• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

সমলিংগ বিবাহৰ ৰায় পুনৰ বিবেচনা কৰিব উচ্চতম ন্যায়ালয়ে

নৰ্থ ইষ্ট নাও অসমীয়া by নৰ্থ ইষ্ট নাও অসমীয়া
July 7, 2024 4:22 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উচ্চতম ন্যায়ালয়ৰ এখন সংবিধান বিচাৰপীঠে ২০২৩ চনত সমলিংগ বিবাহক বৈধতা প্ৰদান কৰিব নে নকৰে সেই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ কমিটীক ব্যৱস্থা গ্ৰহণ কৰিবলৈ কয়। বিষয়টো বিধানমণ্ডলৰ ওপৰত এৰি দিয়া হয়। ১০ জুলাইত পুনৰ এই গোচৰৰ পুনৰীক্ষণ কৰিবলৈ ওলাইছে উচ্চতম ন্যায়ালয়। মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত পাঁচজনীয়া বিচাৰপীঠে বিগত বছৰৰ ৰায় পুনৰ পৰীক্ষা কৰিব। আদালতৰ সূত্ৰ অনুসৰি মুখ্য ন্যায়াধীশ চন্দ্ৰচূড়ৰ বাহিৰেও ন্যায়াধীশ সঞ্জীৱ খান্না, ন্যায়াধীশ হিমা কোহলী, ন্যায়াধীশ বি ভি নাগৰত্না আৰু ন্যায়াধীশ পি এছ নৰসিংহ থাকিব। ২০২৩ চনৰ ১৭ অক্টোবৰৰ ৰায়ৰ বিৰুদ্ধে পুনৰ আদালতত আবেদন দাখিল কৰে এলজিবিটিকিউ সকলে। ইয়াৰ পাছত ৰায়দান পুনৰ বিবেচনা কৰাৰ সিদ্ধান্ত ন্যায়ালয়ে গ্ৰহণ কৰে।

২০২৩ চনৰ ১৭ অক্টোবৰত মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত পাঁচজনীয়া সংবিধান বিচাৰপীঠে ৰায় দিছিল যে কেৱল সংসদ বা বিধানমণ্ডলেহে সমলিংগ বিবাহক বৈধতা প্ৰদান কৰিব পাৰে। আদালতে আইন বনাব নোৱাৰে, কেৱল ব্যাখ্যাহে কৰিব পাৰে। সমলিংগ সম্পৰ্কক অৱশ্যে স্বীকৃতি দিয়া হৈছিল। মুখ্য ন্যায়াধীশৰ উপৰিও বিচাৰপীঠত আছিল ন্যায়াধীশ সঞ্জয় কিষেন কৌল, ন্যায়াধীশ এছ ৰবীন্দ্ৰ ভাট, ন্যায়াধীশ পি এছ নৰসিং আৰু ন্যায়াধীশ হিমা কোহলী। পাঁচোজন ন্যায়াধীশে সমলিংগ দম্পতীক একেলগে থাকিবলৈ অনুমতি দিছিল। তেওঁ স্পষ্টকৈ কৈছিল যে সমলিংগ দম্পতীক কোনো ধৰণে হাৰাশাস্তি কৰিব নোৱাৰি। ন্যায়াধীশসকলেও সকলোৱে এলজিবিটিকিউসকলৰ অধিকাৰ সুৰক্ষিত কৰাৰ ক্ষেত্ৰত একমত হয়। এই সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে লক্ষ্য কৰিলে যে সমকামিতা সম্পূৰ্ণ স্বাভাৱিক। সেই অনুসৰি সম্পৰ্কৰ অধিকাৰৰ কোনো তাৰতম্য হ’ব নোৱাৰে।

পাঁচজন ন্যায়াধীশে কিছুমান কথাত একমত হৈছিল, আন কিছুমানত মতানৈক্য প্ৰকাশ কৰিছিল। কিন্তু এটা কথাত পাঁচোজন বিচাৰকে একমত হৈছিল যে সমলিংগ আকৰ্ষণ ‘আধুনিক নগৰীয়া অভ্যাস’ নহয়, স্বাভাৱিক পৰিঘটনা। তদুপৰি, বিষমযৌন দম্পতীয়েহে শিশুক সুস্থিৰ জীৱন দিব পাৰে বুলি কোৱা তত্ত্বটো মুখ্য ন্যায়াধীশে মানি ল’ব বিচৰা নাছিল। তেওঁৰ ৰায়দানত তেওঁ কয় যে সমলিংগ দম্পতীয়ে আইনী স্বীকৃতি বিচৰাৰ অধিকাৰ আছে। ন্যায়াধীশ কৌল এইক্ষেত্ৰত মান্তি হয়। কিন্তু ন্যায়াধীশ নৰসিং, ন্যায়াধীশ ভাট আৰু ন্যায়াধীশ কোহলীয়ে স্পষ্টভাৱে কয় যে বিবাহ স্বীকৃতিৰ বিষয়ত আদালতে কোনো সিদ্ধান্ত ল’ব নোৱাৰে। যিহেতু সম্পৰ্কৰ অধিকাৰৰ ক্ষেত্ৰত ন্যায়াধীশসকলৰ মাজত কোনো মতানৈক্য নাছিল, সেয়েহে সংসদত আইন প্ৰণয়ন কৰি সমলিংগ বিবাহক স্বীকৃতি দিয়াৰ কোনো উপায় আছে নেকি সেই বিষয়ে আদালতে গুৰুত্ব আৰোপ কৰে। প্ৰসংগক্ৰমে ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই আদালতক প্ৰতিশ্ৰুতি দিছিল যে অতি সোনকালে সমলিংগ বিবাহৰ সিদ্ধান্ত ল’বলৈ এখন কমিটী গঠন কৰা হ’ব।

Apply Now

যোৱা বছৰ ৰায়দানৰ সময়ত এলজিবিটিকিউ সম্প্ৰদায়ৰ মাজত প্ৰশ্ন উত্থাপন হৈছিল যে কেন্দ্ৰৰ বিজেপি চৰকাৰে কিবা ব্যৱস্থা গ্ৰহণ কৰিব নেকি? ৰায়ৰ পুনৰ বিবেচনাৰ বাবে আৱেদন কৰে। সেই আবেদন উচ্চতম ন্যায়ালয়ে গ্ৰহণ কৰিছিল।

নৰ্থ ইষ্ট নাও অসমীয়া

নৰ্থ ইষ্ট নাও অসমীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd