• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

শিক্ষানুষ্ঠান, চিকিৎসালয় আৰু ষ্টেচন চৌহদত থাকিব নোৱাৰিব অঘৰী জন্তু : আশ্ৰয় শিবিৰত ৰাখিবলৈ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 7, 2025 3:28 pm
16
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশজুৰি ক্ৰমাৎ বৃদ্ধি পাই আহিছে অঘৰী কুকুৰৰ আক্ৰমণৰ ঘটনা। এনে ঘটনা বন্ধ কৰাৰ বাবে উচ্চতম ন্যায়ালয়ে এক কঠোৰ স্থিতি গ্ৰহণ কৰিছে।

শুকুৰবাৰে উচ্চ ন্যায়ালয়ে নিৰ্দেশ দিয়ে যে বিদ্যালয়, মহাবিদ্যালয়, চিকিৎসালয়, খেলপথাৰ, বাছ টাৰ্মিনাছ, ৰেলৱে ষ্টেচন—এইবোৰ জনবহুল ঠাইৰ পৰা সকলো অঘৰী কুকুৰক আঁতৰাই আশ্ৰয় শিবিৰত ৰাখিব লাগে।

Apply Now

ন্যায়াধীশ বিক্ৰম নাথ, সন্দীপ মেহতা আৰু এন ভি অঞ্জৰিয়াৰ বিচাৰপীঠে কয় যে পথৰ পৰা বন্দী কৰা কুকুৰ বন্ধ্যাকৰণ আৰু টিকাকৰণৰ পিছত পুনৰ পূৰ্বৰ ঠাইত এৰি দিব নোৱাৰিব।

আদালতে মন্তব্য কৰে যে, “কুকুৰবোৰক সেই ঠাইবোৰলৈ ঘূৰাই পঠিয়ালে সমস্যাৰ সমাধান নহয়, বৰঞ্চ ই উদ্দেশ্যৰ পৰিপন্থী হ’ব।”

উচ্চতম ন্যায়ালয়ে সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলক নিজৰ অধীনস্থ সকলো চৰকাৰী আৰু বেচৰকাৰী শিক্ষানুষ্ঠান, চিকিৎসালয়, খেলপথাৰ আৰু চৰকাৰী কাৰ্যালয়ৰ তালিকা প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিছে।

জিলা দণ্ডাধীশ সকলে এই স্থানসমূহত উপযুক্ত দেৱাল থকাটো নিশ্চিত কৰিব লাগিব যাতে বিপথগামী কুকুৰ চৌহদত প্ৰৱেশ কৰিব নোৱাৰে। প্ৰতিখন প্ৰতিষ্ঠানে নিয়মীয়াকৈ পৰিদৰ্শন কৰি ওচৰত যাতে কোনো ধৰণৰ বিপথগামী কুকুৰ নাথাকে তাৰ প্ৰতি চকু ৰাখিব লাগিব। যদি কুকুৰ পোৱা যায়, তেন্তে ধৰি নি আশ্ৰয় শিবিৰলৈ স্থানান্তৰ কৰিব লাগিব।

এই গোচৰৰ পৰৱৰ্তী শুনানি ১৩ জানুৱাৰীত অনুষ্ঠিত হ’ব।

ইয়াৰ পূৰ্বে একেখন বিচাৰপীঠে কেইবাখনো ৰাজ্যৰ নিষ্ক্ৰিয়তাক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছিল। পশ্চিম বংগ আৰু তেলেংগানাৰ বাহিৰে আন ৰাজ্যক কাৰণ দৰ্শাবলৈ নিৰ্দেশ দিয়া হৈছিল। আদালতে লক্ষ্য কৰিছিল, “বিপথগামী কুকুৰৰ আক্ৰমণৰ ভিডিঅ’ আৰু বাতৰিয়ে আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰখনত ভাৰতৰ ভাবমূৰ্তি কলংকিত কৰি তুলিছে।”

কেৱল বিপথগামী কুকুৰেই নহয়, ৰাজস্থান উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পিছতে আজি উচ্চতম ন্যায়ালয়ে পথ আৰু ঘাইপথৰ পৰা গৰু আঁতৰোৱাৰ নিৰ্দেশ দিয়ে। ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ, পথ পৰিবহণ বিভাগ আৰু পৌৰসভাসমূহক যৌথভাৱে অভিযান চলাবলৈ আৰু ঘাইপথৰ পৰা জীৱ-জন্তু আঁতৰাবলৈ নিৰ্দেশ দিয়া হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰেলীৰ নামত লাখ লাখ টকাৰ শ্ৰাদ্ধ, কিন্তু গাঁৱৰ স্কুলৰ অৱস্থা তথৈবচ! ব্যৱস্থা সলনিৰ সংকল্পৰে অভিজিৎ দীপকেৰ নতুন যুঁজ

ৰেলীৰ নামত লাখ লাখ টকাৰ শ্ৰাদ্ধ, কিন্তু গাঁৱৰ স্কুলৰ অৱস্থা তথৈবচ! ব্যৱস্থা সলনিৰ সংকল্পৰে অভিজিৎ দীপকেৰ নতুন যুঁজ

August 15, 2026 2:51 pm
অসমত গঠন হ’ব ৮ খন নতুন উপ-জিলা : স্বাধীনতা  দিৱসৰ দিনা ঘোষণা মুখ্যমন্ত্ৰীৰ

অসমত গঠন হ’ব ৮ খন নতুন উপ-জিলা : স্বাধীনতা  দিৱসৰ দিনা ঘোষণা মুখ্যমন্ত্ৰীৰ

August 15, 2026 1:31 pm
একেৰাহে দ্বিতীয় বছৰ! লালকিল্লাত স্বাধীনতা দিৱস উদযাপনত অনুপস্থিত খাৰ্গে-ৰাহুল গান্ধী

একেৰাহে দ্বিতীয় বছৰ! লালকিল্লাত স্বাধীনতা দিৱস উদযাপনত অনুপস্থিত খাৰ্গে-ৰাহুল গান্ধী

August 15, 2026 1:00 pm
ইৰাণ যুদ্ধত ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন আমেৰিকা; হেৰুৱাইছে ৪৫খন এমকিউ ৯ ৰিপাৰ ড্ৰ’ন

ইৰাণ যুদ্ধত ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন আমেৰিকা; হেৰুৱাইছে ৪৫খন এমকিউ ৯ ৰিপাৰ ড্ৰ’ন

August 15, 2026 11:56 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰেলীৰ নামত লাখ লাখ টকাৰ শ্ৰাদ্ধ, কিন্তু গাঁৱৰ স্কুলৰ অৱস্থা তথৈবচ! ব্যৱস্থা সলনিৰ সংকল্পৰে অভিজিৎ দীপকেৰ নতুন যুঁজ

ৰেলীৰ নামত লাখ লাখ টকাৰ শ্ৰাদ্ধ, কিন্তু গাঁৱৰ স্কুলৰ অৱস্থা তথৈবচ! ব্যৱস্থা সলনিৰ সংকল্পৰে অভিজিৎ দীপকেৰ নতুন যুঁজ

August 15, 2026 2:51 pm
অসমত গঠন হ’ব ৮ খন নতুন উপ-জিলা : স্বাধীনতা  দিৱসৰ দিনা ঘোষণা মুখ্যমন্ত্ৰীৰ

অসমত গঠন হ’ব ৮ খন নতুন উপ-জিলা : স্বাধীনতা  দিৱসৰ দিনা ঘোষণা মুখ্যমন্ত্ৰীৰ

August 15, 2026 1:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd