• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পুনৰ নাবাৰ্ডৰ পৰা ৬৩৪ কোটি টকাৰ ঋণৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
June 7, 2024 6:00 pm
4k
VIEWS
Share on FacebookShare on Twitter

“মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটে বৃহস্পতিবাৰে পুনৰ নাবাৰ্ডৰ পৰা ৬৩৪ কোটি ৩৫ লাখ টকাৰ ঋণ লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে। ৰাজ্যৰ আন্তঃগাঁথনি উন্নীতকৰণৰ নামত কেবিনেটে এই ঋণৰ প্ৰস্তাৱত অনুমোদন জনায়। ৰাজ্য চৰকাৰে ইয়াৰ পূৰ্বে যোৱা ৪ এপ্ৰিলত এক হাজাৰ কোটি, ৩০ এপ্ৰিলত এহেজাৰ কোটি আৰু ২৮ মে’ত এহেজাৰ কোটি টকাৰ ঋণ লৈছিল।  চৰকাৰখনে চলিত বিত্তীয় বৰ্ষ আৰম্ভ হোৱাৰ পৰা বৰ্তমানলৈকে ৪ বাৰকৈ ঋণ ল’বলগীয়া হৈছে। ঋণৰ ওপৰত ঋণ লৈ ৰাজ্যখনক অৰ্থনৈতিক ভাৱে কোঙা কৰি পেলাইছে মুখ্যমন্ত্ৰীয়ে। ইয়ে বিজেপি চৰকাৰৰ আমোলত অসমৰ অৰ্থনীতিৰ লাওলোৱা অৱস্থা উদঙাই দিছে। ” – আজি এক প্ৰেছ বিজ্ঞপ্তি যোগে এই  অভিযোগ উত্থাপন কৰে আম আদমী পাৰ্টিৰ ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰীয়ে ।

উল্লেখ্য যে অসম চৰকাৰে বৰ্তমানলৈকে লোৱা  ঋণৰ পৰিমাণে ১ লাখ ৫৩  হাজাৰ কোটি টকা অতিক্ৰম কৰিছে।

আজি সংবাদমাধ্যমলৈ প্ৰেৰণ কৰা বিজ্ঞপ্তিত ডাঃ ভবেন চৌধুৰীয়ে কয়,” ড০ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে বছৰি প্ৰায় ২১ হাজাৰ ৫২৫ কোটি টকাৰ ঋণ লৈছে। অসমক দেশৰ ৫ খন উন্নত ৰাজ্যৰ তালিকাত অন্তৰ্ভুক্ত কৰিব বিচৰা মুখ্যমন্ত্ৰীক আমাৰ প্ৰশ্ন – মুখ্যমন্ত্ৰী ডাঙৰীয়া, কোনো ধৰণৰ উৎপাদনমুখী অৰ্থনীতি অবিহনে মাথোঁ ঋণ লৈ চৰকাৰ চলাব পাৰিনে? এইদৰে ৰাজ্যবাসীৰ মূৰৰ ওপৰত বিশাল পৰিমাণৰ ধাৰৰ বোজা জাপি দি অসমৰ উন্নয়ন সম্ভৱনে? ”

ৰাজ্যৰ সামগ্ৰিক বিকাশৰ স্বাৰ্থত উৎপাদনমুখী অৰ্থনৈতিক আঁচনি গ্ৰহণ কৰিবলৈ আম আদমী পাৰ্টিৰ ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰীয়ে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনায়।

উল্লেখ্য যে ৰাজ্যৰ গড়কাপ্তানি, জল সম্পদ আৰু মহিলা সবলীকৰণ আৰু শিশু কল্যাণৰ ক্ষেত্ৰত আন্তঃগাঁথনি উন্নীতকৰণৰ নামত নাবাৰ্ডৰ পৰা ঋণ লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাই।

Recent News

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত পাকিস্তানৰ অধ্যক্ষতা! চিন্তাৰ বিষয় হ’ব পাৰে ভাৰতৰ বাবে

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত পাকিস্তানৰ অধ্যক্ষতা! চিন্তাৰ বিষয় হ’ব পাৰে ভাৰতৰ বাবে

ভাৰ্চুৱেল শুনানিৰ সময়ত বিয়েৰত চুমুক! অধিবক্তাৰ বিৰুদ্ধে আদালত অৱমাননাৰ গোচৰ ৰুজু

ভাৰ্চুৱেল শুনানিৰ সময়ত বিয়েৰত চুমুক! অধিবক্তাৰ বিৰুদ্ধে আদালত অৱমাননাৰ গোচৰ ৰুজু

জলবায়ু পৰিৱৰ্তনৰ বাবে স্থানান্তৰিত হ’বলৈ বাধ্য হ’ল প্ৰাচীন হিমালয়ৰ গাঁও ছামজুং

জলবায়ু পৰিৱৰ্তনৰ বাবে স্থানান্তৰিত হ’বলৈ বাধ্য হ’ল প্ৰাচীন হিমালয়ৰ গাঁও ছামজুং

গুৱাহাটী বিশ্ববিদ্যালয়ত ‘পেছাৰ বাবে প্ৰস্তুতি’ শীৰ্ষক অনুষ্ঠানৰ সামৰণি

গুৱাহাটী বিশ্ববিদ্যালয়ত ‘পেছাৰ বাবে প্ৰস্তুতি’ শীৰ্ষক অনুষ্ঠানৰ সামৰণি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd