• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বুঢ়ী দিহিঙৰ বাঢ়নী পানীয়ে উটুৱাই নিলে মাৰ্ঘেৰিটা সমষ্টিৰ জাগুন-ৰাম নগৰ সংযোগী কাঠৰ দলং

মানস প্রতীম গগৈ by মানস প্রতীম গগৈ
May 22, 2021 6:51 am
Videoframe_20210521_171454_com.huawei.himovie.overseas

ফটো: নৰ্থইষ্ট নাও।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বুঢ়ী দিহিং নৈৰ বাঢ়নী পানীয়ে শুকুৰবাৰে উটুৱাই নিয়ে জাগুন-ৰাম নগৰ সংযোগী কাঠৰ দলং। ফলত বিছিন্ন হৈ পৰিছে যাতায়ত ব্যৱস্থা।

সুদীৰ্ঘ বছৰ ধৰি মাৰ্ঘেৰিটা সমষ্টিৰ অন্তৰ্গত কথা চেমা, কথা আদৰ্শ গাঁও, ৰাম নগৰ আৰু চন্দ্ৰ পুৰ গাঁৱৰ প্ৰায় তিনি হেজাৰৰো অধিক পৰিয়াল তথা ৰাইজৰ বাবে শাসনৰ দায়িত্ব লোৱা কোনো এখন চৰকাৰে নিৰ্মাণ কৰি দিব নোৱাৰিলে এখন পকী স্থায়ী দলং।

Apply Now

খৰালি কালত চলাচলৰ সুবিধাৰ বাবে গাঁওবাসীয়ে নিজৰ গাঁঠিৰ ধনেৰে প্ৰতি বছৰে স্থাপন কৰি লয় এখন কাঠৰ দলং। কিন্তু গঞা ৰাইজে নিৰ্মাণ কৰা এই দলংখনে সহিব নোৱাৰে বাৰিষাৰ বাঢ়নী পানীৰ সোঁত।

কি কংগ্ৰেছ, কি বিজেপি চৰকাৰ প্ৰতিখন চৰকাৰে অঞ্চলটোৰ ৰাইজৰ বাবে উক্ত অঞ্চলত নিৰ্মাণ কৰি দিব নোৱাৰিলে এখন পকী দলং।

২০১৬ বৰ্ষত মাৰ্ঘেৰিটাৰ কংগ্ৰেছৰ দুৰ্গ খহাই বিজেপিয়ে মাৰ্ঘেৰিটাত শাসনভাৰ লাভ কৰিছিল; প্ৰতিশ্ৰুতি দিছিল বিজেপিৰ মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মাই এখন পকীদলং নিৰ্মাণ কৰি দিয়া হ’ব কিন্তু স্থাপন নহল পকী দলং।

তৎসত্ত্বেও ৰাইজে পুনৰ সুযোগ দিলে স্থানীয় বিধায়ক ভাস্কৰ শৰ্মা তথা বিজেপি ৰাজ্যিক চৰকাৰখনক শাসনভাৰ লবলৈ।

অনাগত পাঁচ বছৰৰ ভিতৰত এই অঞ্চলৰ গঞা ৰাইজক এই জটিল সমস্যাৰ পৰা উপকৃত কৰিবলৈ কি পদক্ষেপ লব পুনৰ বিধান সভাত শপত বাক্য পাঠ কৰা স্থানীয় বিধায়ক ভাস্কৰ শৰ্মায়।

উল্লেখ্য যে বিগত কেইবাদিনে মাৰ্ঘেৰিটা মহকুমাত দি থকা নেৰানেপেৰা বৰষুণৰ ফলত বুঢ়ীদিহিঙৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ ফলত জাগুন-ৰাম নগৰ সংযোগী কাঠৰ দলংখন শুকুৰবাৰে পানীয়ে উঠুৱাই নিয়ে। ফলত সম্পূৰ্ণ যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে অঞ্চলবাসী গঞা ৰাইজ।

এইক্ষেত্ৰত তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিধায়ক ভাস্কৰ শৰ্মাক তথা মাৰ্ঘেৰিটা মহকুমা প্ৰশাসনক দাবী জনাইছে অঞ্চল বাসী ৰাইজে।

মানস প্রতীম গগৈ

মানস প্রতীম গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হৰমুজ প্ৰণালী অতিক্ৰম কৰাৰ পথত একাধিক বাণিজ্যিক জাহাজত ইৰাণৰ ক্ষেপণাস্ত্ৰ আক্ৰমণ

হৰমুজ প্ৰণালী অতিক্ৰম কৰাৰ পথত একাধিক বাণিজ্যিক জাহাজত ইৰাণৰ ক্ষেপণাস্ত্ৰ আক্ৰমণ

July 7, 2026 11:11 am
অসমত ‘কা’ৰ অধীনত ৬ গৰাকীলৈ নাগৰিকত্ব! বিধানসভাত চৰকাৰে সদৰী কৰিলে বিদেশী বিতাড়নৰ বৃহৎ তথ্য

অসমত ‘কা’ৰ অধীনত ৬ গৰাকীলৈ নাগৰিকত্ব! বিধানসভাত চৰকাৰে সদৰী কৰিলে বিদেশী বিতাড়নৰ বৃহৎ তথ্য

July 7, 2026 10:27 am
নিৰ্বাপিত আশা! ইউৰোপীয় মানৱ অধিকাৰ আদালতত পৰাজিত প্ৰৱঞ্চক নীৰৱ মোডী

নিৰ্বাপিত আশা! ইউৰোপীয় মানৱ অধিকাৰ আদালতত পৰাজিত প্ৰৱঞ্চক নীৰৱ মোডী

July 7, 2026 9:34 am
চিকিৎসাধীন স্বামীৰ কেনুলাৰে টয়লেট ক্লীনাৰ সুমুৱাই হত্যা পত্নীৰ! তেলেংগানাত চাঞ্চল্যকৰ ঘটনা

চিকিৎসাধীন স্বামীৰ কেনুলাৰে টয়লেট ক্লীনাৰ সুমুৱাই হত্যা পত্নীৰ! তেলেংগানাত চাঞ্চল্যকৰ ঘটনা

July 7, 2026 9:03 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হৰমুজ প্ৰণালী অতিক্ৰম কৰাৰ পথত একাধিক বাণিজ্যিক জাহাজত ইৰাণৰ ক্ষেপণাস্ত্ৰ আক্ৰমণ

হৰমুজ প্ৰণালী অতিক্ৰম কৰাৰ পথত একাধিক বাণিজ্যিক জাহাজত ইৰাণৰ ক্ষেপণাস্ত্ৰ আক্ৰমণ

July 7, 2026 11:11 am
অসমত ‘কা’ৰ অধীনত ৬ গৰাকীলৈ নাগৰিকত্ব! বিধানসভাত চৰকাৰে সদৰী কৰিলে বিদেশী বিতাড়নৰ বৃহৎ তথ্য

অসমত ‘কা’ৰ অধীনত ৬ গৰাকীলৈ নাগৰিকত্ব! বিধানসভাত চৰকাৰে সদৰী কৰিলে বিদেশী বিতাড়নৰ বৃহৎ তথ্য

July 7, 2026 10:27 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd