• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

“যিসকলে দল এৰি যাব বিচাৰে তেওঁলোক যাব পাৰে” : নিৰ্বাচনত পৰাজয়ৰ পিছত মমতা বেনাৰ্জীৰ ডাঙৰ ঘোষণা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 16, 2026 9:55 am
59
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শেহতীয়া বিধানসভা নিৰ্বাচনত তৃণমূল কংগ্ৰেছৰ ডাঙৰ পৰাজয়ৰ পিছত দলৰ মুৰব্বী মমতা বেনাৰ্জীয়ে এক গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে। নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰা প্ৰাৰ্থীসকলৰ সৈতে হোৱা এক বৈঠকত তেওঁ স্পষ্টকৈ কয় যে যিসকলে দল এৰি অন্য দললৈ যাব বিচাৰে তেওঁলোক যাব পাৰে। তেওঁ কাকো জোৰ কৰি ধৰি নাৰাখে। বেনাৰ্জীয়ে কয় যে তেওঁ দলটোক নতুনকৈ গঢ়ি তুলিব আৰু দলত থকা সকলোকে সংগঠনটো পুনৰ শক্তিশালী কৰিবলৈ আহ্বান জনায়।

শুকুৰবাৰে মমতা বেনাৰ্জীৰ কালীঘাটৰ বাসগৃহত এই গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত দলৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জীও উপস্থিত আছিল। নিৰ্বাচনত শোচনীয় পৰাজয়ৰ সন্মুখীন হ’লেও তৃণমূল কংগ্ৰেছে কেতিয়াও মূৰ দোঁৱাই নিদিয়ে বুলি তেওঁ দৃঢ়তাৰে কয়। মমতা বেনাৰ্জীৰ মতে, জনসাধাৰণৰ প্ৰকৃত ৰায় লুণ্ঠন কৰা হৈছে। তেওঁ দলীয় কৰ্মীসকলক ক্ষতিগ্ৰস্ত হোৱা কাৰ্যালয়সমূহ মেৰামতি কৰি, ৰং কৰি পুনৰ মুকলি কৰিবলৈ নিৰ্দেশ দিয়ে আৰু প্ৰয়োজন হ’লে তেওঁ নিজেও ৰং কৰিব বুলি কৰ্মীসকলক উৎসাহিত কৰে।

Apply Now

এইবাৰৰ বিধানসভা নিৰ্বাচনত নাটকীয় পৰিৱৰ্তনৰ ফলত তৃণমূল কংগ্ৰেছে শাসন হেৰুৱাই বিৰোধীৰ আসনত বহিবলগীয়া হৈছে। ৰাজ্যখনৰ ২৯৪খন আসনৰ ভিতৰত দলটোৱে মাত্ৰ ৮০খন আসনতহে জয়লাভ কৰিবলৈ সক্ষম হয়। আনকি মমতা বেনাৰ্জী নিজেও তেওঁৰ পুৰণি সমষ্টি ভৱানীপুৰৰ পৰা পৰাজিত হয়। তৃণমূল কংগ্ৰেছে ২৯১খন আসনত প্ৰাৰ্থী দিছিল আৰু ৩খন আসন সহযোগী দল ভাৰতীয় গৰ্খা প্ৰজাতান্ত্ৰিক মৰ্চাক এৰি দিছিল। কিন্তু দলটোৰ ২১১ গৰাকী প্ৰাৰ্থী পৰাজিত হয়, যাৰ ভিতৰত কেবাগৰাকীও জ্যেষ্ঠ নেতা আৰু মন্ত্ৰীও আছিল।

নিৰ্বাচনত হাৰিবলগীয়া হোৱাৰ পিছত দলৰ ভিতৰত সৃষ্টি হোৱা অসন্তুষ্টি আৰু দলত্যাগৰ চৰ্চাৰ মাজতে এই বৈঠক আহ্বান কৰা হৈছিল। ইয়াৰ পূৰ্বে ৫ মে’ত অনুষ্ঠিত এখন সংবাদ মেলতো মমতা বেনাৰ্জীয়ে কৈছিল যে বহুতে নিজৰ বাধ্যবাধকতাৰ বাবে দল এৰি যাব পাৰে আৰু তেওঁ কাৰো ওপৰত জোৰ নকৰে। পিছত তৃণমূল কংগ্ৰেছৰ অফিচিয়েল এক্স হেণ্ডেলত এই বৈঠকৰ ফটো শ্বেয়াৰ কৰি কোৱা হয় যে অন্যায় আৰু ভাবুকিৰ মাজতো প্ৰাৰ্থীসকলে সাহসেৰে যুঁজিছিল। দলটো এটা পৰিয়ালৰ দৰে একত্ৰিত হৈ আছে আৰু সত্যৰ সদায় জয় হ’ব বুলি এক্স পোষ্টটোত উল্লেখ কৰে উক্ত পোষ্টটোত।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মেঘালয়ত বৃহৎ ৰাজনৈতিক পট পৰিৱৰ্তন! ইউডিপিৰ ৮ বিধায়কৰ বিজেপিত যোগদান

মেঘালয়ত বৃহৎ ৰাজনৈতিক পট পৰিৱৰ্তন! ইউডিপিৰ ৮ বিধায়কৰ বিজেপিত যোগদান

September 23, 2026 4:15 pm
ৰাষ্ট্ৰসংঘৰ মজিয়াত আমেৰিকা আৰু ইৰাণৰ প্ৰতিনিধিৰ মাজত আলোচনা: হৰমুজ প্ৰণালীত বিস্ফোৰণক লৈ তীব্ৰ চাঞ্চল্য

ৰাষ্ট্ৰসংঘৰ মজিয়াত আমেৰিকা আৰু ইৰাণৰ প্ৰতিনিধিৰ মাজত আলোচনা: হৰমুজ প্ৰণালীত বিস্ফোৰণক লৈ তীব্ৰ চাঞ্চল্য

September 23, 2026 2:49 pm
দেশ ৰক্ষা কৰা জোৱানৰ নিজৰ ৰাজ্যতেই নাই নিৰাপত্তা! বনভোজৰ পৰা ঘূৰি অহা যুৱকৰ আক্ৰমণত নিহত সেনা জোৱান

দেশ ৰক্ষা কৰা জোৱানৰ নিজৰ ৰাজ্যতেই নাই নিৰাপত্তা! বনভোজৰ পৰা ঘূৰি অহা যুৱকৰ আক্ৰমণত নিহত সেনা জোৱান

September 23, 2026 1:13 pm
নিৰ্বাচন আয়োগৰ সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়াক লৈ উঠিছে প্ৰশ্ন: নিৰ্বাচন আয়োগৰ ভিতৰচ’ৰাত সঁচাকৈয়ে চলিছে নেকি মতানৈক্য?

নিৰ্বাচন আয়োগৰ সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়াক লৈ উঠিছে প্ৰশ্ন: নিৰ্বাচন আয়োগৰ ভিতৰচ’ৰাত সঁচাকৈয়ে চলিছে নেকি মতানৈক্য?

September 23, 2026 11:52 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মেঘালয়ত বৃহৎ ৰাজনৈতিক পট পৰিৱৰ্তন! ইউডিপিৰ ৮ বিধায়কৰ বিজেপিত যোগদান

মেঘালয়ত বৃহৎ ৰাজনৈতিক পট পৰিৱৰ্তন! ইউডিপিৰ ৮ বিধায়কৰ বিজেপিত যোগদান

September 23, 2026 4:15 pm
ৰাষ্ট্ৰসংঘৰ মজিয়াত আমেৰিকা আৰু ইৰাণৰ প্ৰতিনিধিৰ মাজত আলোচনা: হৰমুজ প্ৰণালীত বিস্ফোৰণক লৈ তীব্ৰ চাঞ্চল্য

ৰাষ্ট্ৰসংঘৰ মজিয়াত আমেৰিকা আৰু ইৰাণৰ প্ৰতিনিধিৰ মাজত আলোচনা: হৰমুজ প্ৰণালীত বিস্ফোৰণক লৈ তীব্ৰ চাঞ্চল্য

September 23, 2026 2:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd