• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বান্ধবীৰ নগ্ন ছবি ছ’চিয়েল মিডিয়াত ভাইৰেল কৰাৰ ভাবুকি এইগৰাকী তাৰকা ক্ৰিকেটাৰৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 13, 2020 1:05 pm
Safia

চৰিফ

11.1k
VIEWS
Share on FacebookShare on Twitter

ক্ৰিকেটৰ পথাৰৰ বাহিৰৰ বিভিন্ন বিতৰ্কৰ বাবে প্ৰায়ে সংবাদ শিৰোনামা দখল কৰি আহিছে পাকিস্তান দলৰ বৰ্তমানৰ খেলুৱৈ সকলে।

এইবাৰ এগৰাকী যুৱতীৰ নগ্ন আলোকচিত্ৰ ছ’চিয়েল মিডিয়াত ভাইৰেল কৰাৰ ভাবুকি দি বিতৰ্কত সোমাই পৰিছে পাকিস্তান টি-২০ দলৰ নিয়মীয়া সদস্য চাদাব খান।

ডুবাইৰ বাসিন্দা আচৰিনা চৰিফ নামৰ এগৰাকী যুৱতীয়ে চাদাবৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে।

নিজৰ ইষ্টাগ্ৰামত সমষ্ট ঘটনা বৰ্ণনা কৰিছে যুৱতী গৰাকীয়ে য’ত নিজকে চাদাবৰ প্ৰেয়সী বুলি দাবী কৰিছে তেওঁ।

‘‘চাদাবে মোৰ নগ্ন ছবি ছ’চিয়েল মিডিয়াত ভাইৰেল কৰাৰ ভাবুকি প্ৰদান কৰিছে আৰু মোক বহু দিনৰ পৰা ব্লেকমেইলো কৰি আহিছে পাকিস্তানৰ ক্ৰিকেটাৰজনে,’’ ইষ্টাগ্ৰামত আচৰিনাই লিখে।

ডুবাইৰ যুৱতী গৰাকীয়ে সমষ্ট ঘটনা ৰাজহুৱা কৰাৰ পাছত এতিয়া ইয়াক লৈ পাকিস্তানত তীব্ৰ বিতৰ্কৰ সুত্ৰপাত হৈছে।

বহুতে খেলপথাৰত চাদাবে প্ৰদৰ্শন উন্নত কৰাৰ পৰিৱৰ্তে খেলপথাৰৰ বাহিৰত খেলুৱৈ গৰাকীৰ কাৰ্য্যকলাপৰ বাবে সমালোচনা কৰিছে।

এটা দীঘলীয়া ইনষ্টাগ্ৰাম পোষ্টত চৰিফে বিগত বৰ্ষৰ মাৰ্চ মাহত চাদাবৰ সৈতে কথা পতা আৰম্ভ কৰে বুলি উল্লেখ কৰে।

তেওঁ ইংলেণ্ড বিশ্বকাপৰ সময়ত এই সম্পৰ্ক অধিক গভীৰ হয় বুলি জনাই আৰু পাকিস্তানী ক্ৰিকেটাৰ গৰাকীৰ বহু কেইটা ভ্ৰমণতো চৰিফে সংগ প্ৰদান কৰিছিল বুলি কয়।

চাদাব আৰু চৰিফৰ এই গোপন সম্পৰ্কৰ কথা পোহৰলৈ আনিছিল এগৰাকী পাকিস্তানী সাংবাদিকে।

আনহাতে, চাদাবে তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগ সমূহ নাকচ কৰিছে আৰু সেয়া তেওঁৰ ভাবমুৰ্তি বিনষ্ট কৰাৰ বাবে কৰা এক ষড়যন্ত্ৰ আখ্যা দিয়ে।

Recent News

বানপানীৰ পিছতে ভয়াৱহ জল সংকটে দেখা দিছে হিমাচল প্ৰদেশত!

বানপানীৰ পিছতে ভয়াৱহ জল সংকটে দেখা দিছে হিমাচল প্ৰদেশত!

জালিয়াতিৰ অভিযোগ; ৰাজামৌলিৰ পৰৱৰ্তী ছবিৰ নায়ক মহেশ বাবুৰ বিৰুদ্ধে আইনী জাননী

জালিয়াতিৰ অভিযোগ; ৰাজামৌলিৰ পৰৱৰ্তী ছবিৰ নায়ক মহেশ বাবুৰ বিৰুদ্ধে আইনী জাননী

অশান্ত বিহাৰ! এইবাৰ ব্যক্তিগত বিদ্যালয়ৰ মালিকক ৰাজহুৱা স্থানত গুলীয়াই হত্যা; স্পষ্ট হোৱা নাই কাৰণ

অশান্ত বিহাৰ! এইবাৰ ব্যক্তিগত বিদ্যালয়ৰ মালিকক ৰাজহুৱা স্থানত গুলীয়াই হত্যা; স্পষ্ট হোৱা নাই কাৰণ

চলচ্চিত্ৰত অভিষেক সুৰেশ ৰাইনাৰ! প্ৰথমখন ছবিতে থাকিব ক্ৰিকেট, লগত গীটাৰ আৰু দোচা

চলচ্চিত্ৰত অভিষেক সুৰেশ ৰাইনাৰ! প্ৰথমখন ছবিতে থাকিব ক্ৰিকেট, লগত গীটাৰ আৰু দোচা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd