DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, February 1, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

PAN কাৰ্ডৰ কোনো ধৰণৰ আপডেট কৰিব লাগে? এই এপ টোৰ সহায়ত কৰি লওক সকলো কাম

এন ই নাও নিউজ by এন ই নাও নিউজ
June 19, 2020 6:43 am
578475-pancardnew new

প্ৰতিনিধিত্বমূলক ফটো

8.7k
VIEWS
Share on FacebookShare on Twitter

আয়কৰ বিভাগৰ দ্বাৰা পানকাৰ্ড জাৰি কৰা হয়।সকলোধৰণৰ বিত্তীয় লেনদেনৰ বাবে ইয়াক এক জৰুৰী নথি হিচাপে ধৰা হয়।

যদি কাৰোবাৰ ৫০হাজাৰ টকাৰ ওপৰত লেনদেন কৰিবলগীয়া হয় তেতিয়াহ’লে পানকাৰ্ডৰ প্ৰয়োজন হয়।

সেয়েহে, পানকাৰ্ডৰ সম্পৰ্কত সকলোৰে সঠিক তথ্য থকাটো উচিত কিয়নো ই আই ডি প্ৰুফ হিচাপেও কাম কৰে।

পানকাৰ্ডত কোনোধৰণৰ আপডেট কৰাটো সহজ হৈ পৰিছে। এতিয়া আপুনি ভাৰত চৰকাৰৰ উমংগ এপৰ সহায়ত এয়া কৰিব পাৰে।

ইয়াৰ বাবে আপুনি এই এপটো প্ৰথমে আপোনাৰ ফোনত ডাউনলোড কৰিব লাগিব।

পানকাৰ্ডত সন্নিৱিষ্ট যিকোনো ভুল তথ্য, যেনে নাম, পিতৃৰ নাম, জন্মৰ তাৰিখৰ দৰে তথ্যসমূহ উমংগ এপৰ জৰিয়তে শুধৰাব পৰা যায়।

উমংগ এপত আপুনি ৰেজিষ্টাৰ্ড মোবাইল নম্বৰৰ জৰিয়তে লগ ইন কৰিব পাৰে। ইয়াত আপুনি মাই পান টেবত গৈ কাৰেকশ্যন বা চেঞ্জ অপশ্যনত যাব লাগিব।

ইয়াৰ পাছত পানকাৰ্ডত থকা কোনোধৰণৰ ভুল শুধৰাব পৰা যাব।

তথ্যৰ কোনোধৰণৰ শুধৰণি বা পুনৰ পানকাৰ্ড বিচৰাৰ বাবে মাছুল নেট বেংকিং, ডেবিট কাৰ্ড বা ক্ৰেডিট কাৰ্ডৰ জৰিয়তে জমা কৰিব পৰা যায়।

অৱশ্যে, অপডেট কৰাৰ সময়ত আপুনি সকলো ধৰণৰ নথি আৰু বৰ্তমানৰ পানকাৰ্ডৰৰ ফটোকপি ওচৰৰ পান চেন্টাৰ বা কোনো এনএছডিএল TIN কেন্দ্ৰত গৈ জমা কৰিব লাগিব।

Recent News

বাজেটত দাম কমিল মোবাইল ফোন, টিভিৰ! আৰু কি কি সস্তা, কি কি হ’ল দামী; চাওক তালিকা

বাজেটত দাম কমিল মোবাইল ফোন, টিভিৰ! আৰু কি কি সস্তা, কি কি হ’ল দামী; চাওক তালিকা

Bharat Jodo Yatra

ৰাহুল গান্ধী আৰু ভাৰত জোড়ো যাত্ৰা

Uma Bharti on liquor shops

গো আশ্ৰয় শিবিৰলৈ ৰূপান্তৰিত কৰা হ’ব সকলো সুৰা বিপণী! উমা ভাৰতীৰ হুমকি

Budget 2023

নিৰ্বাচন উপলক্ষ্যে চমৎকাৰী বাজেট! মধ্যবিত্তক কৰ ৰেহাই সীতাৰমণৰ!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd