• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিশ্বনাথত ‘সিংঘম’! অপৰাধী আৰু আইন ভংগকাৰীৰ বাবে সন্ত্ৰাসৰ কাৰণ হৈ পৰিছে এজন আৰক্ষী বিষয়া

কাজি জেইদুল ইছলাম by কাজি জেইদুল ইছলাম
August 2, 2021 2:03 pm
police officer Biswanath.png final

বিশ্বনাথত 'সিংঘম'ৰূপী আৰক্ষী বিষয়া সঞ্জিত ৰায়। ফটো: নৰ্থইষ্ট নাও।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এগৰাকী আৰক্ষী বিষয়াৰ জীৱনক লৈ নিৰ্মাণ কৰা বলিউডৰ জনপ্ৰিয় চলচ্চিত্ৰ ‘সিংঘম’ নিশ্চয় আপোনালোকে চাইছে। ছবিখনত অপৰাধীৰ বাবে সন্ত্ৰাসৰ কাৰণ হৈ পৰিছিল সিংঘম ৰূপী আৰক্ষী বিষয়াজন।

সেই সিংঘমৰ ৰূপত এইবাৰ যেন বিশ্বনাথলৈ আহিছে এজন আৰক্ষী বিষয়া। যিজন আৰক্ষী বিষয়া এতিয়া অপৰাধী অথবা আইন ভংগকাৰীৰ বাবে সন্ত্ৰাসৰ কাৰণ হৈ পৰিছে।

Apply Now

এই গৰাকী আৰক্ষী বিষয়া হৈছে বিশ্বনাথ চাৰিআলি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সঞ্জিত কুমাৰ ৰায়।

এইগৰাকী  সঞ্জিত কুমাৰ ৰায়ে বিশ্বনাথ চাৰিআলি সদৰ আৰক্ষী থানাত ভাৰপ্ৰাপ্ত আৰক্ষী হিচাপে যোগদান কৰাএমাহ সম্পূৰ্ণ নৌহওতেই বিশ্বনাথ চাৰিআলিৰ আইন শৃংখলাত এক বৃহৎ পৰিৱৰ্তন দেখা পোৱা গৈছে।

বিশ্বনাথ চাৰিআলিত দীৰ্ঘদিনৰ পৰা চলি অহা অবৈধ মদৰ ব্যৱসায়, গাঞ্জা ব্যৱসায়, ড্ৰাগচ ব্যৱসায় আৰু অবৈধ চুলাই ভাটি উচ্ছেদ কৰাৰ লগতে বহু অপৰাধীক জেল হাজোতলৈ প্ৰেৰণ কৰিছে এইগৰাকী আৰক্ষী বিষয়াই।

কেৱল ইমানেই নহয়, যি বিশ্বনাথত পূৰ্বে বহু লোকে যান বাহন আইন মনা নাছিল, হেলমেট পৰিধান কৰা নাছিল, এতিয়া হেলমেট পৰিধান নকৰাকৈ নগৰত প্ৰৱেশ নকৰা হৈছে।

কিয়নো আৰক্ষী বিষয়াগৰাকীয়ে বিশ্বনাথ চাৰিআলি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হিচাপে যোগদান কৰা এমাহ সম্পূৰ্ণ নৌহওতেই যান বাহন ভংগকাৰীৰ পৰা জৰিমণা বিহাই বিশ্বনাথৰ পূৰ্বৰ সকলো অভিলেখ ভংগ কৰিছে।

এমাহতকৈও কম সময়ত বিশ্বনাথ চাৰিআলি আৰক্ষী থানাই তিনিলাখ বিশ হাজাৰ টকা জৰিমনা সংগ্ৰহ কৰি বিশ্বনাথত এক নতুন অভিলেখ ৰচিছে।

আনকি হেলমেট পৰিধান নকৰা আৰক্ষীকো এই গৰাকী আৰক্ষী বিষয়াই জৰিমণা বিহি দৃষ্টান্ত দাঙি ধৰিছে।

আৰক্ষী বিষয়া গৰাকীৰ মতে হেলমেট পৰিধান নকৰিলে দুৰ্ঘটনা সংঘটিত হ’লে মৃত্যু হোৱাৰ সম্ভাৱনা বেছি থাকে। সেয়েহে জিলাবাসীক হেলমেট পৰিধান কৰিহে দুচকীয়া বাহন চলাবলৈ আহ্বান জনাইছে।

আনহাতে, ক’ভিড পৰিস্থিতি নিয়ন্ত্ৰণ হ’লে বিশ্বনাথৰ আন আন অপৰাধমূলক ক্ষেত্ৰতো আৰক্ষী বিষয়া গৰাকীয়ে মনোনিৱেশ কৰিব বুলি জানিবলৈ দিয়াৰ লগতে বিশ্বনাথত অপৰাধ নিৰ্মূল কৰাৰ ক্ষেত্ৰত জনসাধাৰণৰ পৰা সহায়-সহযোগিতা কামনা কৰে।

কাজি জেইদুল ইছলাম

কাজি জেইদুল ইছলাম

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

তিৰংগা যাত্ৰাৰ পূৰ্বেই আটক অভিজিৎ দীপকে, যন্তৰ-মন্তৰৰ সমীপৰ পৰা আটক নেহা বৰা

তিৰংগা যাত্ৰাৰ পূৰ্বেই আটক অভিজিৎ দীপকে, যন্তৰ-মন্তৰৰ সমীপৰ পৰা আটক নেহা বৰা

October 16, 2026 9:55 pm
মহিলা বিষয়াক গালি-গালাজৰ অভিযোগ! আইএএছ বিষয়া কুমাৰ ৰাজীৱ ৰঞ্জনৰ বিৰুদ্ধে ১৫ দিনৰ ভিতৰত তদন্তৰ নিৰ্দেশ জম্মু-কাশ্মীৰ প্ৰশাসনৰ

মহিলা বিষয়াক গালি-গালাজৰ অভিযোগ! আইএএছ বিষয়া কুমাৰ ৰাজীৱ ৰঞ্জনৰ বিৰুদ্ধে ১৫ দিনৰ ভিতৰত তদন্তৰ নিৰ্দেশ জম্মু-কাশ্মীৰ প্ৰশাসনৰ

October 16, 2026 8:55 pm
বিতৰ্কৰ মাজতেই নিৰ্বাচন আয়োগৰ ডাঙৰ পদক্ষেপ! ১৭খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলত চলিব বিশেষ পুনৰ্নিৰীক্ষণ

বিতৰ্কৰ মাজতেই নিৰ্বাচন আয়োগৰ ডাঙৰ পদক্ষেপ! ১৭খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলত চলিব বিশেষ পুনৰ্নিৰীক্ষণ

October 16, 2026 7:55 pm
হিন্দী ইন, বড়ো আউট! অসম বিধানসভাৰ পৰা মাতৃভাষা আঁতৰোৱাক লৈ ক্ষোভ নিখিল বড়ো ছাত্ৰ সন্থাৰ

হিন্দী ইন, বড়ো আউট! অসম বিধানসভাৰ পৰা মাতৃভাষা আঁতৰোৱাক লৈ ক্ষোভ নিখিল বড়ো ছাত্ৰ সন্থাৰ

October 16, 2026 6:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

তিৰংগা যাত্ৰাৰ পূৰ্বেই আটক অভিজিৎ দীপকে, যন্তৰ-মন্তৰৰ সমীপৰ পৰা আটক নেহা বৰা

তিৰংগা যাত্ৰাৰ পূৰ্বেই আটক অভিজিৎ দীপকে, যন্তৰ-মন্তৰৰ সমীপৰ পৰা আটক নেহা বৰা

October 16, 2026 9:55 pm
মহিলা বিষয়াক গালি-গালাজৰ অভিযোগ! আইএএছ বিষয়া কুমাৰ ৰাজীৱ ৰঞ্জনৰ বিৰুদ্ধে ১৫ দিনৰ ভিতৰত তদন্তৰ নিৰ্দেশ জম্মু-কাশ্মীৰ প্ৰশাসনৰ

মহিলা বিষয়াক গালি-গালাজৰ অভিযোগ! আইএএছ বিষয়া কুমাৰ ৰাজীৱ ৰঞ্জনৰ বিৰুদ্ধে ১৫ দিনৰ ভিতৰত তদন্তৰ নিৰ্দেশ জম্মু-কাশ্মীৰ প্ৰশাসনৰ

October 16, 2026 8:55 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd