• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 27, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ঘৰে-ঘৰে পাচলি বিক্ৰী কৰি ঘৰ চলাইছে শিৱসাগৰৰ পিতৃহীন ৮ বছৰীয়া পৰশমণিয়ে

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
June 18, 2020 8:16 pm
This boy from Sivasagar needs your help

চাইকেলত শাক-পাচলি লৈ ওলাই অহা কণমানি পৰশমণি দত্ত।

1k
VIEWS
Share on FacebookShare on Twitter

পিতৃহীন এটি কণমানিৰ জীৱন সংগ্ৰামৰ জীয়া কাহিনী; পখিলা খেদা বয়সত ঘৰে-ঘৰে শাক-পাচলি বিক্ৰী কৰি পৰিয়াল চলাইছে।

“দেউতা ঢুকালে। দেউতাক মানুহে মাৰি পেলালে,” কণমানি পৰশমণি দত্তৰ এই কথাষাৰে হয়টো আপোনাৰ মোৰ অন্তৰ চুই যাব।

পিতৃহীন এই কণমানিটোৱে মাত্ৰ ৮ বছৰ বয়সতেই ঘৰৰ সমস্ত দায়িত্ব ল’বলগীয়া হৈছে। বাৰীত কোৰ মাৰি খেতি কৰি শাক-পাচলি লগাই সেই শাক-পাচলি বিক্ৰী কৰি মাতৃ আৰু দুই ককায়েকৰ সমস্ত দায়িত্ব কান্ধ পাতি লৈছে এই কণমানিটোৱে।

ঘৰ শিৱসাগৰৰ নামতিৰ কুকুৰাচোৱা গাঁৱত। ৮ বছৰীয়া পৰশমনিয়ে এতিয়া ৰাস্তাই ৰাস্তাই চাইকেলত পাচলি বিক্ৰী কৰি চলাই গৈছে জীৱন সংগ্ৰাম।

কুকুৰাচৰা প্ৰাথমিক বিদ্যালয়ত চতুৰ্থ শ্ৰেণীত অধ্যয়ন কৰা পৰশমনিয়ে বাৰীত কোৰ মৰা, পাচলি খেতি কৰা আৰু ঘৰে ঘৰে গৈ বিক্ৰী কৰাৰ সমান্তৰাল কৈ নিজৰ শিক্ষা জীৱনকো আগুৱাই নি আছে।

মাতৃ আৰু দুই ভাতৃৰ সৈতে এটি সৰু পজাত বাস কৰা পৰশমনিৰ দেউতাকক নোমল দত্ত ২০১৬ চনত এক হত্যাৰ বলি হৈছিল বুলি মন্তব্য কৰে পৰশমণি আৰু মাতৃয়ে।

তেতিয়াৰ পৰাই পৰিয়ালটোলৈ নামি আহে কাল অমানিশা। ইপিনে পৰশমনিৰ এজন ককায়েক বিশেষভাৱে সক্ষম।

লকডাউনৰ আগত পৰশমনিৰ মাতৃ ৰূপালী দত্তই বজাৰত তামোল-পাণৰ দোকান দি সন্তান তিনিটিৰ সৈতে দুখ কষ্টৰে জীৱন নিৰ্বাহ কৰিছিল যদিও লকডাউনৰ বাবে বজাৰ বন্ধ হোৱাত উপাৰ্জনৰ পথ বন্ধ হৈ পৰে।

কোনো চৰকাৰী আঁচনিয়ে ঢুকি নোপোৱা পৰশমনিৰ পৰিয়ালটোক অসম চৰকাৰ তথা বিভিন্ন দল-সংগঠন-ব্যক্তিৰ পৰা সহায় বিচাৰিছে পৰশমনি আৰু তেওঁৰ মাতৃয়ে।

যদি কোনো ব্যক্তিয়ে এই কণমানিটোৰ পৰিয়ালৰ সহায়ৰ হাত আগবঢ়াব বিচাৰে তেন্তে পৰশমনিৰ মাতৃ ৰূপাঞ্জলি দত্তৰ ইউনাইটেড বেংক অৱ ইণ্ডিয়াৰ নামতি শাখাৰ 0730010116954 (IFSC UTBI0NAHG23) নম্বৰত আৰ্থিক সাহায্য আগবঢ়াব পাৰে।

Recent News

হৰিদ্বাৰৰ মনসা দেৱী মন্দিৰত পদপিষ্ট হৈ ৬ জন লোকৰ মৃত্যু, ২৫ জনৰো অধিক আহত

হৰিদ্বাৰৰ মনসা দেৱী মন্দিৰত পদপিষ্ট হৈ ৬ জন লোকৰ মৃত্যু, ২৫ জনৰো অধিক আহত

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

১.২১ লাখ কোটি টকা এতিয়াও দিয়া হোৱা নাই, আস্থা হেৰাইছে ব্যক্তিগত চিকিৎসালয়ৰ! বিতৰ্কত প্ৰধানমন্ত্ৰী মোদীৰ আয়ুষ্মান ভাৰত আঁচনি

১.২১ লাখ কোটি টকা এতিয়াও দিয়া হোৱা নাই, আস্থা হেৰাইছে ব্যক্তিগত চিকিৎসালয়ৰ! বিতৰ্কত প্ৰধানমন্ত্ৰী মোদীৰ আয়ুষ্মান ভাৰত আঁচনি

মেঘালয়ত দুটা নতুন প্ৰজাতিৰ বেং আৱিষ্কাৰ!

মেঘালয়ত দুটা নতুন প্ৰজাতিৰ বেং আৱিষ্কাৰ!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd