• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 24, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মাৰ্ঘেৰিটাত গাড়ী চোৰৰ দপদপনি; কুম্ভকৰ্ণ নিদ্ৰাত আৰক্ষী

NE NOW NEWS মানস প্ৰতীম গগৈ
মাৰ্ঘেৰিটা , September 3, 2020 7:32 pm

1 min read

মাৰ্ঘেৰিটাত গাড়ী চোৰৰ দপদপনি; কুম্ভকৰ্ণ নিদ্ৰাত আৰক্ষী

চুৰি হোৱা বাহনখন

137
VIEWS
Share on FacebookShare on Twitter

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা থানাৰ অন্তৰ্গত হিলভিউস্থিত নৱনিৰ্মিত পানী  পাম্পৰ চৌহদৰ পৰা এখন মাৰুটি এল্ট’ গাড়ী কালি নিশা চুৰি হয়।

বগা ৰঙৰ এল্ট’ বাহনখনৰ নম্বৰ হৈছে এ এছ ২৩ এফ ৩৩৩৯। কৰ্মসূত্ৰে মাৰ্ঘেৰিটাত থকা লক্ষীমপুৰৰ যুৱক উজ্জ্বল গগৈৰ এল্ট’ বাহনখন নিশা চোৰে চুৰি কৰি নিয়াত অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হয়।

শেহতীয়াভাৱে ল’কডাউনৰ ফলত মাৰ্ঘেৰিটা তথা ইয়াৰ দাতিকাষৰীয়া অঞ্চলত চোৰৰ উপদ্ৰৱ ক্ৰমাৎ বৃদ্ধি হোৱাত অঞ্চলটোৰ ৰাইজ শংকিত হৈ পৰিছে।

চুৰি কাৰ্য্য ৰোধ কৰাৰ ক্ষেত্ৰত মাৰ্ঘেৰিটা আৰক্ষী ব্যৰ্থ হোৱা বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে। এই ক্ষেত্ৰত উজ্জ্বল গগৈয়ে চুৰি হোৱা বাহনখন সন্দৰ্ভত মাৰ্ঘেৰিটা থানাত এখন এজাহাৰ দাখিল কৰিছে যদিও বাতৰি লেখাৰ সময়ৰ লৈকে চুৰি হোৱা গাড়ীখন উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নায়।

উল্লেখ যোগ্য যে, কিছুদিন পূৰ্বে মাৰ্ঘেৰিটা এছ বি আই ৰ চৌহদৰ পৰা এখন মটৰ চাইকেল চোৰে চুৰি কৰিবলৈ লওতে স্থানীয় ৰাইজে চোৰ দুটাক আটক কৰি আৰক্ষীক চমজাই দিছিল।

Recent News

Deadbody

শিৱসাগৰত চাঞ্চল্য: প্ৰধানমন্ত্ৰীৰ সভাস্থলীৰ কাষতে উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

Modi-28

জেৰেঙাত মোদীৰ ভাষণৰ পৰা বাহিৰ হ’ল অসম চুক্তি, জনজাতিকৰণকে ধৰি বহুকেইটা প্ৰসংগ

IMG-20210123-WA0002

বৰপেটাত ৫০৩ জনৰ মাজত মাটিৰ পট্টা বিতৰণ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd