• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

বাঘ-সিংহ নহয়, এটা কেৰ্কেটুৱাই লগাইছে অথন্তৰ! ডেৰ মাহত ২০ জনক কন্দুৱালে কেৰ্কেটুৱাই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 21, 2026 10:35 am
104
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজস্থানৰ উদয়পুৰত থকা মোহনলাল সুখাদিয়া বিশ্ববিদ্যালয়ত বৰ্তমান এক অদ্ভুত পৰিস্থিতিৰ সৃষ্টি হৈছে। কোনো বাঘ বা ভালুক নহয়, বৰঞ্চ এটা সৰু কেৰ্কেটুৱাৰ সন্ত্ৰাসত ত্ৰস্তমান হৈ পৰিছে সমগ্ৰ বিশ্ববিদ্যালয় কৰ্তৃপক্ষ। যোৱা ডেৰ মাহৰ ভিতৰত এই আক্ৰমণাত্মক প্ৰাণীটোৱে কমেও ২০ গৰাকী ছাত্ৰ-ছাত্ৰী আৰু কৰ্মচাৰীক কামুৰি আহত কৰিছে। আনকি মহাবিদ্যালয়খনৰ ডিনগৰাকীও ইয়াৰ আক্ৰমণৰ পৰা সাৰি যাব পৰা নাই। বিশেষকৈ বিশ্ববিদ্যালয়ৰ চাইকোলজি বিভাগলৈ যোৱা মূল পথটোত এই কেৰ্কেটুৱাটোৰ উপদ্ৰৱ ইমানেই বৃদ্ধি পাইছে যে সেই পথেৰে যাবলৈ এতিয়া সকলোৱে ভয় কৰা হৈছে।

প্ৰত্যক্ষদৰ্শীসকলৰ মতে এই কেৰ্কেটুৱাটোৰ আচৰণ অতি আচৰিত ধৰণৰ। সাধাৰণতে কেৰ্কেটুৱা মানুহৰ কাষলৈ নাহে যদিও এই বিশেষ প্ৰাণীটোৱে কোনো উচতনি নোহোৱাকৈয়ে হঠাত্ গছৰ পৰা জঁপিয়াই পৰি পথচাৰীক কামুৰি দিয়ে আৰু মুহূৰ্তৰ ভিতৰতে পুনৰ গছত উঠি নোহোৱা হৈ যায়। এই সন্দৰ্ভত বিশ্ববিদ্যালয় কৰ্তৃপক্ষই বিশেষজ্ঞৰ সৈতে আলোচনা কৰিছে। বিশেষজ্ঞসকলে ধাৰণা কৰিছে যে চাইকোলজি বিভাগৰ ওচৰত হয়তো কেৰ্কেটুৱাটোৱে নিজৰ বাহ সাজিছে আৰু নিজৰ এলেকা সুৰক্ষিত ৰাখিবলৈকে সি মানুহৰ ওপৰত আক্ৰমণ চলাইছে। পশুপালন বিভাগৰ বিশেষজ্ঞৰ মতে কেতিয়াবা আংশিক অন্ধত্ব বা কোনো বিশেষ ৰঙৰ প্ৰতি বিৰক্তি থাকিলেও প্ৰাণীসমূহ এনেদৰে হিংস্ৰ হৈ উঠিব পাৰে।

Apply Now

এই সৰু প্ৰাণীটোক ধৰিবলৈ গৈ উদ্ধাৰকাৰী দলৰো এতিয়া অৱস্থা কাহিল হৈছে। ইতিমধ্যে দুবাৰকৈ উদ্ধাৰকাৰী দল মাতি আনি বিভিন্ন ঠাইত ফান্দ পতা হৈছিল যদিও কেৰ্কেটুৱাটো ধৰা পৰা নাই। অতি চতুৰ এই প্ৰাণীটোৱে বাৰে বাৰে ফান্দৰ পৰা বাচি পলাই যাবলৈ সক্ষম হৈছে। মহাবিদ্যালয়ৰ সহকাৰী ডিন নবীন নাভানাই সকলোকে সতৰ্ক কৰি দিছে আৰু কেৰ্কেটুৱাটো দেখা পালেই কৰ্তৃপক্ষক জনাবলৈ অনুৰোধ জনাইছে। আনহাতে বিশেষজ্ঞসকলে জনাইছে যে কেৰ্কেটুৱাই কামুৰিলে জলাতংক হোৱাৰ ভয় নাথাকে যদিও সাৱধানতা হিচাপে আহতসকলক টিটেনাচ বেজী ল’বলৈ পৰামৰ্শ দিয়া হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘মহিলাসকলে ঘৰৰ বাহিৰলৈ যোৱা উচিত নহয়’, কেৰালাৰ গ্ৰেণ্ড মুফতিৰ বিতৰ্কিত মন্তব্য

‘মহিলাসকলে ঘৰৰ বাহিৰলৈ যোৱা উচিত নহয়’, কেৰালাৰ গ্ৰেণ্ড মুফতিৰ বিতৰ্কিত মন্তব্য

August 31, 2026 1:02 pm
অসমৰ কাৰাগাৰত ভয়ংকৰ হাৰত বৃদ্ধি পাইছে এইচ আই ভি ৰোগী : মাত্ৰ চাৰি মাহত ২২৬ জন আক্ৰান্ত

অসমৰ কাৰাগাৰত ভয়ংকৰ হাৰত বৃদ্ধি পাইছে এইচ আই ভি ৰোগী : মাত্ৰ চাৰি মাহত ২২৬ জন আক্ৰান্ত

August 31, 2026 12:50 pm
ইউ এছ অ’পেনত অঘটন: অসুস্থতাৰ ওচৰত হাৰ মানি প্ৰথম ৰাউণ্ডৰ পৰাই বিদায় ন’ভাক জ’কভিচৰ

ইউ এছ অ’পেনত অঘটন: অসুস্থতাৰ ওচৰত হাৰ মানি প্ৰথম ৰাউণ্ডৰ পৰাই বিদায় ন’ভাক জ’কভিচৰ

August 31, 2026 11:45 am
উত্তৰাখণ্ডৰ ‘শুদ্ধিকৰণ’ কাণ্ডক লৈ ৰাহুল গান্ধীৰ বিৰুদ্ধে এজাহাৰ : ‘জাতিবিদ্বেষী মন্তব্য’ৰ অভিযোগ

উত্তৰাখণ্ডৰ ‘শুদ্ধিকৰণ’ কাণ্ডক লৈ ৰাহুল গান্ধীৰ বিৰুদ্ধে এজাহাৰ : ‘জাতিবিদ্বেষী মন্তব্য’ৰ অভিযোগ

August 31, 2026 11:17 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘মহিলাসকলে ঘৰৰ বাহিৰলৈ যোৱা উচিত নহয়’, কেৰালাৰ গ্ৰেণ্ড মুফতিৰ বিতৰ্কিত মন্তব্য

‘মহিলাসকলে ঘৰৰ বাহিৰলৈ যোৱা উচিত নহয়’, কেৰালাৰ গ্ৰেণ্ড মুফতিৰ বিতৰ্কিত মন্তব্য

August 31, 2026 1:02 pm
অসমৰ কাৰাগাৰত ভয়ংকৰ হাৰত বৃদ্ধি পাইছে এইচ আই ভি ৰোগী : মাত্ৰ চাৰি মাহত ২২৬ জন আক্ৰান্ত

অসমৰ কাৰাগাৰত ভয়ংকৰ হাৰত বৃদ্ধি পাইছে এইচ আই ভি ৰোগী : মাত্ৰ চাৰি মাহত ২২৬ জন আক্ৰান্ত

August 31, 2026 12:50 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd