• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সাংসদ শৰণীয়া আৰু বি পি এফ দলৰ পৰা মুক্ত হ’ব বিচাৰিছে কোকৰাঝাৰবাসী : উৰ্খাও ব্ৰহ্ম

এন ই নাও নিউজ by এন ই নাও নিউজ
April 8, 2019 11:33 am
UPPL candidate Urkhao Gwra Brahma

য়ু পি পি এলৰ কোকৰাঝাৰ সমষ্টিৰ প্ৰাৰ্থী উৰ্খাও ব্ৰহ্ম। ফটো উৎস : ইন্টাৰনেট

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘কোকৰাঝাৰৰ ৰাইজে এতিয়া সাংসদ শৰণীয়া আৰু বি পি এফ দলৰ পৰা মুক্ত হ’ব বিচাৰিছে’। এ আই য়ু ডি এফৰ সমৰ্থন লাভ কৰি উৎসাহী হৈ পৰা কোকৰাঝাৰ সমষ্টিৰ য়ু পি পি এলৰ প্ৰাৰ্থী উৰ্খাও ব্ৰহ্মই দেওবাৰে বৰপেটাৰোডত এই মন্তব্য কৰে।

নিৰ্বাচনী প্ৰচাৰৰ উদ্দেশ্যে বৰপেটাৰোডলৈ যোৱা ব্ৰহ্মই এবছুৰ কাৰ্যালয়ত সংবাদিকৰে হোৱা বাৰ্তালাপত বৰ্তমানৰ সাংসদ শৰণীয়া আৰু বি পি এফ দলৰ বিৰুদ্ধে সৰৱ হৈ পৰা দেখা যায়। তেওঁ কয় যে বিগত পাঁচ বছৰত সাংসদগৰাকীয়ে সমষ্টিৰ উন্নয়নৰ বাবে যিদৰে একো নকৰিলে ঠিক সেইদৰে সমষ্টিৰ বাবে অহা উন্নয়নৰ পুঁজি ক’ত ব্যয় কৰিলে সেই লৈয়ো এতিয়া প্ৰশ্ন উত্থাপন হৈছে সমষ্টিবাসীৰ মাজত।

Apply Now

বড়ো ছাত্ৰ সংগঠন এবছু সমৰ্থিত য়ু পি পি এলৰ প্ৰাৰ্থীগৰাকীয়ে বি পি এফ দলকো সমালোচনাৰে থকা সৰকা কৰে। বি পি এফ সন্দৰ্ভত তেওঁ কয় যে বি টি এ ডিত বিগত সময়ছোৱাত কেইবা হাজাৰ কোটি টকীয়া কেলেংকাৰি সংঘটিত হৈছে, একমাত্ৰ শাসকীয় দলৰ সৈতে সু সম্পৰ্ক বজাই অহা বাবে আজিলৈ কোনো তদন্ত হোৱা নাই।

কিন্তু এইবাৰ তেওঁ সাংসদ হিচাপে নিৰ্বাচিত হ’লে বি টি এ ডিৰ দুৰ্নীতি সন্দৰ্ভত সংসদত সজোৰে তদন্তৰ দাবী উত্থাপন কৰিব বুলিও মন্তব্য কৰে।

ইফালে এ আই য়ু ডি এফৰ পাছত এইবাৰ উৰ্খাও ব্ৰহ্মক নিৰ্বাচনত সহায় কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে ভাৰতৰ ৰাষ্ট্ৰবাদী পাৰ্টী চমুকৈ বি আৰ পিয়ে। দলটোৰ ৰাজ্যিক সভাপতি তথা উত্তৰ-পূব ভাৰতৰ ইনচাৰ্জ আজাদ আলীয়ে দেওবাৰে এই সন্দৰ্ভত বৰপেটাৰোডত য়ু পি পি এলৰ প্ৰাৰ্থীগৰাকীক নিৰ্বাচনত সম্পূৰ্ণ সমৰ্থনৰ কথা সদৰী কৰি আনুষ্ঠানিক পত্ৰ প্ৰদান কৰে।

আনহাতে দেওবাৰৰ দিনটোত প্ৰাৰ্থীগৰাকীয়ে কোকৰাঝাৰ সমষ্টিৰ অন্তৰ্গত তথা সৰভোগ সমষ্টিৰ ছলিকান্দা, বিলাসীপাৰা, অক্সিগুৰি, খুশ্ৰাবাৰী, সদৰ বজাৰ আদিকে কৰি বিভিন্ন স্থানত নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লয়।

Tags: নিৰ্বাচন ২০১৯
এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

October 13, 2026 10:12 pm
গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

October 13, 2026 9:00 pm
কেন্দ্ৰীয় মন্ত্ৰীসভাৰ পৰা এল মুৰুগনৰ পদত্যাগ, ২০২৯ৰ লক্ষ্যৰে তামিলনাডুত বিজেপি শক্তিশালী কৰাত মন

কেন্দ্ৰীয় মন্ত্ৰীসভাৰ পৰা এল মুৰুগনৰ পদত্যাগ, ২০২৯ৰ লক্ষ্যৰে তামিলনাডুত বিজেপি শক্তিশালী কৰাত মন

October 13, 2026 7:58 pm
নিৰ্বাচনৰ পূৰ্বে পঞ্জাৱত মাদকবিৰোধী কৰ্মীক গুলীয়াই হত্যা! আপ চৰকাৰৰ বিৰুদ্ধে সৰৱ বিৰোধী

নিৰ্বাচনৰ পূৰ্বে পঞ্জাৱত মাদকবিৰোধী কৰ্মীক গুলীয়াই হত্যা! আপ চৰকাৰৰ বিৰুদ্ধে সৰৱ বিৰোধী

October 13, 2026 6:52 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

October 13, 2026 10:12 pm
গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

October 13, 2026 9:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd