DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, August 15, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

Cotton University: কটনিয়ানৰ বিজেপিত যোগদানৰ ঢৌ! গেৰুৱা শিৱিৰত যোগদান কটন বিশ্ববিদ্যালয় ছাত্ৰ সন্থাৰ সভাপতি নিয়ৰ ডেকাৰ

কল্পজোতি শইকীয়া, গুৱাহাটী by কল্পজোতি শইকীয়া, গুৱাহাটী
July 16, 2022 1:15 pm
142
VIEWS
Share on FacebookShare on Twitter

Cotton University student leader join BJP কটনিয়ানৰ বিজেপিত যোগদানৰ ঢৌ উঠিছে। কটন বিশ্ববিদ্যালয় ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অভিষেক মহন্তৰ পাছতে এইবাৰ সভাপতি নিয়ৰ ডেকাই বিজেপিত যোগদান কৰিছে।

প্ৰাক্তন সভাপতি তথা কা আন্দোলনত ছাত্ৰ সমাজক প্ৰতিনিধিত্ব কৰা হিৰক পাটোৱাৰীয়েও কিছুদিন পূৰ্বে বিজেপিত যোগদান কৰিছিল।

মন্ত্ৰী পিযুষ হাজৰিকা আৰু বিজেপিৰ সভাপতি ভৱেশ কলিতাই গেৰুৱা টুপী আৰু বিজেপিৰ পতাকাৰে দললৈ আটাইকে আদৰিছে।

প্ৰায় ২০ গৰাকী কটনিয়ানে বিজেপিত যোগদান কৰাৰ লগতে NSUI ৰ সাধাৰণ সম্পাদক গুঞ্জন বৰ্মণেও যোগদান কৰে বিজেপিত।

Cottonian joins BJP

বিজেপিত নীতি-আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ ৰাইজৰ সেৱা কৰিবলৈ ইচ্ছুক বাবে বিজেপিত যোগদান কৰা বুলি মন্তব্য কৰিছে কটন বিশ্ববিদ্যালয় ছাত্ৰ সন্থাৰ সভাপতি নিয়ৰ ডেকাই।

আনহাতে, মন্ত্ৰী পিযুষ হাজৰিকাই যোগদানৰ পূৰ্বে যোগদানকাৰীক উদ্দেশ্যি কিছু পৰামৰ্শ দিয়ে।

তেওঁ কয়, “ৰাজনৈতিক নেতাক সাধাৰণ লোকে বেয়া চকুৰে চায় আৰু সমালোচনা কৰে। ৰাজনৈতিক নেতাসকল সমালোচনাৰ উৰ্দ্ধত গৈ সৎ ৰাজনৈতিক নেতা হিচাপে নিজক গঢ় দিব লাগিব। দেশ আগত আৰু দল পাছত তাৰ পাছতহে ব্যক্তি। মৃত্যু পৰ্য্যন্ত আৰু তেওঁ এৰিব নিবিচৰালৈকে ভাৰতৰ প্ৰধান মন্ত্ৰী হৈ থাকিব নৰেন্দ্ৰ মোদী।” 

Recent News

মিডিয়া-আৰ্কাইভ-কাম-নৰ্থ ইষ্ট ৰেফাৰেঞ্চ লাইব্ৰেৰীঃ এটা আধৰুৱা সপোন

মিডিয়া-আৰ্কাইভ-কাম-নৰ্থ ইষ্ট ৰেফাৰেঞ্চ লাইব্ৰেৰীঃ এটা আধৰুৱা সপোন

তিনিবৰণীয়া জাতীয় পতাকা নীল আকাশত নাচে…  জাতীয় পতাকাৰ আৰ্হি প্রস্তত কৰোতা পিংগলি ভেংকায়াক স্মৰণ

তিনিবৰণীয়া জাতীয় পতাকা নীল আকাশত নাচে… জাতীয় পতাকাৰ আৰ্হি প্রস্তত কৰোতা পিংগলি ভেংকায়াক স্মৰণ

স্বাধীনতাৰ ৭৫ বছৰ আৰু পৰিৱেশৰ অধিকাৰ

স্বাধীনতাৰ ৭৫ বছৰ আৰু পৰিৱেশৰ অধিকাৰ

দেশৰ ৭৫ বছৰীয়া স্বাধীনতা! ৰাজহুৱা সম্পদৰ ৰক্ষণাবেক্ষণৰ ব্যৰ্থতাই বাধাৰ সৃষ্টি কৰিছে উন্নয়নত

দেশৰ ৭৫ বছৰীয়া স্বাধীনতা! ৰাজহুৱা সম্পদৰ ৰক্ষণাবেক্ষণৰ ব্যৰ্থতাই বাধাৰ সৃষ্টি কৰিছে উন্নয়নত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd