DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, March 21, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home দেশ

যমদূত হৈ চেলুনলৈ সোমাই আহিল তীব্ৰ বেগী কাৰ : ভাইৰেল হৈ পৰিছে ভিডিঅ’

ক’ব নোৱাৰি কাৰ মৃত্যু কেতিয়া আহে। বিপদে কাকো সুধি নাহে। কোনেও খণ্ডাব নোৱাৰে কপালৰ লিখন। এই দৃশ্য দেখাৰ পিছত হয়তো এইখিনই কথাই আপোনাৰ মনলৈ আহিছে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 2, 2023 2:38 pm
97
VIEWS
Share on FacebookShare on Twitter

আপুনি হয়তো দূৰদৰ্শন বা অন্যান্য মাধ্যমত দুৰ্ঘটনাৰ বিভিন্ন দৃশ্য দেখা পাইছে। তাৰে কিছুমান দৃশ্য দেখি হয়তো আপুনি হাঁহিছে আৰু আন কিছুমান দুৰ্ঘটনাৰ কৰুণ দৃশ্য দেখি হয়তো আপোনাৰ অন্তৰাত্মা কঁপি উঠিছে।

এইবাৰ ভাইৰেল হৈ পৰিছে আপোনাৰ অন্তৰাত্মা কঁপাই তুলিব পৰা এটা ভিডিঅ’। কাহানিও নোহোৱা এটা দুৰ্ঘটনাৰ ভিডিঅ’ বিয়পি পৰিছে সামাজিক মাধ্যমত।

মৃত্যু কেতিয়া কেনেকৈ আহে কোনেও ক’ব নোৱাৰে। কোনেও কল্পনা কৰিব নোৱাৰে যে চেলুনৰ ভিতৰত দাড়ি চুলি কাটি থকাৰ অৱস্থাত মৃত্যুদূত হৈ চেলুনলৈ সোমাই আহিব তীব্ৰবেগী কাৰ আৰু মহতিয়াই থৈ যাব সকলো।

এইবাৰ সংঘটিত হ’ল এনে এটা ঘটনাই। ভাইৰেল হৈ পৰিল চিচি টিভি কেমেৰাত বন্দী হোৱা দুৰ্ঘটনাটোৰ সমগ্ৰ দৃশ্য। ভিডিঅ’টোত দেখা গৈছে যে এখন চেলুনত দুগৰাকী নাপিতে দুগৰাকী গ্ৰাহকৰ দাড়ি চুলি কাটি আছে। আনফালে অপেক্ষাত বহি আছে আন এজন গ্ৰাহক।

তেনেতেই তীব্ৰবেগত চেলুন খনৰ বেৰ ভাঙি ভিতৰলৈ সোমাই আহিছে এখন কাৰ। নিয়ন্ত্ৰণ হেৰুৱাই বাটৰ পৰা চেলুনৰ ভিতৰলৈ সোমাই আহিছে তীব্ৰবেগী গাড়ীখন। চেকেণ্ডতে গাড়ীখনে মহতিয়াই নিছে চেলুনখনত থকা আটাইকেইগৰাকী ব্যক্তিক।

চাই লওক ভাইৰেল হৈ পৰা সেই বিশেষ ভিডিঅ’টো –

The last haircut 💀 pic.twitter.com/tVCBuGFcSN

— Vicious Videos (@ViciousVideos) January 29, 2023

ক’ব নোৱাৰি কাৰ মৃত্যু কেতিয়া আহে। বিপদে কাকো সুধি নাহে। কোনেও খণ্ডাব নোৱাৰে কপালৰ লিখন। এই দৃশ্য দেখাৰ পিছত হয়তো এইখিনই কথাই আপোনাৰ মনলৈ আহিছে।

Recent News

Mamata Banerjee

কেন্দ্ৰই পৰিশোধ কৰা নাই ধন: দুদিনীয়া ধৰ্ণাত বহাৰ সিদ্ধান্ত মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ

গুৱাহাটী বিশ্ববিদ্যালয়ত উত্তৰ-পূব ভাৰতৰ মহাবিদ্যালয়ৰ অধ্যক্ষসকলৰ বাবে নেতৃত্ব আৰু ক্ষমতা বিকাশৰ ওপৰত কৰ্মশালা

গুৱাহাটী বিশ্ববিদ্যালয়ত উত্তৰ-পূব ভাৰতৰ মহাবিদ্যালয়ৰ অধ্যক্ষসকলৰ বাবে নেতৃত্ব আৰু ক্ষমতা বিকাশৰ ওপৰত কৰ্মশালা

Indigo

উৰন্ত ইণ্ডিগ’ বিমানত যাত্ৰীৰ স্বাস্থ্যৰ দ্ৰুত অৱনতি: জৰুৰী অৱতৰণ ৰেঙ্গুনত

বিশেষ পদ্ধতিৰে মহাকাশৰ আৱৰ্জনা পৰিষ্কাৰ; বাণিজ্যিক পৰিসৰত কাম কৰাৰ প্ৰস্তাৱ নাছাৰ

বিশেষ পদ্ধতিৰে মহাকাশৰ আৱৰ্জনা পৰিষ্কাৰ; বাণিজ্যিক পৰিসৰত কাম কৰাৰ প্ৰস্তাৱ নাছাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd