• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কৃষি, শিক্ষাক সামৰি হাগ্ৰামাৰ ২০১৯-২০ বিত্তীয় বৰ্ষৰ বিটিচি বাজেট

ৰিনয় বসুমতাৰী by ৰিনয় বসুমতাৰী
February 26, 2019 8:37 pm
হাগ্ৰামা মহিলাৰীৰ বাজেট দাখিলৰ আলোকচিত্ৰ

হাগ্ৰামা মহিলাৰীৰ বাজেট দাখিলৰ আলোকচিত্ৰ

226
VIEWS
Share on FacebookShare on Twitter

আজিৰ পৰা কোকৰাঝাৰত দুদিনীয়া কাৰ্য্যসূচীৰে আৰম্ভ হৈছে বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ সাধাৰণ বাজেট অধিৱেশন। বিটিএডি অঞ্চলৰ গ্ৰাম্যঞ্চলৰ বিকাশ, স্বাস্থ্য, পথ পৰিবহণ যোগাযোগ ব্যৱস্থাৰ উন্নয়ন, শিক্ষা আৰু কৃষিক্ষেত্ৰক সামৰি দাখিল কৰা হয় ২০১৯-২০ বৰ্ষৰ বিটিচিৰ বিত্তীয় বাজেট।

বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে মঙলবাৰে ৪২.৫২০৬ কৌটি টকাৰ অতিৰিক্ত বাজেটেৰে মুঠ ৪৬৬৭.৭৬৬২ কোটি টকাৰ বাজেট দাখিল কৰে। সাংবাদিকৰ সৈতে হোৱা মুখামুখিত মহিলাৰীয়ে বিটিচিৰ সৰ্বস্তৰৰ উন্নয়নৰ বাবে বাজেটত চেষ্টা কৰা হৈছে বুলি উল্লেখ কৰে।

আনহাতে,ৰাজ্যিক পুঁজিৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ গ্ৰামাঞ্চলৰ আন্তঃগাঁথনিৰ উন্নয়ন, আৰ্থিক আৰু নিয়োগ সৃষ্টিৰ বাবে ভালেমান আচনি বাজেটত অন্তৰ্ভুক্ত কৰা হৈছে বুলি কয়।

অধ্যক্ষ ত্ৰিদিপ দৈমাৰীয়ে বাজেট অধিবেশনত পৰিষদৰ বিধানসভাৰ ২৩০ নম্বৰ নিয়ম অনুযায়ী বাণিজ্য উপদেষ্টা সমিতিৰ প্ৰতিবেদন পাঠ কৰে। বিৰোধী সদস্য সকলৰ বিকাশ, বানপানী, গৰাখহনীয়া, শিক্ষা, সমাজ কল্যাণ, কৃষি আদি বিষয়ক লৈ কৰা প্ৰশ্নকালেৰে বাজেট অধিবেশন আৰম্ভ হয়।

য়ুনাইটেড পীপ’ল পাৰ্টি লিবাৰেলৰ বিৰোধী দলপতি ৰাৱাংগ্ৰা নাৰ্জাৰীয়ে উত্থাপিত বাজেটখনক সাধাৰণ বাজেট আখ্যা দি বাজেটত কোনোধৰণৰ বিশেষ ঘোষণা অন্তৰ্ভুক্ত কৰা হোৱা নাই বুলি মন্তব্য কৰে।  বড়োলেণ্ডত জনসংখ্যা অনুযায়ী এইবাৰ ৰাজ্য চৰকাৰে ১২.৯ শতাংশলৈ বিটিচি বাজেট বৃদ্ধি কৰিব লাগিছিল কিন্তু চৰকাৰে কোনোধৰণৰ পদক্ষেপ গ্ৰহণ নকৰিলে বুলি নাৰ্জাৰীয়ে সমালোচনা কৰে।

Recent News

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd