• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ল’কডাউনৰ প্ৰভাৱ; ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত পহিলা ব’হাগত নাই ভক্তৰ সমাগম

সমস্ত মানৱ জাতিৰ বাবে শৰাই আগবঢ়াইছে নামঘৰ পৰিচালনা সমিতিয়ে

NE NOW NEWS নীৰ্মলেন্দু পাঠক
টীয়ক , April 14, 2020 4:16 pm

1 min read

Screenshot_2020-04-14-09-19-55_1
1.1k
VIEWS
Share on FacebookShare on Twitter

 আজি পহিলা ব’হাগ। বিগত বছৰ সমূহত দেখা গৈছিল ব’হাগৰ এই প্ৰথম দিনটোত ভক্তই ভিৰ কৰে মঠ মন্দিৰ সমূহত।

ব্যতিক্ৰম নাছিল মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱৰ দ্বাৰা স্থাপিত যোৰহাট জিলাৰ টীয়ক লাহদৈগড়ৰ ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰ। পুৱাৰ পৰাই ভক্তৰ সমাগমে ঐতিহাসিক বৰনামঘৰ প্ৰাঙ্গন মুখৰিত হৈছিল।

কিন্তু এইবাৰ সম্পূৰ্ণ বিপৰীত দৃশ্ দেখা গ’ল ঢেকীয়াখোৱা বৰনামঘৰত। ক’ৰ’না ভাইৰাছ সংক্ৰমণ প্ৰতিৰোধৰ বাবে অব্যাহত থকা ল’ক ডাউনৰ বাবে নামঘৰ পৰিচালনা সমিতিয়েও ভক্তৰ বাবে বন্ধ ৰখাৰ বাবে এই পৰিবেশ।

অৱশ্যে পৰম্পৰা ৰক্ষা কৰি অনুষ্টুপীয়াকৈ সীমিত সংখ্যক ভকত বৈষ্ণৱৰ সহযোগত নীতি নিয়মভাগ জাতিটোৰ কল্যাণৰ বাবে অব্যাহত ৰাখিছে নামঘৰ পৰিচালনা সমিতিয়ে।

কালি গৰু বিহুৰ দিনা সমস্ত জীৱ জন্তুৰ বাবে এখনি শৰাই আৰু আজি সমস্ত মানৱ জাতিৰ বাবে ৰাজহুৱা এখনি শৰাই দিয়াৰ দিহা কৰিছে।

উল্লেখযোগ্য যে ইতিমধ্যে ঢেকীয়াখোৱা বৰনামঘৰ পৰিচালনা সমিতি আৰু কৰ্মচাৰী পৰিষদে প্ৰায় ৩০০ ৰো অধিক খাদ্যৰ টোপোলা অঞ্চলটোৰ আৰ্তসকলক প্ৰদান কৰি মানৱতাৰ নিদৰ্শন দাঙি ধৰিছে।

Tags: COVID-19

Recent News

তামুলপুৰৰ দুৰ্ভগীয়া পৰিয়ালৰ কাহিনী

এটি দুর্ভগীয়া পৰিয়াল! লকডাউনৰ মাজতে হোৱা দুৰ্ঘটনাৰ পাছত এক জীয়া জীৱন সংগ্ৰামৰ কাহিনী

a melas

অসম চুক্তিৰ ৬ নং দফা ৰূপায়ন আৰু বিদেশী সমস্যা সমাধানৰ দাবীত বিশ্বনাথ জিলা ছাত্ৰ সন্থাৰ বিক্ষোভ কাৰ্যসূচী

a melas

ক্ষমতাত নথকা ট্ৰাম্পৰ সৈতে ফটো এখন উঠিবলৈও অনিচ্ছা মেলানিয়াৰ! চাওঁক ভিডিঅ’

couple died corona after celebrating 70th anniversary

মাৰাত্মক কৰ’না! নিজৰ ৭০তম বিবাহবাৰ্ষিকী উদযাপন কৰাৰ পাছতে কৰ’নাত মৃত্যু দম্পতিৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd