• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

খিলঞ্জীয়াৰ ৩টা প্ৰশ্নত স্থিতি স্পষ্ট নকৰিলে নিৰ্বাচনত বিজেপিক প্ৰত্যাহ্বান জনোৱাৰ হুমকি

চাংসাৰিৰ ৯ ফেব্ৰুৱাৰি সমাৱেশত মোদীক সমৰ্থন কৰিবলৈ অনা হৈছিল ২৫ হাজাৰ বাংলাদেশীক : উপমন্যু হাজৰিকা

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
February 20, 2019 2:52 pm
Upamanyu Hazarika

গুৱাহাটী প্ৰেছক্লাবত আয়োদিত এখন সংবাদমেলত প্ৰব্ৰজন বিৰোধী মঞ্চৰ আহ্বায়ক উপমন্যু হাজৰিকা।

2.4k
VIEWS
Share on FacebookShare on Twitter

যিহেতু কোনোখন চৰকাৰেই অসমৰ খিলঞ্জীয়াসকলৰ সমস্যা সমাধান নকৰিলে, সেয়ে খিলঞ্জীয়াসকলৰ স্বাৰ্থ ৰক্ষাৰ বাবে ৰাজনৈতিকভাৱে আগ বাঢ়িবলৈ সিদ্ধান্ত কৰিছে প্ৰব্ৰজন বিৰোধী মঞ্চই।

বিদেশী খেদাৰ প্ৰতিশ্ৰুতিৰে শাসনভাৰ লোৱা বিজেপি চৰকাৰেও বিদেশী নেখেদি আনিবহে বিচাৰিছে। দলটো পুনৰ শাসনলৈ আহিলেই হিন্দু বাংলাদেশীক নাগৰিকত্ব দিমেই বুলি কৈছে। গতিকে ইয়াক বাধা দিয়াৰ বাবে নিৰ্বাচনত নামি বিজেপিক বাধা ৰোধ কৰাৰ আন বিকল্প নাই। এই কথা আজি গুৱাহাটী প্ৰেছক্লাবত আয়োদিত এখন সংবাদমেলত স্পষ্ট কৰিছে মঞ্চৰ আহ্বায়ক উপমন্যু হাজৰিকাই।

মঞ্চই আগন্তুক লোকসভা নিৰ্বাচনত ১৪টা সমষ্টিতে প্ৰাৰ্থী দিব পাৰে। অৱশ্যে সেইটো নিৰ্ভৰ কৰিব বিজেপিৰ স্থিতিৰ ওপৰত। বিজেপিক তিনিটা চৰ্ত বান্ধি দি এসপ্তাহৰ ভিতৰত স্থিতি স্পষ্ট কৰিবলৈ আহ্বান জনায় উপমন্যু হাজৰিকাই। অন্যথা ১৪টা সমষ্টিতে নিৰ্দলীয় প্ৰাৰ্থী দি শলঠেকত পেলাব বিজেপিক।

তেওঁ বান্ধি দিয়া চৰ্ত তিনিটা হ’ল, এন আৰ চি প্ৰক্ৰিয়াটোৰ পুনৰীক্ষণ, অৰুণাচল প্ৰদেশ, নাগালেণ্ড আদিৰ দৰে খিলঞ্জীয়াৰ ভূমি অধিকাৰ সংৰক্ষণ আৰু শাসনলৈ আহিলেও বিধেয়কৰ জৰিয়তে হিন্দু বিদেশীক নানো বুলি প্ৰতিশ্ৰুতি। এইবোৰ পদক্ষেপ এসপ্তাহৰ ভিতৰত নল’লে মঞ্চই বিজেপিৰ বাবে এক ৰাজনৈতিক প্ৰত্যাহ্বান থিয় কৰাব।

আনহাতে মোদীক কটাক্ষ কৰি হাজৰিকাই কয়, “যোৱাটো লোকসভা নিৰ্বাচনৰ প্ৰচাৰত মোদীয়ে বিদেশীয়ে টালি-টোপোল বান্ধিব লাগে বুলি কৈছিল। কিন্তু বাংলাদেশীয়ে যোৱা ৯ ফেব্ৰুৱাৰিত চাংসাৰিত হোৱা মোদীৰ বিশাল সমাৱেশত মোদীক সমৰ্থন কৰিবলৈ ভিৰ কৰিলেহি।”

হাজৰিকাৰ অভিযোগ, ২৫ হাজাৰতকৈ বেছি বাংলাদেশীক মঙলদৈ, ছিপাঝাৰ আৰু অন্যান্য ঠাইৰ পৰা অনা হৈছিল চাংসাৰিৰ সভালৈ।

Recent News

জলবায়ু পৰিৱৰ্তনৰ বাবে স্থানান্তৰিত হ’বলৈ বাধ্য হ’ল প্ৰাচীন হিমালয়ৰ গাঁও ছামজুং

জলবায়ু পৰিৱৰ্তনৰ বাবে স্থানান্তৰিত হ’বলৈ বাধ্য হ’ল প্ৰাচীন হিমালয়ৰ গাঁও ছামজুং

গুৱাহাটী বিশ্ববিদ্যালয়ত ‘পেছাৰ বাবে প্ৰস্তুতি’ শীৰ্ষক অনুষ্ঠানৰ সামৰণি

গুৱাহাটী বিশ্ববিদ্যালয়ত ‘পেছাৰ বাবে প্ৰস্তুতি’ শীৰ্ষক অনুষ্ঠানৰ সামৰণি

সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে বিৰোধী দলবোৰক একত্ৰিত কৰিবলৈ উদ্যোগী ছোনিয়া গান্ধী

সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে বিৰোধী দলবোৰক একত্ৰিত কৰিবলৈ উদ্যোগী ছোনিয়া গান্ধী

ম্যানমাৰৰ শৰণাৰ্থীৰ প্ৰৱেশৰ অনুমতি প্ৰত্যাহাৰ! ভাৰত চৰকাৰৰ সিদ্ধান্তত তীব্ৰ সমালোচনা

ম্যানমাৰৰ শৰণাৰ্থীৰ প্ৰৱেশৰ অনুমতি প্ৰত্যাহাৰ! ভাৰত চৰকাৰৰ সিদ্ধান্তত তীব্ৰ সমালোচনা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd