• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

মৃত্যুৰ ৯ বছৰৰ পিছত উদ্ধাৰ হ’ল তালিবানী নেতাৰ গোপন কবৰ

যোৱা ৯ বছৰে মোল্লাৰ পৰিয়ালৰ লোকে হে জানিছিল কবৰটোৰ স্থান সম্পৰ্কে।

নৰ্থ ইষ্ট নাও, ইন্টাৰনেশ্যনেল ডেস্ক by নৰ্থ ইষ্ট নাও, ইন্টাৰনেশ্যনেল ডেস্ক
November 8, 2022 6:35 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

১৯৯৩ চনত আফগানিস্তানত হোৱা গৃ্হযুদ্ধৰ সময়ত মোল্লা ওমৰে তালিবান প্ৰতিষ্ঠা কৰিছিল । ইয়াৰ পিছত ১৯৯৬ চনৰ পৰা ২০০০ চনলৈকে আফগানিস্তানত চলিছিল তালিবানৰ শাসন। কিন্তু ২০০১ চনত আমেৰিকাৰ হস্তক্ষেপত আফগানিস্তানৰ পৰা তালিবানক উৎখাত কৰা হয়।

তেতিয়াৰে পৰা আফগানিস্তানত সন্ধানহীন আছিল মোল্লা ওমৰ। বহুতে উৰা বাতৰি উলিয়াইছিল যে এই ঘটনাৰ পিছতেই মোল্লা ওমৰৰ মৃত্যু ঘটিছে।

Apply Now

এনেদৰে বহু বছৰ পাৰ হৈ যোৱাৰ পিছত ২০১৫ চনত তালিবানে প্ৰকাশ কৰিছিল যে দুবছৰৰ আগতে মোল্লা ওমৰৰ মৃত্যু ঘটিছে। কিন্তু তেতিয়া কোনেও কোৱা নাছিল তালিবানৰ প্ৰতিষ্ঠাপক মোল্লা ওমৰৰ সমাধিটো ক’ত আছিল। কোনেও বিচাৰি পোৱা নাছিল মোল্লাৰ মৃতদেহ বা কবৰ। গোপনে ৰখা হৈছিল মোল্লাৰ কবৰটো।

এতিয়া সুদীৰ্ঘ ৯ বছৰৰ মূৰত উদ্ধাৰ হৈছে এসময়ত আফগানিস্তানত নিজৰ চৰকাৰ প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হোৱা মোল্লা ওমৰৰ কবৰটো।

যোৱা দেওবাৰে তালিবানৰ মুখপাত্ৰ জাবিউল্লাহ মুজাহিদে নিশ্চিত কৰে যে আফগানিস্তানৰ জাবুল প্ৰদেশৰ চুৰি জিলাৰ ওমৰজোৰ গাঁৱত আছে মোল্লা ওমৰৰ কবৰ। শত্ৰুৱে যাতে তালিবানৰ নেতা জনৰ কবৰটোৰ একো অনিষ্ট কৰিব নোৱাৰে তাৰ বাবেই যোৱা ৯ বছৰে গোপনে ৰখা হৈছিল উক্ত স্থান। যোৱা ৯ বছৰে মোল্লাৰ পৰিয়ালৰ লোকে হে জানিছিল কবৰটোৰ স্থান সম্পৰ্কে। এতিয়া শত্ৰুৰ ভয় আঁতৰি যোৱাত জনসাধাৰণৰ বাবে কবৰটো মুকলি কৰি দিয়া হৈছে বুলি জানিবলৈ দিছে তালিবানৰ মুখপাত্ৰ জাবিউল্লাহ মুজাহিদে। 

নৰ্থ ইষ্ট নাও, ইন্টাৰনেশ্যনেল ডেস্ক

নৰ্থ ইষ্ট নাও, ইন্টাৰনেশ্যনেল ডেস্ক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কৃত্ৰিম বানত আবদ্ধ মানুহক উদ্ধাৰ কৰিবলৈ আহিল স্বয়ং স্পাইডাৰ-মেন!

কৃত্ৰিম বানত আবদ্ধ মানুহক উদ্ধাৰ কৰিবলৈ আহিল স্বয়ং স্পাইডাৰ-মেন!

July 8, 2026 4:51 pm
 ইৰানৰ সৈতে শান্তি চুক্তি বাতিল কৰিলে ট্ৰাম্পে, ইৰানৰ নেতাসকলক তীব্ৰ কটাক্ষ

 ইৰানৰ সৈতে শান্তি চুক্তি বাতিল কৰিলে ট্ৰাম্পে, ইৰানৰ নেতাসকলক তীব্ৰ কটাক্ষ

July 8, 2026 3:21 pm
জী ফাইভৰ পৰা হঠাৎ আঁতৰোৱা হ’ল দিলজিৎ দোছাঞ্জৰ ছবি শতলুজ, সমৰ্থনত থিয় দিলে হৰভজন সিঙকে ধৰি বহু চেলিব্ৰিটী

জী ফাইভৰ পৰা হঠাৎ আঁতৰোৱা হ’ল দিলজিৎ দোছাঞ্জৰ ছবি শতলুজ, সমৰ্থনত থিয় দিলে হৰভজন সিঙকে ধৰি বহু চেলিব্ৰিটী

July 8, 2026 2:35 pm
মোদী মন্ত্ৰীসভাত ডাঙৰ ৰদবদলৰ সম্ভাৱনা : মন্ত্ৰীসভাৰ পৰা বাদ পৰিব পাৰে ৰাজনাথ, নিৰ্মলা আৰু হৰদীপৰ নাম

মোদী মন্ত্ৰীসভাত ডাঙৰ ৰদবদলৰ সম্ভাৱনা : মন্ত্ৰীসভাৰ পৰা বাদ পৰিব পাৰে ৰাজনাথ, নিৰ্মলা আৰু হৰদীপৰ নাম

July 8, 2026 1:51 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কৃত্ৰিম বানত আবদ্ধ মানুহক উদ্ধাৰ কৰিবলৈ আহিল স্বয়ং স্পাইডাৰ-মেন!

কৃত্ৰিম বানত আবদ্ধ মানুহক উদ্ধাৰ কৰিবলৈ আহিল স্বয়ং স্পাইডাৰ-মেন!

July 8, 2026 4:51 pm
 ইৰানৰ সৈতে শান্তি চুক্তি বাতিল কৰিলে ট্ৰাম্পে, ইৰানৰ নেতাসকলক তীব্ৰ কটাক্ষ

 ইৰানৰ সৈতে শান্তি চুক্তি বাতিল কৰিলে ট্ৰাম্পে, ইৰানৰ নেতাসকলক তীব্ৰ কটাক্ষ

July 8, 2026 3:21 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd