DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, September 25, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

গৰমত অস্বস্তি! ৰাস্তাৰ মাজতে গাড়ী ৰখাই অন্তৰ্বাস পিন্ধিয়েই নদীত জাপ দিলে পাক প্ৰতিৰক্ষা মন্ত্ৰীয়ে!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 4, 2023 8:32 am
ফটো: সংগ্ৰহীত।

ফটো: সংগ্ৰহীত।

4.7k
VIEWS
Share on FacebookShare on Twitter

পাকিস্তানৰ মন্ত্ৰীসকলে সম্প্ৰতি নিজকে হাঁহিয়াতৰ পাত্ৰ কৰি তুলিছে। কেতিয়াবা বিদেশলৈ গৈ বৰষুণৰ মাজত ছাতি কাঢ়ি দৌৰিছে প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফ। কেতিয়াবা আকৌ প্ৰাক্তন সেনা জেনেৰেলে বিদেশৰ মাটিত মূৰ তল কৰি গালি- গালাজ শুনিছে।

কিন্তু এইবাৰ যি হ’ল সেয়া আৰু অধিক হাস্যকৰ। পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফে নিজৰ অন্তৰ্বাস পিন্ধিয়েই নদীত জপিয়াই পৰে। এই ভিডিঅ’টো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। তেতিয়াৰ পৰাই সাধাৰণ মানুহে পাকিস্তানৰ মন্ত্ৰীসভাক লৈ ঠাট্টা কৰিবলৈ আৰম্ভ কৰিছে।

লগতে পঢ়ক: প্ৰেমে বয়স নামানে! দৰা ৭৯ বছৰীয়া, কইনাৰ বয়স ৩৬; তৃতীয় বিবাহৰ বাবে সাজু জনপ্ৰিয় পপ তাৰকা

ভাইৰেল হোৱা এটা ভিডিঅ’ত দেখা গৈছে পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফে পথৰ কাষত ৰেলিঙত উঠিছে। তেওঁৰ চাৰিওফালে যথেষ্ট মানুহ আছে। সেই মানুহৰ ভিৰটোৱে আছিফক উৎসাহিত কৰা দেখা যায়। পাক মন্ত্ৰীজন লাহে লাহে সেই ৰেলিঙৰ ওপৰলৈ উঠি আহিল। পিন্ধনত কেৱল অন্তৰ্বাস। হঠাৎ ৰেলিঙৰ পৰা জাপ মাৰিলে মন্ত্ৰীগৰাকী।

এটা নদীত জপিয়াই পৰিল পাক মন্ত্ৰী। পানীত পৰি তেওঁ সাঁতুৰিবলৈ আৰম্ভ কৰিলে। তেওঁ অকলশৰীয়া নহয়, ভিডিঅ’টোত আন বহুকেইজনে নদীটোত সাঁতুৰি থকা দেখা গৈছে। এই ভিডিঅ’টো ওলোৱাৰ পিছত সমগ্ৰ বিশ্বতে মানুহে হাঁহি আমোদ লৈছে। সকলোৱে হয়তো ভাবিছে যে পাকিস্তানৰ প্ৰতিৰক্ষা বিভাগৰ দৰে গুৰুত্বপূৰ্ণ এগৰাকী মন্ত্ৰীয়ে কেনেকৈ অন্তৰ্বাস পিন্ধি নদীত জাপ দিব পাৰে।

Defence Minister @KhawajaMAsif Celebrated Eid with public by swimming in a canal.
.
.
.#updatepakistan #Petrol #پی_ٹی_آئی_جھنڈا_لگاؤ_مہم #عید_مبارک_پاکستان_کی_جان #ShaheenAfridi #ODIWorldCup2023 #Islamophobia #امپورٹڈ_حکومت_نامنظور #Khawajaasif #PMLN_PROMOTION_TEAM pic.twitter.com/DRtG9DD3b2

— Update Pakistan (@UpdatePakistan2) July 1, 2023

এই ভাইৰেল ভিডিঅ’টো শ্বেয়াৰ কৰিছে আপডেট পাকিস্তান নামৰ এটা টুইটাৰ হেণ্ডেলে। ইয়াত লিখা আছে, পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে সকলোৰে সৈতে ঈদ উদযাপন কৰিবলৈ পুখুৰীটোত সাঁতুৰিছে। আচৰিত কথাটো হ’ল এই পোষ্টটোত ‘ইছলামোফ’বিয়া’ বুলি টেগ কৰা হৈছে। অৱশ্যে এই সন্দৰ্ভত পাকিস্তান চৰকাৰে কোনো বিবৃতি দিয়া নাই।

Recent News

India vs Australia, 2nd ODI: শ্ৰেয়াস-শুভমনৰ শতক, অশ্বিনৰ ৩ উইকেট; এখন মেচ বাকী থকা অৱস্থাতে ভাৰতৰ শৃংখলা জয়

India vs Australia, 2nd ODI: শ্ৰেয়াস-শুভমনৰ শতক, অশ্বিনৰ ৩ উইকেট; এখন মেচ বাকী থকা অৱস্থাতে ভাৰতৰ শৃংখলা জয়

আজি প্ৰধানমন্ত্ৰীয়ে আকৌ ৯ খন বন্দে ভাৰত উপহাৰ দিলে দেশবাসীক

আজি প্ৰধানমন্ত্ৰীয়ে আকৌ ৯ খন বন্দে ভাৰত উপহাৰ দিলে দেশবাসীক

ৰাতিপুৱা শুই উঠিয়েই যৌন সম্পৰ্কে কৰাৰো আছে আচৰিত উপকাৰিতা, জানো আহক

ৰাতিপুৱা শুই উঠিয়েই যৌন সম্পৰ্কে কৰাৰো আছে আচৰিত উপকাৰিতা, জানো আহক

অসম গণ পৰিষদ শক্তিশালী হোৱা মানে অসম শক্তিশালী হোৱা – অতুল বৰা

অসম গণ পৰিষদ শক্তিশালী হোৱা মানে অসম শক্তিশালী হোৱা – অতুল বৰা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd