• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

কৰ’না ভাইৰাছৰ সংহাৰ; কাৰাগাৰৰ পৰা এইখন দেশত মুকলি কৰি দিয়া হ’ল ৫৪,০০০ কাৰাবন্দীক

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , March 4, 2020 11:11 am

1 min read

coronavirus

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

61.1k
VIEWS
Share on FacebookShare on Twitter

সমগ্ৰ বিশ্বত ভয়াবহ ৰূপ ধাৰণ কৰা কৰ’না ভাইৰাছৰ প্ৰকোপৰ বাবে ইৰাণে কাৰাগাৰৰ পৰা ৫৪,০০০ কাৰাবন্দীক সাময়িকভাৱে মুকলি কৰি দিছে।

মূলত জনবহুল কাৰাবাসৰ পৰা ওলাই আহি কৰ’না ভাইৰাছৰ সৈতে যুদ্ধ কৰাৰ বাবেই দেশখনে এনেদৰে কাৰাবন্দী সকলক সাময়িকভাৱে মুকলি কৰি দিছে বুলি বিশ্বৰ এখন আগশাৰীৰ সংবাদ মাধ্যমত প্ৰকাশ পাইছে।

কাৰাবন্দী সকলৰ শৰীৰত কৰ’না ভাইৰাছ সংক্ৰমণ সম্বন্ধীয় পৰীক্ষাত ভাইৰাছ বিধৰ কোনোধৰণৰ উপস্থিতি ধৰা নপৰিলে জামিনত মুকলি কৰি দিয়াৰ ব্যৱস্থা কৰা হৈছে।

অৱশ্যে যিসকলৰ কাৰাদণ্ড পাঁচ বছৰতকৈ অধিক সেইসকল বন্দীক মুকলি কৰি দিয়া হোৱা নায়।

উল্লেখযোগ্য যে, সমগ্ৰ বিশ্বত প্ৰায় ৯০,০০০ কৈ অধিক লোক কৰ’না ভাইৰাছৰ সংক্ৰমণত পৰিছে ইয়াৰ ভিতৰত ৩,১১০ গৰাকী লোকৰ এই ভাইৰাছৰ সংক্ৰমণৰ ফলত মৃত্যু হৈছে।

প্ৰথমে চীনত সংহাৰী ৰূপ ধাৰণ কৰা কৰ’না ভাইৰাছৰ সংক্ৰমণ বিগত সপ্তাহত ইৰাণলৈ সম্প্ৰসাৰিত হৈছে আৰু বিগত দুটা সপ্তাহত ইৰাণত কৰ’না ভাইৰাছৰ ফলত ৭৭ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে।

Recent News

Rhino-horn-1140x570

ধুবুৰী আৰক্ষীৰ অভিযানত জব্দ গঁড়ৰ খৰ্গ; চাৰিজনক গ্ৰেপ্তাৰ

IMG-20210122-WA0032

একেৰাহে চতুৰ্থবাৰলৈ আছুৰ দখলত টীয়ক চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভা

Rameswar Telly

দেশত স্থাপন হ’ব ২ লাখ ফুড প্ৰচেছিং ক্ষুদ্ৰ উদ্যোগ; অসমত কিমান? ক’লে কেন্দ্ৰীয় মন্ত্ৰী তেলীয়ে

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd