• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home অটো

বন্ধ হৈ পৰিল ১৭৮ বছৰীয়া ট্ৰেভেল কোম্পেনি – সংকটত ২২ হাজাৰ লোকৰ চাকৰি

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , September 23, 2019 5:45 pm

1 min read

Thomas Cook
5.2k
VIEWS
Share on FacebookShare on Twitter

পৃথিৱীৰ সৰ্ববৃহৎ ট্ৰেভেল কোম্পেনি থমাচ কুক (Thomas Cook) যোৱা ৰবিবাৰে বন্ধ হৈ যায়। ১৭৮ বছৰীয়া এই কোম্পেনিটো বন্ধ হৈ পৰাৰ ফলত ২২ হাজাৰ লোকৰ চাকৰি এতিয়া সংকটত।

টকাৰ অভাৱত যুঁজি থকা কোম্পেনিটোৱে বেংকৰ পৰা অতিৰিক্ত ধনৰ অনুৰোধ কৰিছিল যদিও কোনো বেংকে অতিৰিক্ত ধন আদায় নিদিয়াত বন্ধ হৈ পৰে কোম্পেনিটো।

মিডিয়া ৰিপ’ৰ্ট অনুসৰি, কোম্পেনিৱে প্ৰকাশ কৰা এক বিজ্ঞপ্তিত কয় যে কোম্পেনিটো বন্ধ কৰাৰ বাহিৰে আন কোনো বিকল্প নাই।

কোম্পেনিটো বন্ধ হোৱাৰ ফলত কৰ্মচাৰীৰ উপৰি গ্ৰাহক, সৰবৰাহকাৰী তথা কোম্পেনিৰ সহযোগী সকলৰ ওপৰতো বেয়া প্ৰভাৱ পৰিব। সেয়ে থমাচ কুকৰ চিফ এক্সিকিউটিভ পিটৰ ফেংকহাজৰে এইসকলৰ ওচৰত ক্ষমা বিচাৰিছে।

ইফালে য়ুকেৰ অসামৰিক বিমান প্ৰাধিকৰণে কৈছে যে ২৩ ছেপ্তেম্বৰৰ পৰা ৬ অক্টোবৰৰ ভিতৰত চৰকাৰে ডেৰ লাখৰো অধিক বৃটিশ্ব গ্ৰাহকক ঘৰলৈ ওভটাই অনাৰ ব্যৱস্থা গ্ৰহণ কৰিব।

ইতিমধ্যে অসামৰিক বিমান প্ৰাধিকৰণে টুইটৰ জৰিয়তে সকলো বুকিং বন্ধ কৰি দিয়া বুলি জানিবলৈ দিয়ে।

উল্লেখ্য যে বন্ধ হৈ পৰা থমাচ কুক বৃটেইনৰ সবাটোকৈ পুৰণি কোম্পেনিৰ ভিতৰত অন্যতম আছিল। কোম্পেনিটোৱে ১৬খন দেশত এক বছৰত ১৯ মিলিয়ন লোকৰ বাবে হোটেল, ৰিচ’ৰ্ট আৰু বিমান সেৱা আগবঢ়াই আছিল।

Recent News

IMG-20210115-WA0005

নগাঁৱত বনকৰ্মী মহেশ নাথৰ দুখনকৈ গ্ৰন্থ উন্মোচন

a doctor

ৰাজ্যৰ ১২ গৰাকী জ্যেষ্ঠ চিকিৎসকে সৰ্বপ্ৰথমে গ্ৰহণ কৰিব কোভিডৰ ভেকচিন

FB_IMG_1610717632176

বিশিষ্ট সাহিত্যিক সু- লেখিকা বীণা শৰ্মাৰ মৃত্যু, শোক স্তব্ধ নগাঁও

a gana

ভাৰতীয় গণনাট্য সংঘৰ জ্যোতি-স্মৰণ আৰু গণশিল্পী হেমাঙ্গ বিশ্বাস বঁটা প্ৰদান অনুষ্ঠান

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd