• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দিনযোৰা কাৰ্যসূচীৰে ৰাজীৱ ভৱনত পৰ্যালোচনা সভাপতি গৌৰৱ গগৈৰ : প্ৰকৃতাৰ্থত ‘জাতি জনগণনা’ কৰিবলৈ চৰকাৰক আহ্বান

নৰ্থ-ইষ্ট নাও, গুৱাহাটী by নৰ্থ-ইষ্ট নাও, গুৱাহাটী
June 10, 2025 8:51 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘জাতি জনগণনা’ সন্দৰ্ভত অসম চৰকাৰক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিবৰ বাবে আজি আহ্বান জনাইছে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে।

জাতি জনগণনা প্ৰক্ৰিয়াৰ জৰিয়তে অসমৰ বিভিন্ন জনগোষ্ঠীৰ লোকসকল উপকৃত হ’ব আৰু সা-সুবিধা লাভ কৰিব বুলি উল্লেখ কৰি সভাপতি গৌৰৱ গগৈয়ে কয় যে লোকসভাৰ বিৰোধী দলৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়াই জাতি জনগণনা প্ৰক্ৰিয়া আৰম্ভ কৰিবৰ বাবে দীৰ্ঘদিন ধৰি হেঁচা প্ৰয়োগ কৰা বাবে কেন্দ্ৰীয় চৰকাৰে এতিয়া জাতি জনগণনাৰ বাবে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হৈছে।

Apply Now

অসম চৰকাৰক জাতি জনগণনা প্ৰক্ৰিয়াক ব্যৱহাৰিক অৰ্থত কৰিবলৈ আহ্বান জনাই সভাপতিগৰাকীয়ে কয় যে জাতি জনগণনা প্ৰক্ৰিয়া আমোলাতান্ত্ৰিক ব্যৱস্থাৰ মাজতেই সীমাৱদ্ধ থাকিব নালাগে। অসমৰ বিভিন্ন জনগোষ্ঠীৰ লগতে সংখ্যালঘু সম্প্ৰদায় বিশেষকৈ গৰীয়া, মৰিয়া, দেশী আদি জাতিৰ লোকপিয়ল হোৱাতো আমি বিচাৰিছো আৰু কংগ্ৰেছ দলে আমাৰ তৃণমূল পৰ্যায়ৰ কৰ্মীসকলৰ মাজলৈ গৈ প্ৰকৃতাৰ্থত যাতে জাতিজনগণনা হয় তাৰ বাবে কাম কৰিব।

গগৈয়ে লগতে কয় যে অসম প্ৰদেশ কংগ্ৰেছৰ জাতি-জনগোষ্ঠীৰ মাজত যিসমূহ শাখা সমিতি আছে সেই সমিতিসমূহৰ ক্ষেত্ৰভিত্তিক প্ৰতিবেদনৰ ভিত্তিত কংগ্ৰেছ দলে এক নীতি-নিৰ্দেশনা প্ৰস্তুত কৰাৰ বাবেও চিন্তা-চৰ্চা কৰিছো। সংবাদমেলৰ পূৰ্বে সভাপতি গৌৰৱ গগৈয়ে আজি কংগ্ৰেছৰ কেবাটাও ভগ্নী-ভাতৃ আৰু শাখা সংগঠনৰ লগত আলোচনাত মিলিত হয়। শাখা সংগঠনসমূহৰ অধ্যক্ষৰ লগতে বিষয়ববীয়া আৰু কৰ্মীৰ লগত দিনযোৰা কাৰ্যসূচীৰে সভাপতিগৰাকীয়ে পৰ্যালোচনা কৰে। পুৱা ১০ বজাত অন্যান্য পিছপৰা শ্ৰেণী বিভাগৰ বিষয়ববীয়া, ১১.৩০ বজাত সাহায্য আৰু পুনৰ সংস্থাপন বিভাগৰ বিষয়ববীয়া, ১২.৩০ বজাত অনুসূচিত জাতি বিভাগৰ বিষয়ববীয়া আৰু কৰ্মীসকলৰ সৈতে আলোচনাত মিলিত হয়।

বিয়লিৰ ভাগত সভাপতি গৌৰৱ গগৈয়ে ভাষিক সংখ্যালঘু, গোৰ্খা শাখা আৰু একাংশ আদিবাসী নেতৃত্বৰে আলোচনাত মিলিত হয়। বুধবাৰে পুৱা ১০ বজাৰ পৰা ইতিমধ্যে নিযুক্তি প্ৰদান কৰা পৰ্যবেক্ষকসকলৰ লগত দীঘলীয়া আলোচনাত মিলিত হ’ব সভাপতি গৌৰৱ গগৈ। উল্লেখ্য যে, ৮৮ গৰাকী পৰ্যবেক্ষকক ইতিমধ্যে বিভিন্ন জিলাৰ দায়িত্ব অৰ্পণ কৰা হৈছে।

নৰ্থ-ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ষ্টেট কেন্সাৰ ইনষ্টিটিউট, গুৱাহাটীত অস্বাভাৱিক হাৰত বৃদ্ধি মাচুল: ২০০ টকাৰ বিচনাৰ ভাড়া হ’ল ১৬০০ টকা

ষ্টেট কেন্সাৰ ইনষ্টিটিউট, গুৱাহাটীত অস্বাভাৱিক হাৰত বৃদ্ধি মাচুল: ২০০ টকাৰ বিচনাৰ ভাড়া হ’ল ১৬০০ টকা

July 28, 2026 1:20 pm
অসমত বানৰ ভয়াৱহ প্ৰভাৱ: ক্ষতিগ্ৰস্ত ৮৮ হাজাৰৰো অধিক পশুধন

অসমত বানৰ ভয়াৱহ প্ৰভাৱ: ক্ষতিগ্ৰস্ত ৮৮ হাজাৰৰো অধিক পশুধন

July 28, 2026 11:51 am
শ্ৰমিকৰ জীৱনক লৈ হেতালি খেলাৰ ভয়ংকৰ পৰিণতি! স্বত্বাধিকাৰীসহ পাঁচজনক গ্ৰেপ্তাৰ আৰক্ষীৰ

শ্ৰমিকৰ জীৱনক লৈ হেতালি খেলাৰ ভয়ংকৰ পৰিণতি! স্বত্বাধিকাৰীসহ পাঁচজনক গ্ৰেপ্তাৰ আৰক্ষীৰ

July 28, 2026 11:20 am
নিট প্ৰতিবাদকাৰীৰ বিৰুদ্ধে ৰুজু হোৱা সকলো গোচৰ প্ৰত্যাহাৰৰ সিদ্ধান্ত অসম চৰকাৰৰ

নিট প্ৰতিবাদকাৰীৰ বিৰুদ্ধে ৰুজু হোৱা সকলো গোচৰ প্ৰত্যাহাৰৰ সিদ্ধান্ত অসম চৰকাৰৰ

July 28, 2026 9:59 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ষ্টেট কেন্সাৰ ইনষ্টিটিউট, গুৱাহাটীত অস্বাভাৱিক হাৰত বৃদ্ধি মাচুল: ২০০ টকাৰ বিচনাৰ ভাড়া হ’ল ১৬০০ টকা

ষ্টেট কেন্সাৰ ইনষ্টিটিউট, গুৱাহাটীত অস্বাভাৱিক হাৰত বৃদ্ধি মাচুল: ২০০ টকাৰ বিচনাৰ ভাড়া হ’ল ১৬০০ টকা

July 28, 2026 1:20 pm
অসমত বানৰ ভয়াৱহ প্ৰভাৱ: ক্ষতিগ্ৰস্ত ৮৮ হাজাৰৰো অধিক পশুধন

অসমত বানৰ ভয়াৱহ প্ৰভাৱ: ক্ষতিগ্ৰস্ত ৮৮ হাজাৰৰো অধিক পশুধন

July 28, 2026 11:51 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd