• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

৬৫খন দেশৰ ১০০খন চলচ্চিত্ৰেৰে ৩১ অক্টোবৰৰ পৰা তৃতীয় গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , October 1, 2019 12:16 pm

2 min read

gifff
60.3k
VIEWS
Share on FacebookShare on Twitter

অহা ৩১ অক্টোবৰৰ পৰা ৬ নবেম্বৰলৈ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ আৰু জ্যোতি চিত্ৰবন চৌহদত অনুষ্ঠিত হ’ব তৃতীয় সংখ্যক গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ।

জ্যোতি চিত্ৰবন আৰু ড০ ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী চলচ্চিত্ৰ আৰু টেলিভিশ্যন প্ৰতিষ্ঠানৰ সহযোগত ৰাজ্য চৰকাৰে অনুষ্ঠিত কৰা মহোৎসৱখনত বিশ্বৰ ৬৫খন দেশৰ ১০০খন ছবি প্ৰদৰ্শিত হ’ব।

গুৱাহাটীত এখন সংবাদমেলযোগে জ্যোতি চিত্ৰবন ফ্লিম ষ্টুডিঅ’ৰ অধ্যক্ষ পবিত্ৰ মাৰ্ঘেৰিটাই জানিবলৈ দি কয় যে এইবাৰৰ মহোৎসৱত পোলেণ্ডৰ বিশিষ্ট ছবি নিৰ্মাতা ক্ৰিজট’ফ জানুছি (Krzysztof Zanussi) বিশিষ্ট অতিথিৰূপে উপস্থিত থাকিব।

ৰাষ্ট্ৰীয় পৰ্যায়ত হ’ব লগীয়া চলচ্চিত্ৰ মহোৎসৱৰ প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰিব মুঠ ৪০খন চলচ্চিত্ৰই।

মহোৎসৱৰ উদ্বোধনী ছবি হিচাপে প্ৰদৰ্শিত হ’ব ইৰাণৰ ছবি ছাৰক’ল। ইফালে মহোৎসৱত পূৰ্বৰ দৰে এইবছৰো ছাত্ৰ-ছাত্ৰী সকলৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিব আয়োজকে।

এই সন্দৰ্ভত ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী নৱ কুমাৰ দলে তৃতীয় সংখ্যক মহোৎসৱত উত্তৰ-পূব, ওড়িশা, তামিলনাডুৰ লগতে কেৰালাৰ ছাত্ৰ-ছাত্ৰী সকলেও অংশ গ্ৰহণ কৰিব বুলি সংবাজমেল যোগে জনায়।

আনহাতে মহোৎসৱত অংশগ্ৰহণৰ বাবে যোৱা ১ আগষ্টৰ পৰাই অনলাইন তথা অফলাইনযোগে পঞ্জীয়ন আৰম্ভ হোৱা বুলি পবিত্ৰ মাৰ্ঘেৰিটাই উল্লেখ কৰে। মহোৎসৱখনৰ বাবে ৰাজ্য চৰকাৰে ২ৰ পৰা ৩ কোটি টকা বাজেট ধাৰ্য কৰিছে।

ইফালে উক্ত সংবাদ মেলতে মন্ত্ৰী গৰাকীয়ে বিশিষ্ট শিক্ষাবিদ তথা ভাষাবিদ টাবু ৰাম টাইডৰ স্মৃতিত সোৱনশিৰিৰ পাৰত ১৯ কোটি ব্যয়ৰে স্মৃতিসৌধ নিৰ্মাণ কৰা হ’ব বুলিও উল্লেখ কৰে।

Recent News

94355452_10157511895548983_6137327993321684992_o-750x375

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিৱসাগৰত বিতৰণ কৰিব স্বামী বিবেকানন্দ যুৱ সৱলীকৰণ যোজনা অনুমোদন পত্ৰ

ULFA flag

গণৰাজ্য দিৱসত গোলাঘাটতত আলফা স্বাধীনৰ পতাকা

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

ভাৰতীয় দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু; মোহন বাগানৰ শোকপ্ৰকাশ

ভাৰতীয় দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু; মোহন বাগানৰ শোকপ্ৰকাশ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd