• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

এইবাৰ স্পাইচজেটৰ বিমানৰ কাৰিকৰী ত্ৰুটিঃ জৰুৰীভাৱে অৱতৰণ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 19, 2025 12:49 pm
145
VIEWS
Share on FacebookShare on Twitter

আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ পাছত বিমান অভিযানত যথেষ্ট সাৱধানতা অৱলম্বন কৰা হৈছে। বৃহস্পতিবাৰে হায়দৰাবাদ-তিৰুপতি স্পাইচজেট কিউ৪০০ বিমানখন উৰণৰ স্থানলৈ পুনৰ উভতি আহিবলগীয়া হয়। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি, কাৰিকৰী সমস্যাৰ বাবে এই বিমানখন গন্তব্যস্থানলৈ উভতি যাবলগীয়া হয়। এই বিমানখন হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা ৰাওনা হৈছিল।

হায়দৰাবাদ-তিৰুপতি বিমান অৱতৰণ সন্দৰ্ভত প্ৰকাশ পাইছে স্পাইচজেটৰ এক বিবৃতি। য’ত তেওঁ কয় যে ১৯ জুনত হায়দৰাবাদ-তিৰুপতি বিমান চলাচল কৰা স্পাইচজেট কিউ৪০০ বিমানৰ উৰণৰ পিছত এ এফ টিৰ বেগেজ দুৱাৰৰ লাইটটো মাজে মাজে জ্বলা-নুমা হৈ আছিল। সেইবাবে নিৰাপত্তাৰ কথা আগত ৰাখি পাইলটে হায়দৰাবাদলৈ উভতি যোৱাৰ সিদ্ধান্ত লয়।

পাছত বিমানখন নিৰাপদে অৱতৰণ কৰাৰ লগতে যাত্ৰীসকলক স্বাভাৱিকভাৱে ডিপ্লেন কৰা হয়। তেওঁলোকে কয় যে, বিমানখনে জৰুৰীকালীন অৱতৰণ কৰা নাছিল। তেওঁ আৰু কয় যে তিৰুপতিলৈ আগলৈ যাত্ৰা চলাবলৈ বিকল্প বিমানৰ ব্যৱস্থা কৰা হৈছে।

Recent News

অসমৰ চাদৰ-মেখেলাক আন্তৰ্জাতিক মঞ্চত প্ৰতিষ্ঠা কৰা অন্যতম অসমীয়া – সংযুক্তা দত্ত

অসমৰ চাদৰ-মেখেলাক আন্তৰ্জাতিক মঞ্চত প্ৰতিষ্ঠা কৰা অন্যতম অসমীয়া – সংযুক্তা দত্ত

উত্তৰ-পূব সীমান্ত ৰে’লৱেই ১২ জুলাইত গুৱাহাটী, ডিমাপুৰ আৰু শিলিগুড়িত অনুষ্ঠিত কৰিব ৰোজগাৰ মেলা

উত্তৰ-পূব সীমান্ত ৰে’লৱেই ১২ জুলাইত গুৱাহাটী, ডিমাপুৰ আৰু শিলিগুড়িত অনুষ্ঠিত কৰিব ৰোজগাৰ মেলা

বেলুচিস্তানত বাছৰ পৰা নমাই নি ৯জন যাত্ৰীক গুলীয়াই হত্যা উগ্ৰপন্থীৰ; আক্ৰমণত জড়িত কোন?

বেলুচিস্তানত বাছৰ পৰা নমাই নি ৯জন যাত্ৰীক গুলীয়াই হত্যা উগ্ৰপন্থীৰ; আক্ৰমণত জড়িত কোন?

হিন্দু মহিলাক ধৰ্মান্তৰিত কৰিবৰ বাবে ছাংগুৰ বাবাই লাভ কৰিছিল ৩০০ কোটিৰো অধিক বিদেশী অনুদান, অভিযোগ তদন্তকাৰী সংস্থাৰ

হিন্দু মহিলাক ধৰ্মান্তৰিত কৰিবৰ বাবে ছাংগুৰ বাবাই লাভ কৰিছিল ৩০০ কোটিৰো অধিক বিদেশী অনুদান, অভিযোগ তদন্তকাৰী সংস্থাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd