• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নদীবান্ধৰ বিৰুদ্ধে প্ৰতিবাদ জাতীয় যুৱ বাহিনীৰ : থানাতে আটক কৰি ৰখা হৈছে প্ৰতিবাদকাৰীক

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
November 6, 2024 7:25 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অৰুণাচলত শেহতীয়াকৈ নিৰ্মাণ কৰিবলৈ লোৱা ২২২০ মেগাৱাট অজো জলবিদ্যুৎ প্রকল্প, ২০০০ মেগাৱাট কমলা জলবিদ্যুৎ প্রকল্প, ২৫০০ মেগাৱাট উজনি সোৱণশিৰি প্ৰকল্প আৰু ১২০০০ মেগাৱাট আপাৰ ছিয়াং জলবিদ্যুৎ প্রকল্পকে ধৰি ১৩৫ টা বৃহৎ নদীবান্ধৰ বিৰোধিতা কৰি লক্ষীমপুৰ ৰাইজৰ দলৰ ভাতৃ সংগঠন জাতীয় যুৱ বাহিনীয়ে কালি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় শক্তি মন্ত্র মনোহৰ লাল কট্টৰৰ প্ৰতিমূৰ্তি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ পাছতে প্রতিবাদকাৰীসকলৰ ওপৰত তৎপৰ হৈ পৰিছে লক্ষীমপুৰ আৰক্ষী।

গণতান্ত্রিক আন্দোলনৰ ভাষা বুজি নোপোৱা অসম আৰক্ষীয়ে বিনা কাৰণত আজি দিনৰ ২.০০ বজাৰ পৰা ঘণ্টা ঘণ্টা ধৰি আৰক্ষী থানাৰ ভিতৰতে কোনো কাৰণ নজনোৱাকৈ আৱদ্ধ কৰি ৰাখিছে প্রতিবাদকাৰী নেতা ক্রমে জাতীয় যুৱ বাহিনীৰ কেন্দ্রীয় সম্পাদক শ্রী মঞ্জিল জৈন, লক্ষীমপুৰ জিলা সমিতি সভাপতি শ্রী দেৱজিৎ শইকীয়া আৰু সাধাৰণ সম্পাদক শ্রী আজিজ আলিকে ধৰি কেইবাজনো প্রতিবাদকাৰীক।

Apply Now

 গণতান্ত্রিক আন্দোলন কৰা প্ৰতিবাদকাৰীক আৰক্ষীয়ে এইদৰে ঘণ্টা ঘণ্টা ধৰি আটক কৰি ৰখা ঘটনাক গণতন্ত্র বাবে চৰম দুর্ভাগ্যজনক আখ্যা দিছে জাতীয় যুৱ বাহিনীৰ কেন্দ্ৰীয় সভাপতি লক্ষ্যজ্যোতি গগৈ আৰু সাধাৰ সম্পাদক নির্মল পায়েঙে।

এক বিবৃতি যোগে গগৈয়ে উল্লেখ কৰিছে যে অৰুণাচলত নিৰ্মাণ কৰিবলৈ বিচৰা এই বৃহৎ নদীবান্ধসমূহৰ পৰা অসমৰ একো লাভ নহয় বৰঞ্চ গুজৰাট আৰু অন্য ৰাজ্যৰহে লাভালাভ হ’ব। এই বৃহ নদীবান্ধ নির্মাণ হ’লে অসমৰ ওপৰত ব্যাপক দুর্যোগ নামি আহিব, খৰালি কালত অসমৰ নদীসমূহ শুকাই যাব আৰু বাৰিষা বানপানীৰ ফলত নদী কাষৰীয়া অঞ্চলসমূহ ব্যাপকভাবে ক্ষতিগ্রস্ত হ’ব আৰু এইসমূহ বান্ধ নিৰ্মাণ কৰিবলৈ কোটি কোটি গছ-গছনি কটাৰ ফলত সামগ্রিকভাৱে উত্তৰ পূৰ্বাঞ্চলৰ জলবায়ুৰ ব্যাপক ক্ষতি হ’ব।

গগৈয়ে মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰ আৰু হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন অসম চৰকাৰক ক্ষুৰধাৰ সমালোচ কৰি কয় গণতান্ত্রিক আন্দোলনৰ ভাষা বুজি অতি শীঘ্ৰে যদি আটাইকেইগৰাকী প্ৰতিবাদকাৰীক বিনাচর্তে মুকলি কৰি নিদিয়ে তেন্তে জাতীয় যুৱ বাহিনীয়ে কঠোৰতকৈ কঠোৰ পদক্ষেপ ল’বলৈ বাধ্য হ’ব।

জাতীয় যুব বাহিনীয়ে বৃহৎ নদীবান্ধ কোনো কাৰণত হ’বলৈ নিদিয়ে। অৰুণাচলৰ বৃহৎ নদীবান্ধ বন্ধ কৰিবৰ বাবে জাতীয় যুৱ বাহিনীয়ে পৰৱৰ্তী পৰ্যায়ত এলানি প্রতিবাদী কার্যসূচী ঘোষণা কৰিব বুলিও যুৱ সংগঠনটোৱে জানিবলৈ দিয়ে। অসম ধ্বংস কৰা কোনো কামকে ৰাইজৰ দল আৰু জাতীয় যুৱ বাহিনীয়ে সহ্য নকৰে বুলি একেটা বিবৃতিতে উল্লেখ কৰিছে।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চৰ্তবিহীন বিনামূলীয়া নামভৰ্তিৰ দাবীৰে এছ এফ আইৰ ডি এইচ ই ঘেৰাও : ৫০ শতাংশ নহয়, সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তিৰ দাবী উত্থাপন

চৰ্তবিহীন বিনামূলীয়া নামভৰ্তিৰ দাবীৰে এছ এফ আইৰ ডি এইচ ই ঘেৰাও : ৫০ শতাংশ নহয়, সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তিৰ দাবী উত্থাপন

August 17, 2026 9:30 pm
ইটালীৰ লুকাৰ্নিয়া চলচ্চিত্ৰ মহোৎসৱত অসম সন্তানৰ জয়যাত্ৰা: মহৰ্ষি তুহীন কাশ্যপলৈ সন্মানীয় ‘ফেলিনি’ বঁটা

ইটালীৰ লুকাৰ্নিয়া চলচ্চিত্ৰ মহোৎসৱত অসম সন্তানৰ জয়যাত্ৰা: মহৰ্ষি তুহীন কাশ্যপলৈ সন্মানীয় ‘ফেলিনি’ বঁটা

August 17, 2026 9:05 pm
ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা : জাগীৰোডত বাইকৰ মুখামুখি সংঘৰ্ষত দম্পতীৰ মৃত্যু

ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা : জাগীৰোডত বাইকৰ মুখামুখি সংঘৰ্ষত দম্পতীৰ মৃত্যু

August 17, 2026 8:35 pm
কিয় ১ কিলোমিটাৰলৈ কমাব বিচৰা হৈছে কাজিৰঙাৰ ইক’-ছেনচিটিভ জ’ন? ৰাইজৰ স্বাৰ্থ নে কয়লা ছিণ্ডিকেটক আইনী সুৰক্ষা?

কিয় ১ কিলোমিটাৰলৈ কমাব বিচৰা হৈছে কাজিৰঙাৰ ইক’-ছেনচিটিভ জ’ন? ৰাইজৰ স্বাৰ্থ নে কয়লা ছিণ্ডিকেটক আইনী সুৰক্ষা?

August 17, 2026 8:28 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰ্তবিহীন বিনামূলীয়া নামভৰ্তিৰ দাবীৰে এছ এফ আইৰ ডি এইচ ই ঘেৰাও : ৫০ শতাংশ নহয়, সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তিৰ দাবী উত্থাপন

চৰ্তবিহীন বিনামূলীয়া নামভৰ্তিৰ দাবীৰে এছ এফ আইৰ ডি এইচ ই ঘেৰাও : ৫০ শতাংশ নহয়, সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তিৰ দাবী উত্থাপন

August 17, 2026 9:30 pm
ইটালীৰ লুকাৰ্নিয়া চলচ্চিত্ৰ মহোৎসৱত অসম সন্তানৰ জয়যাত্ৰা: মহৰ্ষি তুহীন কাশ্যপলৈ সন্মানীয় ‘ফেলিনি’ বঁটা

ইটালীৰ লুকাৰ্নিয়া চলচ্চিত্ৰ মহোৎসৱত অসম সন্তানৰ জয়যাত্ৰা: মহৰ্ষি তুহীন কাশ্যপলৈ সন্মানীয় ‘ফেলিনি’ বঁটা

August 17, 2026 9:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd