• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 20, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অসমৰ জুনিয়ৰ ফুটবল দললৈ নিৰ্বাচিত ভেৰগাঁৱৰ তিনিজন ফুটবলাৰ

Mayukh Goswami ময়ূখ গোস্বামী
মঙলদৈ , November 12, 2018 9:01 pm

1 min read

IMG_20181112_145727

ফটো : নৰ্থ-ইষ্ট নাও

1.5k
VIEWS
Share on FacebookShare on Twitter

১৭ অনূৰ্ধ্বৰ অসম ৰাজ্যিক ফুটবল দললৈ নিৰ্বাচিত হৈছে ওদালগুৰি জিলাৰ ভেৰগাঁও মহকুমাৰ তিনিজন প্ৰতিভাৱান যুৱ ফুটবলাৰ। জিলাখনৰ এই তিনিজন ফুটবলাৰে ১৮ নৱেম্বৰৰ পৰা ১ ডিচেম্বৰলৈ গুজৰাটৰ ৰাজকোটত অনুষ্ঠিত হ’বলগীয়া জুনিয়ৰ নেশ্যনেল ফুটবল চেম্পিয়নশ্বিপত অসমক প্ৰতিনিধিত্ব কৰিব।

উল্লেখ্য যে ভেৰগাঁও মহকুমাৰ ডিমাকুছিত অনুষ্ঠিত হোৱা বাছনি শিৱিৰৰ পৰাই অসমৰ ২০ জনীয়া দলটো গঠন কৰা হৈছে। ভেৰগাঁও মহকুমাৰ পৰা নিৰ্বাচিত হোৱা ফুটবলাৰ কেইজন হৈছে চনজ’ৰাং বসুমতাৰী(গ’লৰক্ষক), মিলন বড়ো(ৰক্ষন) আৰু নৱ বসুমতাৰী(মিডফিল্ড)।

আনহাতে বাকী সদস্য কেইজন হৈছে বীৰখাং দৈমাৰী(কোকৰাঝাৰ), বেঞ্জামিন তাঁতী(ডিব্ৰুগড়), যোগেন মেছ(নাজিৰা), আক্ৰাম ৰাজা আলী(তিনিচুকীয়া), সুমীত মাৰাক(শিলচৰ), নিখিল মিলি(শিৱসাগৰ), লানু(যোৰহাট), ৰোহন ব্ৰহ্ম(কোকৰাঝাৰ), সিদ্ধান্ত চেতিয়া(মৰাণ), চানচংমা ব্ৰহ্ম(গোসাঁইগাঁও), সৌৰভ শইকীয়া(শিৱসাগৰ), সুশান্ত নাৰ্জাৰী(কোকৰাঝাৰ), স্কাৰ খালকো(লখিমপুৰ), দিনাৰ নাৰ্জাৰী(গোসাঁইউগাঁও), বেদান্ত গগৈ(তিনিচুকীয়া), গোথাল ৱাৰি(গোসাঁইগাঁও) আৰু বিশাল নাৰ্জাৰী(চিৰাং)।

প্ৰশিক্ষক কেশৱ বৰা আৰু মেনেজাৰ লক্ষী ৰাম বড়োৰ নেতৃত্বত অসমৰ জুনিয়ৰ দলটো অহা ১৪ নৱেম্বৰত ৰাজকোটলৈ ৰাওনা হ’ব। অসমে লক্ষদ্বীপৰ বিৰুদ্ধে অহা ১৮ নৱেম্বৰত প্ৰতিযোগিতাখনত নিজৰ অভিযান আৰম্ভ কৰিব।

Recent News

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd