• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

আৰ্জেণ্টিনাক সমৰ্থন কৰাৰ ‘পাপ’! দহ লিটাৰ গাখীৰেৰে স্নান কৰি ব্ৰাজিলৰ সমৰ্থক হ’ল যুৱক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 9, 2026 7:48 pm
18
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ফুটবল বিশ্বকাপ আৰম্ভ হ‘বলৈ আৰু বেছি দিন নাই। বিশ্বকাপৰ জ্বৰ ক্ৰমান্বয়ে চাৰিওফালে বিয়পি পৰিছে। এনে সময়তে বাংলাদেশৰ শ্বেৰপুৰত এক আচৰিত ঘটনা দেখিবলৈ পোৱা গৈছে। এজন যুৱকে গাখীৰেৰে স্নান কৰি আৰ্জেণ্টিনাৰ শিবিৰ এৰি ব্ৰাজিলৰ সমৰ্থক হৈ পৰিছে। এই ঘটনাৰ ছবি বৰ্তমান সকলোৰে মাজত বিয়পি পৰিছে আৰু ই চৰ্চাৰ বিষয় হৈ পৰিছে।

জানিব পৰা মতে, এই ঘটনাটো যোৱা সোমবাৰে নিশা সংঘটিত হৈছে। শ্বেৰপুৰৰ চাপাতলি অঞ্চলৰ এখন নিচামুক্তি কেন্দ্ৰৰ মুধচত দেৱপ্ৰিয় দাস নামৰ যুৱকজনে প্ৰায় দহ লিটাৰ গাখীৰেৰে স্নান কৰে। সেই সময়ত তেওঁৰ লগত প্ৰায় কুৰিৰ পৰা পঁচিশজন ব্ৰাজিলৰ সমৰ্থক উপস্থিত আছিল। তেওঁলোকৰ সন্মুখতেই যুৱকজনে এই কাণ্ড সংঘটিত কৰে।

Apply Now

দেৱপ্ৰিয়ৰ বিষয়ে জানিবলৈ দি তাত উপস্থিত থকা মহম্মদ আলিম নামৰ এজন ব্ৰাজিলৰ সমৰ্থকে কয় যে দেৱপ্ৰিয়ই দীৰ্ঘদিন ধৰি লিঅ‘নেল মেছিক সমৰ্থন কৰি আহিছিল। মেছিৰ বিদায়ী বিশ্বকাপৰ আগতেই তেওঁ নিজৰ প্ৰিয় খেলুৱৈৰ দলটোৰ পৰা সমৰ্থন আঁতৰাই আনিলে। এতিয়াৰ পৰা তেওঁ ব্ৰাজিলৰ সমৰ্থক। ইমান দিনে আৰ্জেণ্টিনাক সমৰ্থন কৰি তেওঁ যেন পাপহে কৰিছিল, আৰু সেই পাপ খণ্ডন কৰিবলৈকে তেওঁ গাখীৰেৰে গা ধুই প্ৰায়শ্চিত্ত কৰিলে।

ইফালে বাংলাদেশৰ সংবাদ মাধ্যমৰ আগত দেৱপ্ৰিয়ই কয় যে আৰ্জেণ্টিনা দলটোৰ ওপৰত তেওঁৰ আৰু কোনো বিশ্বাস নাই, কাৰণ দলটোত এতিয়া আৰু বেছি নামজ্বলা খেলুৱৈ নাই। আনহাতে ব্ৰাজিলৰ ফুটবলৰ কলাত্মক দিশটোৱে তেওঁক বাৰুকৈয়ে আকৰ্ষিত কৰে। নেইমাৰৰ খেলো তেওঁৰ বহুত ভাল লাগে। সেয়েহে বিশ্বকাপৰ আগতে তেওঁ আৰ্জেণ্টিনা এৰি ব্ৰাজিলৰ সমৰ্থক হৈ পৰিল। গা ধোৱাৰ পিছত ব্ৰাজিলৰ সমৰ্থকসকলে তেওঁক ডিঙিত মালা পিন্ধাই আদৰণি জনায়। উল্লেখযোগ্য যে বিশ্বকাপ ফুটবলত এই উপমহাদেশৰ কোনো দলে অংশগ্ৰহণ নকৰে বাবে প্ৰতিবাৰেই মানুহে বিভিন্ন দেশৰ দলক সমৰ্থন কৰে। এই সমৰ্থনক লৈ বহু সময়ত কাজিয়া বা মাৰপিটৰ দৰে ঘটনাও সংঘটিত হয়। বাংলাদেশো ইয়াৰ ব্যতিক্ৰম নহয় আৰু দেৱপ্ৰিয়ৰ এই ঘটনাই পুনৰ প্ৰমাণ কৰিলে যে বাংলাদেশৰ মানুহো ফুটবলৰ উন্মাদনাত ডুবি আছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পত্নীৰ ইচ্ছাৰ বিৰুদ্ধে যৌন সম্পৰ্ক স্থাপন কৰাটো অপৰাধ নহয় নেকি? সৰ্বোচ্চ ন্যায়ালয়ত চলিছে তীব্ৰ আইনী যুঁজ

পত্নীৰ ইচ্ছাৰ বিৰুদ্ধে যৌন সম্পৰ্ক স্থাপন কৰাটো অপৰাধ নহয় নেকি? সৰ্বোচ্চ ন্যায়ালয়ত চলিছে তীব্ৰ আইনী যুঁজ

September 9, 2026 6:55 pm
গাঁও আৰু চহৰৰ মাজত বাঢ়িছে মজুৰিৰ বৈষম্য: মূল্যবৃদ্ধিয়ে কোঙা কৰিছে গ্ৰাম্য অৰ্থনীতিক

গাঁও আৰু চহৰৰ মাজত বাঢ়িছে মজুৰিৰ বৈষম্য: মূল্যবৃদ্ধিয়ে কোঙা কৰিছে গ্ৰাম্য অৰ্থনীতিক

September 9, 2026 5:16 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd