DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, June 30, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৰাসৰ প্ৰস্তুতিত বিঘিনি; নতুন চৰকাৰী SOPয়ে বিপাঙত পেলাইছে উদ্যোক্তাক

নিৰ্মলেন্দু পাঠক ,টীয়ক by নিৰ্মলেন্দু পাঠক ,টীয়ক
November 11, 2021 2:15 pm
Rass and SOP
4.4k
VIEWS
Share on FacebookShare on Twitter

ৰাসলৈ যিহেতু মাজত মাথোঁ কেইটামান দিন বাকী সেয়ে ৰাজ্যৰ চৌদিশে এতিয়া চলিছে কৃষ্ণ বন্দনাৰ আখৰা, কংস বধৰ আখৰা। সমান্তৰালভাৱে চলিছে কৃষ্ণৰে গোপী সকলৰ নাচৰ আখৰা।

ব্যতিক্ৰম নহয় যোৰহাট জিলাৰ কাকজানৰ বাম কুকুৰাচোৱা। বাম কুকুৰাচোৱাৰ ৰংগমঞ্চত চলিছে আখৰা। ৮০ টা বছৰ অতিক্ৰম কৰা কাকজনৰ এই ৰাসক লৈ এতিয়া অঞ্চলটোত প্ৰবল উচাহ।

কিন্তু চৰকাৰে ৰাস উদযাপনৰ ক্ষেত্ৰত ঘোষণা কৰা মতে ১০ বছৰৰ তলৰ শিশুৱে ৰাসত অংশগ্ৰহণ কৰিব নোৱাৰা  SOP ক লৈ এতিয়া সৰ্বতে প্ৰতিক্ৰিয়া সৃষ্টি হৈছে।

শিশু অবিহনে ৰাস উদযাপন সম্ভৱ নহয়, শিশু কৃষ্ণৰ লীলাই ৰাসৰ অন্যতম বৈশিষ্ট।

ইপিনে পূৰ্বৰে পৰা চলি অহা ৰাসৰ নাট্যৰূপ সলনি  কৰাতোও সম্ভৱ নহয়, এতিয়া বিপাঙত পৰিছে ৰাস উদযাপন সমিতিসমূহ।

সেয়ে, এই ক্ষেত্ৰত বিজ্ঞজনৰ সৈতে আলোচনামৰ্মে কিছু শিথিলতা আনিবলৈ আহ্বান জনাইছে চৰকাৰক।

Recent News

High-speed Aerial Target ‘Abhyas’

দেশীয়ভাৱে নিৰ্মিত ‘হাই-স্পীড এৰিয়েল টাৰ্গেট’ ‘অভ্যাস’ৰ সফল পৰীক্ষণ

Millitants killed in Jammu-Kashmir

জম্মু-কাশ্মীৰত অব্যাহত সন্ত্ৰাসবাদ বিৰোধী অভিযান: দুই লস্কৰ-ই-তৈবা সদস্য নিহত

Maharashtra Political Crisis

আস্থাভোট স্থগিত ৰাখিলে ৰাজ্যপালে: মহাৰাষ্ট্ৰৰ শাসনলৈ পুনৰ উভতাৰ পথত দেৱেন্দ্ৰ ফাড়নবিছ

Vice presidential election India

নিৰ্বাচন আয়োগে ঘোষণা কৰিলে উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ দিন: ৬ আগষ্টত হ’ব ভোটগ্ৰহণ, একেদিনাই হ’ব ভোটগণনা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd