• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

এ টি এম লুটিব আহি নগাঁও আৰক্ষীৰ জালত পৰিল উত্তৰ প্ৰদেশৰ ৩ জন হেকাৰ

NE NOW NEWS মিণ্টু দাস
নগাঁও , October 15, 2018 5:45 pm

1 min read

ATM Hacker

ফটো : নৰ্থ-ইষ্ট নাও

187
VIEWS
Share on FacebookShare on Twitter

আজি নগাঁও আৰক্ষীৰ এটা দলে সফলতাৰে এ টি এমৰ পৰা ধন লুট কৰি অহা তিনি যুৱকক গ্ৰেপ্তাৰ কৰে। জানিব পৰা মতে, দীর্ঘদিনৰে পৰা উত্তৰ প্ৰদেশৰ চাহৰাণপূৰৰ এই চাৰি যুৱকে নগাঁও জিলাৰ লগতে গুৱাহাটী, গোলাঘাট, যোৰহাটকে ধৰি ৰাজ্যৰ বিভিন্ন অঞ্চলৰ এ টি এমৰ পৰা ধন লুট কৰি আহিছিল।

উল্লেখ্য যে, উত্তৰ প্ৰদেশৰ চুনু কুমাৰ, দীপক কুমাৰ আৰু জয়চান্দ সহ চাৰিজনীয়া দলটোৱে আজি নগাঁও চহৰৰ ডিমৌগুৰিৰ এচ বি আইৰ এ টি এমৰ পৰা ধন সৰকোৱাৰ চেষ্টা চলাইছিল। আৰু ঠিক সেই সময়তে নগাঁও আৰক্ষীয়ে ঘটনাৰ উমান পোৱাত অভিযান চলাই দলটোৰ মাষ্টাৰ মাইণ্ড চুনু কুমাৰক আটক কৰে।

আৰক্ষীয়ে দলটোৱে ব্যৱহাৰ কৰা য়ু কে ১৭ এইচ ৩০৫০ নম্বৰৰ মাৰুতি চুজুকি চুইফট গাড়ীখনো জব্দ কৰিবলৈ সক্ষম হৈছে। ইফালে দলটোৰ আন তিনিজন চোৰ পলাই যোৱাৰ চেষ্টা চলাইছিল যদিও দীপক কুমাৰ আৰু জয় চান্দক চহৰখনৰ হয়বৰগাঁ‌ৱৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

অৱশ্যে দলটোৰ সৈতে জড়িত চতুৰ্থজন অপৰাধীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী। পলাবলৈ সক্ষম হোৱা প্ৰবঞ্চকটোকো অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ’ব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

উল্লেখ্য যে, ডিমৌগুৰি এই এ টি এমৰ পৰা ৫ মাহৰ আগতে এই দলটোৱে ধন লুট কৰি নিছিল বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰে।

Recent News

IMG-20210121-WA0143~2

পশু কল্যাণ বিভাগৰ তৰফৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণী কল্যাণৰ বাবে এম্বুলেঞ্চ প্ৰদান

WhatsApp Image 2021-01-22 at 8.06.27 AM

প্ৰচণ্ড বিস্ফোৰণত কঁপি উঠিল শিবমোগা; কমেও ৮জনৰ মৃত্যু, প্ৰধানমন্ত্ৰী মোদীৰ শোকপ্ৰকাশ

WhatsApp Image 2021-01-21 at 7.40.44 PM

ৰবীন্দ্ৰ ভৱনত পৰিৱেশিত হ’ল “মোক্ষ”: প্ৰয়াত পদ্মশ্ৰী সুনীল কোঠাৰীক সশ্ৰদ্ধ স্মৰণ

IMG-20210121-WA0007

২২ জানুৱাৰীত বন্ধ নহয় শিৱসাগৰ; বন্ধ উঠাই ল’লে সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd