• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

MSPৰ আইনী নিশ্চয়তা,ঋণ ৰেহাইৰ দাবীত চৰকাৰৰ বিৰুদ্ধে পুনৰ আন্দোলনৰ বাবে সাজু কৃষক সংগঠন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 12, 2024 9:41 am
4.6k
VIEWS
Share on FacebookShare on Twitter

লোকসভা নিৰ্বাচনত কৃষকৰ আন্দোলনৰ বাবে বিজেপিয়ে পঞ্জাব, হাৰিয়ানা, উত্তৰ প্ৰদেশ, ৰাজস্থান আৰু মহাৰাষ্ট্ৰৰ ৩৮খন গ্ৰাম্য আসন লাভ কৰে। এইবাৰ সমগ্ৰ দেশৰ কৃষক সংগঠনৰ মঞ্চ মহাৰাষ্ট্ৰ, হাৰিয়ানা, ঝাৰখণ্ড আৰু জম্মু-কাশ্মীৰৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে  আগবাঢ়িছে। মৰ্চাই সিদ্ধান্ত লৈছে যে কৃষক নেতাই ‘বিজেপিৰ মুখা খোলক, বিৰোধিতা কৰক, শাস্তি দিয়ক’ বুলি আহ্বান জনাই নিৰ্বাচনমুখী ৰাজ্যসমূহত প্ৰচাৰ চলাব। এই ৰাজ্যসমূহত কৃষক সন্মিলন আহ্বান কৰা হ’ব। বিজেপিৰ ‘কৃষক বিৰোধী নীতি’ৰ বিৰুদ্ধে আয়োজন কৰা হ’ব পদযাত্ৰা, জাথ, মহাপঞ্চায়ত।

আজি কিষাণ মৰ্চাই ঘোষণা কৰিছে যে তেওঁলোকে MSP ৰ আইনী নিশ্চয়তা, কৃষকৰ ঋণ ৰেহাইৰ দাবীত পুনৰ আন্দোলন আৰম্ভ কৰিব। সংসদৰ বাজেট অধিৱেশনৰ পূৰ্বে সংযুক্ত কিষাণ মৰ্চাৰ হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে সাক্ষাৎ কৰিবলৈ সময় বিচাৰিব। এইবাৰ দেশৰ ১৫৯টা মূলতঃ গ্ৰাম্য লোকসভা সমষ্টিত পৰাস্ত হৈছে বিজেপিয়ে। কৃষকৰ অসন্তুষ্টি, নূন্যতম শস্যৰ মূল্য বা এম এছ পিৰ আইনী নিশ্চয়তা দাবী কৰা আন্দোলন ইয়াৰ আঁৰৰ প্ৰধান কাৰণ বুলিও বিজেপি নেতাসকলে একমত। নিৰ্বাচনত পৰাস্ত হয় দ্বিতীয় মোদী চৰকাৰৰ কৃষি মন্ত্ৰী অৰ্জুন মুণ্ডে। কেন্দ্ৰীয় গৃহ ৰাজ্যিক মন্ত্ৰী অজয় ​​সিং টেনিৰ পুত্ৰই প্ৰতিবাদকাৰী কৃষকক গাড়ীৰে চেপি ধৰাৰ অভিযোগ উত্থাপন হোৱাৰ পাছত তেৱোঁ আসন হেৰুৱাইছিল। নতুন আন্দোলন ঘোষণা কৰাৰ পিছতো এতিয়া কৃষক নেতাসকলে পুনৰ দিল্লী অভিযানৰ কথা চিন্তা কৰা নাই। মৰ্চাৰ নেতা হান্নান মোল্লাই কয়, ‘প্ৰতিবাৰেই একে ধৰণৰ আন্দোলন ব্যৱহাৰ কৰা নহয়। আমি সমগ্ৰ দেশতে প্ৰতিবাদ কৰিম।”

Recent News

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd