• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Uncategorized

লাও পিডিআৰৰ প্ৰধানমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
October 12, 2024 10:11 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিয়েণ্টিয়ানত লাও পিডিআৰৰ প্ৰধানমন্ত্ৰী সোনেক্সাই ছিফান্দনৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হয়। তেওঁ লাও-ৰ প্ৰধানমন্ত্ৰীক ‘২১ সংখ্যক আছিয়ান-ভাৰত’ আৰু ‘১৯ সংখ্যক পূব এছিয়া শীৰ্ষ সন্মিলন’ সফলতাৰে আয়োজন কৰাৰ বাবে অভিনন্দন জ্ঞাপন কৰে।

দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে ভাৰত-লাওছ সভ্যতা আৰু সমসাময়িক সম্পৰ্ক অধিক শক্তিশালী কৰাৰ ক্ষেত্ৰত ফলপ্ৰসূ আলোচনা অনুষ্ঠিত কৰে। তেওঁলোকে দ্বিপাক্ষিক সহযোগিতাৰ বিভিন্ন ক্ষেত্ৰ যেনে উন্নয়ন অংশীদাৰিত্ব, সামৰ্থ্য বৰ্দ্ধন, দুৰ্যোগ ব্যৱস্থাপনা, নৱীকৰণযোগ্য শক্তি, ঐতিহ্য পুনৰুদ্ধাৰ, অৰ্থনৈতিক সম্পৰ্ক, প্ৰতিৰক্ষা সহযোগিতা আৰু জনসাধাৰণৰ মাজৰ পাৰস্পৰিক সম্পৰ্ক আদিৰ বিষয়ে আলোচনা কৰে। টাইফুন ‘য়াগী’ৰ পিছত লাও পিডিআৰক ভাৰতে প্ৰদান কৰা বান সাহায্যৰ বাবে প্ৰধানমন্ত্ৰী ছিফান্দনে প্ৰধানমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে। দুয়োগৰাকী নেতাই উল্লেখ কৰে যে ‘ভাৰতীয় পুৰাতাত্ত্বিক জৰীপ’ (এএছআই)ৰ দ্বাৰা ভাৰতীয় সহায়ৰ অধীনত ইউনেস্কোৰ বিশ্ব ঐতিহ্যক্ষেত্ৰ ‘ভাট ফৌ’ৰ চলিত পুনৰুদ্ধাৰ আৰু সংৰক্ষণে দ্বিপাক্ষিক সম্পৰ্কক এক বিশেষ মাত্ৰা প্ৰদান কৰিছে।

Apply Now

দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে আঞ্চলিক আৰু বহুপাক্ষিক মঞ্চসমূহত দেশসমূহৰ মাজত ঘনিষ্ঠ সহযোগিতাত সন্তুষ্টি ব্যক্ত কৰে। প্ৰধানমন্ত্ৰী ছিফান্দনে আন্তঃৰাষ্ট্ৰীয় মঞ্চত ভাৰতৰ ভূমিকাৰ পুনৰ শলাগ লয়। ভাৰতে ২০২৪ চনৰ বাবে লাও পিডিআৰৰ ‘আছিয়ান’ৰ অধ্যক্ষ পদক শক্তিশালীভাৱে সমৰ্থন জনায়।

আলোচনাৰ পিছত দুয়োগৰাকী নেতাৰ উপস্থিতিত ‘মেকং-গংগা সহযোগিতা’ৰ অধীনত প্ৰতিৰক্ষা, সম্প্ৰচাৰ, শুল্ক সহযোগিতা আৰু তিনিটা ‘কুইক ইমপেক্ট প্ৰকল্প’ (কিউআইপি)ৰ ক্ষেত্ৰত বুজাবুজিচুক্তি/ চুক্তি সম্পাদন কৰা হয়। ‘কিউআইপি’কেইটা ‘লাও ৰামায়ণ’ৰ ঐতিহ্য সংৰক্ষণ, ৰামায়ণ সম্পৰ্কীয় ‘ম্যুৰাল;সমূহৰ সৈতে ‘ৱাট পাকিয়া বৌদ্ধ মন্দিৰ’ৰ পুনৰুদ্ধাৰ, আৰু চম্পাচাক প্ৰদেশৰ ৰামায়ণ আধাৰিত ‘ছায়া পুতলা থিয়েটাৰ’ৰ প্ৰতি সহযোগিতাৰে সম্পৰ্কিত। তিনিওটা ‘কিউআইপি’ৰ প্ৰতিটোতে ভাৰত চৰকাৰৰ প্ৰায় ৫০০০০ মাৰ্কিন ডলাৰৰ সহাযোগিতা আছে। লাও পিডিআৰত পুষ্টি সুৰক্ষা উন্নত কৰাৰ বাবে ভাৰতে প্ৰায় ১ নিযুত মাৰ্কিন ডলাৰৰ অনুদান সহাযোগিতা আগবঢ়াব। ‘ভাৰত ৰাষ্ট্ৰসংঘৰ উন্নয়ন অংশীদাৰিত্ব পুঁজি’ৰ জৰিয়তে দক্ষিণ-পূব এছিয়াত ৰূপায়ণ হব লগা এয়া হব প্ৰথম প্ৰকল্প।

 

 

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

July 10, 2026 4:06 pm
অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

July 10, 2026 3:38 pm
অসম বাজেট ২০২৬-২৭: অহা শিক্ষাবৰ্ষৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নাপাব স্কুটি; উদাসীন ভকতে পাব ১৫০০ টকাৰ মাহিলী সাহায্য

অসম বাজেট ২০২৬-২৭: অহা শিক্ষাবৰ্ষৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নাপাব স্কুটি; উদাসীন ভকতে পাব ১৫০০ টকাৰ মাহিলী সাহায্য

July 10, 2026 2:54 pm
গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

July 10, 2026 1:35 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

July 10, 2026 4:06 pm
অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

July 10, 2026 3:38 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd