DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, June 30, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আজিৰে পৰা বিটিচিৰ শীতকালীন অধিৱেশন আৰম্ভ

ৰিনয় বসুমতাৰী by ৰিনয় বসুমতাৰী
December 13, 2018 7:01 am
IMG_28211
271
VIEWS
Share on FacebookShare on Twitter

আজিৰে পৰা বিটিচিৰ পৰিষদৰ শীতকালীন অধিৱেশন আৰম্ভ হৈছে। পি ডব্লিউ ডিৰ অধীনস্থ কিছুমান প্ৰকল্পৰ কাম-কাজত হোৱা অস্বাভাৱিক বিলম্বৰ সন্দৰ্ভত  এমচিএলএ জ্যোতিৰিন্দ্ৰ ব্ৰহ্মই উত্থাপন কৰা এটা প্ৰশ্নৰ আঁত ধৰি পৰিষদৰ মুৰব্বী মহিলাৰীয়ে পৰিষদত কয় যে এই সন্দৰ্ভত কাউঞ্চিল হেড অব ডিপাৰ্টমেণ্টক প্ৰয়োজনীয় নিৰ্দেশ প্ৰদান কৰা হৈছে।

বিটিচিৰ পৰিষদত মহিলাৰীয়ে আৰু জনায় যে ২০১৪-১৫ চনলৈকে পৰি থকা পি ডব্লিউ ডি, পি এণ্ড আৰডি আৰু চিডিৰ অন্তৰ্গত প্ৰকল্পসমূহ মুকলি কৰি দিয়াৰ বাবে আৰু অৰ্ধ-নিৰ্মিত প্ৰকল্পসমূহ সম্পূৰ্ণ কৰাৰ বাবে তেওঁ বিভাগীয় বিষয়াসকলক নিৰ্দেশ দিছে। তেওঁ আৰু কৈছে যে যি বিলাক প্ৰকল্পৰ কামত অস্বাভাৱিক পলম হৈছে , সেইবোৰৰ বিৰুদ্ধে পুনৰ নিবিদা আহ্বানৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হ’ব। কি কাৰণে ২০১৩-১৪ বিত্তীয় বৰ্ষৰ ৰামফালবিলৰ কাৰবোজা নদীৰ ওপৰত নিৰ্মাণ আৰম্ভ কৰা দলংখন এতিয়ালৈকে অৰ্ধ-নিৰ্মিত হৈ আছে তাকে লৈ এমচিএলএ জ্যোতিৰিন্দ্ৰ ব্ৰহ্মই প্ৰশ্ন উত্থাপন কৰে। ২৪ মাহৰ ভিতৰত সম্পূৰ্ণ হ’বলগীয়া দলং নিৰ্মাণৰ কাম অৰ্ধ নিৰ্মিত থকা সত্তেও কিয় তাৰ বিৰুদ্ধে প্ৰয়োজনীয় কাৰ্যপন্থা গ্ৰহণ কৰা নহ’ল তাকে লৈ ব্ৰহ্মই প্ৰশ্ন উত্থাপন কৰে।

ইয়াৰ উত্তৰত পৰিষদৰ মুৰব্বী মহিলাৰীয়ে কয় যে বিভাগে বিষয়টো গ্ৰহম কৰিছে আৰু এই সম্পৰ্কত ঠিকাদাৰ সুকুমাৰ ব্ৰহ্মলৈ কেইবাখনো জাননী প্ৰেৰণ কৰি কাৰমৰ গতি খৰতকীয়া কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।তেওঁ আৰু কয় যে কামটোৰ অৰ্ডাৰ ৰদ কৰি নতুনকৈ নিবিদা আহ্বান কৰাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা লোৱা হ’ব।

Recent News

High-speed Aerial Target ‘Abhyas’

দেশীয়ভাৱে নিৰ্মিত ‘হাই-স্পীড এৰিয়েল টাৰ্গেট’ ‘অভ্যাস’ৰ সফল পৰীক্ষণ

Millitants killed in Jammu-Kashmir

জম্মু-কাশ্মীৰত অব্যাহত সন্ত্ৰাসবাদ বিৰোধী অভিযান: দুই লস্কৰ-ই-তৈবা সদস্য নিহত

Maharashtra Political Crisis

আস্থাভোট স্থগিত ৰাখিলে ৰাজ্যপালে: মহাৰাষ্ট্ৰৰ শাসনলৈ পুনৰ উভতাৰ পথত দেৱেন্দ্ৰ ফাড়নবিছ

Vice presidential election India

নিৰ্বাচন আয়োগে ঘোষণা কৰিলে উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ দিন: ৬ আগষ্টত হ’ব ভোটগ্ৰহণ, একেদিনাই হ’ব ভোটগণনা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd