ দেখা গৈছে। দেশত গেছৰ যোগান নিয়ন্ত্ৰণৰ বাবে চৰকাৰে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিবলগীয়া হৈছে। এনে এক পৰিস্থিতিত আই পি এলৰ দৰে বৃহৎ পৰিমাণৰ অনুষ্ঠান আয়োজন কৰা কিমান দূৰ সম্ভৱ হ’ব, সেই লৈও চৰ্চা চলিছে। যদি পৰিস্থিতিৰ দ্ৰুত উন্নতি নহয়, তেন্তে প্ৰতিযোগিতাখন পিছুৱাই দিয়াৰ বাহিৰে ব’ৰ্ডৰ হাতত আন কোনো বিকল্প নাথাকিব পাৰে বুলিও একাংশ মহলে আশংকা প্ৰকাশ কৰিছে।

ইফালে, আই পি এলৰ আয়োজন সম্পূৰ্ণৰূপে বন্ধ কৰাৰ কথা বৰ্তমানলৈকে ব’ৰ্ডে ভবা নাই। পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ নজৰ ৰখাৰ লগতে সকলো খেল যাতে নিৰ্ধাৰিত সময়ত আৰু সুকলমে সম্পন্ন কৰিব পৰা যায়, তাৰ বাবে শেষ মুহূৰ্তলৈকে প্ৰচেষ্টা অব্যাহত ৰখা হ’ব বুলি জানিব পৰা গৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সদিচ্ছা নে আন অভিসন্ধি? অসমত ৩টাকৈ বন্যপ্ৰাণী উদ্ধাৰ কেন্দ্ৰৰ প্ৰস্তাৱ বন্তৰাৰ

সদিচ্ছা নে আন অভিসন্ধি? অসমত ৩টাকৈ বন্যপ্ৰাণী উদ্ধাৰ কেন্দ্ৰৰ প্ৰস্তাৱ বন্তৰাৰ

August 13, 2026 11:32 am
মহাৰাষ্ট্ৰত ৫ বছৰত ৩৬ হাজাৰৰো অধিক উদ্যোগ বন্ধ : সংসদত বিস্ফোৰক তথ্য কেন্দ্ৰৰ

মহাৰাষ্ট্ৰত ৫ বছৰত ৩৬ হাজাৰৰো অধিক উদ্যোগ বন্ধ : সংসদত বিস্ফোৰক তথ্য কেন্দ্ৰৰ

August 13, 2026 10:20 am
বিৰোধীৰ প্ৰতিবাদ আৰু উত্তৰ-পূবৰ উদ্বেগৰ মাজতে যুটীয়া সংসদীয় সমিতিলৈ প্ৰেৰণ কৰা হ’ল FCRA সংশোধনী বিধেয়ক

বিৰোধীৰ প্ৰতিবাদ আৰু উত্তৰ-পূবৰ উদ্বেগৰ মাজতে যুটীয়া সংসদীয় সমিতিলৈ প্ৰেৰণ কৰা হ’ল FCRA সংশোধনী বিধেয়ক

August 13, 2026 10:03 am
বলবম যাত্ৰা শেষ হোৱাৰ পাছতেই আবৰ্জনাৰ পাহাৰ, ঘাটে ঘাটে পৰিত্যক্ত প্লাষ্টিকৰ বটল; প্ৰদূষণৰ কবলত উত্তৰাখণ্ড

বলবম যাত্ৰা শেষ হোৱাৰ পাছতেই আবৰ্জনাৰ পাহাৰ, ঘাটে ঘাটে পৰিত্যক্ত প্লাষ্টিকৰ বটল; প্ৰদূষণৰ কবলত উত্তৰাখণ্ড

August 13, 2026 9:23 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সদিচ্ছা নে আন অভিসন্ধি? অসমত ৩টাকৈ বন্যপ্ৰাণী উদ্ধাৰ কেন্দ্ৰৰ প্ৰস্তাৱ বন্তৰাৰ

সদিচ্ছা নে আন অভিসন্ধি? অসমত ৩টাকৈ বন্যপ্ৰাণী উদ্ধাৰ কেন্দ্ৰৰ প্ৰস্তাৱ বন্তৰাৰ

August 13, 2026 11:32 am
মহাৰাষ্ট্ৰত ৫ বছৰত ৩৬ হাজাৰৰো অধিক উদ্যোগ বন্ধ : সংসদত বিস্ফোৰক তথ্য কেন্দ্ৰৰ

মহাৰাষ্ট্ৰত ৫ বছৰত ৩৬ হাজাৰৰো অধিক উদ্যোগ বন্ধ : সংসদত বিস্ফোৰক তথ্য কেন্দ্ৰৰ

August 13, 2026 10:20 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd