• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

“বিদেশ মন্ত্ৰী এচ জয়শংকৰ আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালক অনতিপলমে সলনি কৰক প্ৰধানমন্ত্ৰীয়ে’’ : দাবী গৌৰৱ গগৈৰ

নৰ্থ-ইষ্ট নাও by নৰ্থ-ইষ্ট নাও
August 1, 2025 3:41 pm
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰত-আমেৰিকাৰ সম্পৰ্ক আৰু দেশৰ বিদেশ নীতিক লৈ লোকসভাৰ উপ-দলপতি তথা সাংসদ গৌৰৱ গগৈয়ে সংবাদ মাধ্যমৰ সন্মুখত নিজৰ মন্তব্য প্ৰকাশ কৰি কয় যে –  বিগত দুদিন ধৰি আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ ড’নাল্ড ট্রাম্পে ভাৰত সম্পৰ্কে যিবিলাক মন্তব্য কৰিছে,সেইবোৰ ভাৰতৰ বাবে অত্যন্ত দুৰ্ভাগ্যজনক।

মই অনুভৱ কৰো যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ডাঙৰীয়াই বিদেশ মন্ত্ৰী জয়শংকৰ আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা (NSA) অজিত ডোভালক অনতিপলমে সলনি কৰা উচিত। কাৰণ এই দুয়োগৰাকীৰ দিহা-পৰামৰ্শমতেই  প্ৰধানমন্ত্ৰীয়ে বৈদেশিক নীতি সম্পৰ্কে সিদ্ধান্ত গ্ৰহণ কৰে। আজি ইয়াৰ পৰিণাম আমি সকলোৱে দেখিছোঁ। সম্প্ৰতি ভাৰতৰ ওপৰত আমেৰিকাৰ ২৫% শুল্ক আৰোপ অতি দুৰ্ভাগ্যজনক । কিন্তু তাতোতকৈ দুৰ্ভাগ্যজনক আৰু চিন্তাজনক বিষয় হৈছে সম্প্ৰতি ৰাষ্ট্ৰপতি ট্রাম্প আৰু পাকিস্তান চৰকাৰৰ মাজত হোৱা মধুৰ সম্পৰ্ক আৰু আলোচনা।

Apply Now

ট্ৰাম্পে কৈছে যে আমেৰিকা আৰু পাকিস্তানৰ মাজত এখন চুক্তি হ’ব। যি চুক্তিৰ আধাৰত দুয়োখন দেশ মিলি বিশাল তৈল ভাণ্ডাৰ বিকশিত কৰিব। এনে দিন আহিব ভৱিষ্যতে ভাৰতে পাকিস্তানৰ পৰা খনিজ তেল ক্ৰয় কৰিব লগীয়া হ’ব। এইয়া  ভাৰত আৰু আমেৰিকাৰ মাজৰ সম্পৰ্ক অৱনতি হোৱাৰ এক চিন্তনীয় সংকেত আমি দেখা পাইছো। আমি এক চিন্তাজনক পৰিস্থিতিৰ মাজত সোমাই পৰিছো।

সেইবাবে মই বিদেশ মন্ত্ৰী আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টাক সলনি কৰিবলৈ আহবান জনাইছো।

এই বৰ্ষৰ আৰম্ভণিতে ফেব্ৰুৱাৰী মাহত প্ৰধানমন্ত্ৰী মোডী ডাঙৰীয়া আৰু বিদেশ মন্ত্ৰীয়ে আমেৰিকা ভ্ৰমণ কৰিছিল আৰু বহুল প্ৰচাৰ হৈছিল। কিন্তু আজিৰ পৰিস্থিতিত থিয় হৈ ন দি কব পাৰি যে সেই যাত্ৰা সম্পূৰ্ণৰূপে বিফল। কাৰণ,এফালে আমেৰিকাই আমাৰ ওপৰত ২৫% শুল্ক আৰোপ কৰিছে,দিনক দিনে পাকিস্তানৰ সৈতে নিজৰ সম্পৰ্ক ঘনিষ্ঠ কৰি তুলিছে। আনহাতে ৰাষ্ট্ৰপতি ট্ৰাম্পৰদ্বাৰা পাকিস্তানৰ সামৰিক প্ৰধান আচিফ মুনিৰক বিশেষ মৰ্যাদাৰে আতিথ্য প্ৰদান।আজি অত্যন্ত দুৰ্ভাগ্যৰ বিষয় এইয়ে যে আন্তৰাষ্ট্ৰীয় পৰ্য্যায়ৰ ভাৰতবৰ্ষৰ শক্তিশালী বিদেশ নীতিক প্ৰধানমন্ত্ৰী মোডী ডাঙৰীয়াই জয়শংকৰ আৰু ডোভাল ডাঙৰীয়াৰ কথা শুনি একেবাৰে দুৰ্বল আৰু নিশকতীয়া কৰি পেলালে। অৱস্হা এনে পৰ্য্যায় পালেগৈ যে অপাৰেশ্যন সিন্দুৰৰ সময়ত এখনো দেশে পাকিস্তানক মুকলিকৈ দোষাৰোপ নকৰিলে। বাৰে বাৰে আমি চৰকাৰৰ বিদেশ নীতি আৰু বিদেশ মন্ত্ৰীৰ বিফলতাৰ উদাহৰণ দেখি আহিছো।

নৰ্থ-ইষ্ট নাও

নৰ্থ-ইষ্ট নাও

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বানপীড়িতক সহায়ৰ নামত প্ৰৱঞ্চনা: কুংকি চৌধুৰীৰ নামত ভুৱা ইনষ্টাগ্ৰাম একাউণ্ট খুলি ধন সংগ্ৰহ দুষ্ট চক্ৰৰ

বানপীড়িতক সহায়ৰ নামত প্ৰৱঞ্চনা: কুংকি চৌধুৰীৰ নামত ভুৱা ইনষ্টাগ্ৰাম একাউণ্ট খুলি ধন সংগ্ৰহ দুষ্ট চক্ৰৰ

August 18, 2026 4:40 pm
ফাঁচীৰ সলনি বিষাক্ত বেজীৰে মৃত্যু দণ্ড কিয় নিদিয়ে ভাৰতত? আবেদন খাৰিজ কৰি কি ক’লে উচ্চতম ন্যায়ালয়ে?

ফাঁচীৰ সলনি বিষাক্ত বেজীৰে মৃত্যু দণ্ড কিয় নিদিয়ে ভাৰতত? আবেদন খাৰিজ কৰি কি ক’লে উচ্চতম ন্যায়ালয়ে?

August 18, 2026 3:58 pm
আছিল কঁকাললৈকে বৈ পৰা চুলি; কি এনেকুৱা ঘটিল যে চুলি খুৰাই টকলা হ’ল নয়নতৰা?

আছিল কঁকাললৈকে বৈ পৰা চুলি; কি এনেকুৱা ঘটিল যে চুলি খুৰাই টকলা হ’ল নয়নতৰা?

August 18, 2026 3:27 pm
নতুন সমীক্ষাত দাবী! ইৰাণ যুদ্ধৰ বাবে বৰ্তমান কাৰ্যকালত ট্ৰাম্পৰ জনপ্ৰিয়তা সৰ্বনিম্ন স্তৰত

নতুন সমীক্ষাত দাবী! ইৰাণ যুদ্ধৰ বাবে বৰ্তমান কাৰ্যকালত ট্ৰাম্পৰ জনপ্ৰিয়তা সৰ্বনিম্ন স্তৰত

August 18, 2026 1:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বানপীড়িতক সহায়ৰ নামত প্ৰৱঞ্চনা: কুংকি চৌধুৰীৰ নামত ভুৱা ইনষ্টাগ্ৰাম একাউণ্ট খুলি ধন সংগ্ৰহ দুষ্ট চক্ৰৰ

বানপীড়িতক সহায়ৰ নামত প্ৰৱঞ্চনা: কুংকি চৌধুৰীৰ নামত ভুৱা ইনষ্টাগ্ৰাম একাউণ্ট খুলি ধন সংগ্ৰহ দুষ্ট চক্ৰৰ

August 18, 2026 4:40 pm
ফাঁচীৰ সলনি বিষাক্ত বেজীৰে মৃত্যু দণ্ড কিয় নিদিয়ে ভাৰতত? আবেদন খাৰিজ কৰি কি ক’লে উচ্চতম ন্যায়ালয়ে?

ফাঁচীৰ সলনি বিষাক্ত বেজীৰে মৃত্যু দণ্ড কিয় নিদিয়ে ভাৰতত? আবেদন খাৰিজ কৰি কি ক’লে উচ্চতম ন্যায়ালয়ে?

August 18, 2026 3:58 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd