• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বলাৎকাৰৰ অভিযুক্তক ফাৰ্ষ্ট ট্ৰেক আদালতত বিচাৰৰ দাবী আপৰ ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰীৰ

প্ৰিপেইড স্মাৰ্ট মিটাৰক চৰকাৰৰ লুণ্ঠনৰ আহিলা আখ্যা আপৰ জ্যেষ্ঠ নেতা ৰাজীৱ শইকীয়াৰ

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
August 24, 2024 5:43 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্য কপোঁৱা ধিঙৰ দলবদ্ধ ধৰ্ষণৰ অভিযুক্তক ফাৰ্ষ্ট ট্ৰেক আদালতৰ জৰিয়তে ক্ষিপ্ৰতাৰে বিচাৰ প্ৰক্ৰিয়া সম্পন্ন কৰাৰ জৰিয়তে ন্যায় প্ৰদানৰ দাবী আম আদমী পাৰ্টিৰ ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰীৰ ।

আজি গণেশগুৰিস্থিত আপৰ ৰাজ্যিক কাৰ্যালয়ত সংবাদ মাধ্যমৰ সৈতে মত বিনিময় কৰি আপৰ নেতাগৰাকীয়ে কয়, ” অসম আৰক্ষীয়ে এজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ’লেও আৰক্ষীৰ জিম্মাত থকা অৱস্থাতে অভিযুক্তৰ ৰহস্যজনকভাৱে মৃত্যু হয়। আৰক্ষীয়ে এতিয়ালৈকে আন দুজন অভিযুক্তক কৰায়ত্ত কৰিব পৰা নাই। আমি আম আদমী পাৰ্টিয়ে অতি শীঘ্ৰেই দোষীক কৰায়ত্ত কৰি ফাৰ্ষ্ট ট্ৰেক আদালতৰ জৰিয়তে বলাৎকাৰীৰ চৰম তথা কঠোৰতম শাস্তি বিচাৰিছোঁ । এই ক্ষেত্ৰত আৰু এটা গুৰুত্বপূৰ্ণ কথা যে আমাৰ দলে অভিযুক্তৰ ন্যায় বহিৰ্ভূত হত্যাৰ বিৰোধিতা কৰোঁ । আইনী ব্যৱস্থাৰ জৰিয়তে ধিঙৰ ঘটনাৰ উপৰিও ৰাজ্যৰ ভিন্ন প্ৰান্তত সংঘটিত বলাৎকাৰৰ অভিযুক্ত সকলক দৃষ্টান্তমূলক শাস্তিৰ দাবী জনাওঁ। ”

Apply Now

আপৰ সভাপতি ডাঃ ভবেন চৌধুৰীয়ে এডিআৰৰ তথ্যৰ উদ্ধৃতিৰে কয়,” পৰিসংখ্যা অনুসৰি বিগত দিনত বিজেপি শাসিত ৰাজ্যসমূহত সৰ্বাধিক মহিলাৰ বিৰুদ্ধে অপৰাধ সংঘটিত হৈছে। বিজেপি দলৰ ৪৪ গৰাকী বিধায়ক আৰু ১০ গৰাকী সাংসদৰ বিৰুদ্ধে নাৰী নিৰ্যাতনৰ অভিযোগ আছে। এনে অৱস্থাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বেটি বাচাওঁ, বেটি পঢ়াওঁ শ্লোগান অৰ্থহীন। ” ধৰ্ম বা সম্প্ৰ্দায়ৰ ভিত্তিত অভিযুক্ত তথা অপৰাধীৰ শ্ৰেণী বিভাজনৰ বিৰুদ্ধেও সৰৱ হয় আপৰ নেতাগৰাকী।
আনহাতে, ৰাজ্যৰ সাধাৰণ মানুহৰ ওপৰত চৰকাৰে জাপি দিয়া এপিডিচিএলৰ প্ৰিপেইড স্মাৰ্ট মিটাৰ শীঘ্ৰে প্ৰত্যাহাৰ কৰিবলৈ দাবী জনায় ডাঃ ভবেন চৌধুৰীয়ে ।

এই সন্দৰ্ভত আম আদমী পাৰ্টিৰ আন এগৰাকী জ্যেষ্ঠ নেতা ৰাজীৱ শইকীয়াই কয়, ” প্ৰিপেইড স্মাৰ্ট মিটাৰৰ জৰিয়তে চৰকাৰে ৰাজ্যবাসীৰ ওপৰত লুণ্ঠন চলাইছে। এপিডিচিএলৰ প্ৰিপেইড স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিবাদ হৈ আছে। আমি আম আদমী পাৰ্টিয়ে প্ৰতিবাদী বিক্ষোভ কাৰ্যসূচী পালন কৰিছোঁ। কিন্তু চৰকাৰখনে বিজেপিৰ ঘনিষ্ঠ ব্যৱসায়ী আদানীৰ স্বাৰ্থত ৰাইজৰ ওপৰত মাধমাৰ সোধাইছে । যি সকল লোকে পূৰ্বে ২০০ টকা বিদ্যুত বিল আদায় দিছিল, প্ৰিপেইড স্মাৰ্ট মিটাৰৰ বাবে আজি সেই সকল উপভোক্তাই ১৫ টকা বা দুহেজাৰ টকালৈ দিবলগীয়া হৈছে। গতিকে শীঘ্ৰেই চৰকাৰে এই লুণ্ঠন বন্ধ কৰক। তদুপৰি দিল্লীত আম আদমী পাৰ্টিৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ চৰকাৰৰ দৰে অসমতো ২০০ ইউনিটলৈকে বিনামূলীয়া বিদ্যুৎ যোগান আঁচনি গ্ৰহণ কৰিবলৈ আমি চৰকাৰক আহ্বান জনাইছোঁ।”

সংবাদ মাধ্যমৰ সৈতে মত বিনিময় কৰি এনেদৰে চৰকাৰৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে সৰৱ হয় ডাঃ ভবেন চৌধুৰী আৰু ৰাজীৱ শইকীয়াই।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

August 23, 2026 9:16 am
নিজ্জৰ হত্যাকাণ্ডৰ সৈতে গোল্ডি ব্ৰাৰ জড়িত থকাৰ দাবী কৰা অডিঅ’ ফাদিল, নতুন চাঞ্চল্য

নিজ্জৰ হত্যাকাণ্ডৰ সৈতে গোল্ডি ব্ৰাৰ জড়িত থকাৰ দাবী কৰা অডিঅ’ ফাদিল, নতুন চাঞ্চল্য

August 23, 2026 8:59 am
ওড়িশাৰ পাৰাদ্বীপৰ ওচৰত ২০ জন চীনা নাগৰিকৰ সৈতে জাহাজ ডুবি সন্ধানহীন; উদ্ধাৰত নামিল নৌসেনা, ক’ষ্ট গাৰ্ড

ওড়িশাৰ পাৰাদ্বীপৰ ওচৰত ২০ জন চীনা নাগৰিকৰ সৈতে জাহাজ ডুবি সন্ধানহীন; উদ্ধাৰত নামিল নৌসেনা, ক’ষ্ট গাৰ্ড

August 23, 2026 7:57 am
হায়দৰাবাদত অবৈধ নিৰ্মাণৰ কৰুণ পৰিণতি! ৭ মহলীয়া ভৱন খহি ২ জনৰ প্ৰাণহানি, কেইবাজনো আহত

হায়দৰাবাদত অবৈধ নিৰ্মাণৰ কৰুণ পৰিণতি! ৭ মহলীয়া ভৱন খহি ২ জনৰ প্ৰাণহানি, কেইবাজনো আহত

August 22, 2026 9:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

August 23, 2026 9:16 am
নিজ্জৰ হত্যাকাণ্ডৰ সৈতে গোল্ডি ব্ৰাৰ জড়িত থকাৰ দাবী কৰা অডিঅ’ ফাদিল, নতুন চাঞ্চল্য

নিজ্জৰ হত্যাকাণ্ডৰ সৈতে গোল্ডি ব্ৰাৰ জড়িত থকাৰ দাবী কৰা অডিঅ’ ফাদিল, নতুন চাঞ্চল্য

August 23, 2026 8:59 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd