• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কফি খাবলৈ বুলি ঘৰলৈ মাতি নি মহিলাক ধৰ্ষণ অভিজাত পিতৃৰ পুত্ৰৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 5, 2023 3:44 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজধানী দিল্লীত আকৌ সংঘটিত হৈছে এক ধৰ্ষণৰ ঘটনা। এক অভিজাত পিতৃৰ পুত্ৰই এগৰাকী মহিলাক কফি খাবলৈ বুলি নিজৰ ঘৰলৈ মাতি নি ধৰ্ষণ কৰা ঘটনা পোহৰলৈ অহাৰ পিছতেই সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ।

জানিব পৰা মতে, যোৱা ১৩ জুনত সংঘটিত হৈছিল এই ঘটনা। 

Apply Now

মহিলাগৰাকীয়ে অভিযোগ কৰে যে ২০২২ চনৰ ৩১ ডিচেম্বৰত দিল্লীৰ এখন হোটেলত এজন যুৱকে তেওঁক লগ পাইছিল। তাতে দুয়োজনে দুয়োৰে ফোন নম্বৰ লৈছিল। 

মহিলাগৰাকীয়ে দাবী কৰে যে যুৱকজনে আগতে তেওঁক বিৰক্ত কৰিছিল। সেয়ে ফোনত ব্লক কৰিবলৈ বাধ্য হৈছিল তেওঁ। কিন্তু যুৱকজনে আন এটা নম্বৰৰ পৰা ফোন কৰিলে। সেয়ে মানুহজনীয়ে ফোনটো উঠাইছিল। ফোনত যুৱকজনে মহিলাগৰাকীক কফি খাবলৈ এখন কফিৰ দোকানলৈ লগ ধৰে। 

মহিলাগৰাকীয়ে সেই আহ্বানক আওকাণ কৰাৰ কোনো কাৰণ দেখা নাপালে। ১৩ জুনত দুয়ো একেলগে কফি খাবলৈ যায়। কিন্তু কফি দোকানখন বন্ধ হৈ থকাৰ বাবে যুৱকজনে নিজৰ ঘৰখন দেখুৱাবলৈ মহিলাগৰাকীক লৈ যায়। 

ইয়াৰ পিছত যুৱকজনে নিজৰ শোৱা কোঠালৈ লৈ গৈ মহিলাগৰাকীক বলপূৰ্বকভাৱে ধৰ্ষণ কৰিলে। 

আকস্মিক ঘটনাত মহিলাগৰাকী ইমানেই স্তম্ভিত হৈ পৰে যে আৰক্ষীক অভিযোগ দিব নোৱাৰিলে। অৱশেষত ২২ জুনত তেওঁ থানালৈ গৈ যুৱকজনৰ বিৰুদ্ধে ধৰ্ষণৰ এজাহাৰ দাখিল কৰে। 

আৰক্ষীৰ সূত্ৰ অনুসৰি ধৰ্ষণ, অস্বাভাৱিক অপৰাধমূলক সংগঠনৰ শিতানত এটা গোচৰ ৰুজু কৰা হৈছে। অৱশ্যে এতিয়ালৈকে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা নাই অভিযুক্ত যুৱকজনক। আৰক্ষীৰ সূত্ৰ অনুসৰি অভিযুক্তই তদন্তত সহযোগিতা আগবঢ়াইছে।

জানি পৰা মতে যুৱকজনৰ পিতৃ এজন অভিজাত ব্যৱসায়ী। যুৱকজনৰ পিতৃ সমাজত এজন পৰিচিত ব্যক্তি। সেই সুযোগতেই যুৱকজনে বিভিন্ন নাৰীৰ লগত সহজেই সম্পৰ্ক গঢ়াৰ সুযোগ পায়।

লগতে পঢ়কঃ চকুৰ পলকতে পাহাৰৰ পৰা খহি পৰা শিলে ভাঙি পেলালে গাড়ী; মৃ্ত্যু ২জনৰ, চাওক ভিডিঅ’

লগতে পঢ়কঃ ধনী লোকৰ কাণ্ড! বন্ধ গাড়ীত পোহনীয়া কুকুৰ থৈ চাবলৈ গ’ল তাজমহল, উশাহ নাপাই গাড়ীতে মৃত্যু প্ৰভুভক্তৰ

লগতে পঢ়কঃ এয়াই নেকি বিজেপিৰ সভ্যতা সংস্কৃতি! দলিত শ্ৰমিকৰ মুখত প্ৰস্ৰাৱ কৰি আসুৰিক আনন্দ বিজেপি নেতাৰ

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd